ঢোঁৰা কাউৰী আৰু টিপচী চৰাই | AJB Class 6 Assamese Chapter 8 Short Question and Answer Assamese Medium |

১। ঢোঁৰা কাউৰী আৰু টিপচী চৰাই মাজত কি সম্পৰ্ক আছিল?

ক) সখি

খ) ভাই-ভনী

গ ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) সখি।

২। বুঢ়ীজনীয়ে ৰ’দত কি মেলি দিছে?

ক) কাপোৰ

খ) সিজোৱা ধান

গ) তামোল

উত্তৰঃ খ) সিজোৱা ধান।

৩। ঢোঁৰা কাউৰী আৰু টিপচী চৰাই পাঠটোৰ ৰচক কোন?

ক) নৱকান্ত বৰুৱা

খ) মিত্ৰদেৱ মহন্ত

গ) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰঃ গ) লক্ষ্মীনাথ বেজবৰুৱা।

৪। এই পাঠটোৰ ৰচক জনৰ কিমান চনত জন্ম হৈছিল?

ক) ১৮৬৪ চনত

খ) ১৯০২ চনত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ১৮৬৪ চনত।

৫। তেখেতৰ ক’ত জন্ম হৈছিল?

ক) যোৰহাটত

খ) নগাঁৱৰ ওচৰৰ লুইতৰ বুকুত

গ ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) নগাঁৱৰ ওচৰৰ লুইতৰ বুকুত।

৬। তেখেতৰ পিতৃৰ নাম কি আছিল?

ক) দীননাথ বেজবৰুৱা

খ) ৰামনাথ বেজবৰুৱা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) দীননাথ বেজবৰুৱা।

৬। তেখেতৰ পিতৃৰ নাম কি আছিল?

ক) দীননাথ বেজবৰুৱা

খ) ৰামনাথ বেজবৰুৱা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) দীননাথ বেজবৰুৱা।

৭। তেখেতৰ মাতৃৰ নাম কি আছিল?

ক) শান্তিপ্ৰিয়া হাজৰীকা

খ) থানেশ্বৰী বেজবৰুৱা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) থানেশ্বৰী বেজবৰুৱা।

৮। তেখেতে কিমান চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়?

ক) ১৮৮২ চনত

খ) ১৯২২ চনত

গ) ১৮৮৬ চনত

উত্তৰঃ গ) ১৮৮৬ চনত।

৯। তেখেতে ক’ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে?

ক) কলকাতাৰ পৰা

খ) মুম্বাইৰ পৰা

গ) চেন্নাইৰ পৰা

উত্তৰঃ ক) কলকাতাৰ পৰা।

১০। তেখেত কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হয়?

ক) ১৯৯৯ চনত

খ) ১৯২৪ চনত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ১৯২৪ চনত।

১১। তাকৰ শব্দৰ অৰ্থ কি?

ক) ডেউকা

খ) আহাৰ কৰা কাম

গ) অলপ

উত্তৰঃ গ) অলপ।

১২। কাউৰীয়ে ম’হৰ ওচৰলৈ কিয় গৈছিল?

ক) পানী খুজিবলৈ

খ) শিং খুজিবলৈ

গ) গাখীৰ খুজিবলৈ

উত্তৰঃ খ) শিং খুজিবলৈ।

১৩। মহৰ কথা শুনি কাউৰীয়ে কাৰ ওচৰলৈ গৈছিল?

ক) কুকুৰৰ ওচৰলৈ

খ) সাগৰৰ ওচৰলৈ

গ) বুঢ়ীৰ ওচৰলৈ

উত্তৰঃ ক) কুকুৰৰ ওচৰলৈ।

১৪। কুকুৰে কি খাই ম’হ মাৰি দিব পাৰিব বুলি কাউৰীক কৈছিল?

ক) পানী খাই

খ) গাখীৰ খাই

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) গাখীৰ খাই।

১৫। কাউৰীয়ে কাৰ ওচৰলৈ গাখীৰ বিচাৰি গৈছিল?

ক) ম’হৰ ওচৰলৈ

খ) সাগৰৰ ওচৰলৈ

গ) গাইৰ ওচৰলৈ

উত্তৰঃ গ) গাইৰ ওচৰলৈ।

১৬। সাগৰ শব্দটোৰ সমাৰ্থক শব্দ কি?

ক) বাৰিধি

খ) পানী

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) বাৰিধি।

১৭। ভোজন শব্দৰ অৰ্থ কি?

ক) ডেউকা

খ) আহাৰ কৰা কাম

গ) অলপ

উত্তৰঃ খ) আহাৰ কৰা কাম।

১৮। ডৌকা শব্দৰ অৰ্থ কি?

ক) আহাৰ কৰা কাম

খ) অলপ

গ) ডেউকা

উত্তৰঃ গ) ডেউকা।

১৯। লক্ষ্মীনাথ বেজবৰুৱাৰ কিমান চনত মৃত্যু হয়?

ক) ১৯৩৮ চনত

খ) ১৯২৬ চনত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ১৯৩৮ চনত।

২০। তেখেতৰ কিমান তাৰিখে মৃত্যু হয়?

ক) ৬ জানুৱাৰীত

খ) ২৬ মাৰ্চত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ২৬ মাৰ্চত