নাগৰিকতা | Chapter 6 | Class 11 Political Science Assam | Assamese Medium | HS 1st Year Political Science Question Answer | Political Science Notes and Suggestion | Citizenship |

নাগৰিকতা

 Citizenship

Chapter 6

ৰচনাধৰ্মী প্ৰশ্ন (Essay Type questions):
১) নাগৰিকৰ সমজ্ঞা দিয়া । নাগৰিক আৰু বিদেশীৰ মাজত থকা পাৰ্থক্যবোৰ ব্যাখ্যা কৰা ।

উত্তৰ ঃ

২) নাগৰিক কোন  ? নাগৰিকত্ব কেনেকৈ অৰ্জন কৰিব পাৰি  ? – আলোচনা কৰা । 

উত্তৰঃ  

৩) কি কি কাৰণত নাগৰিকত্ব লোপ পায় বৰ্ণনা কৰা । 

উত্তৰঃ  

৪) আজিকালি প্ৰায়বোৰ গণতান্ত্ৰিক ৰাষ্ট্ৰত নাগৰিকে কোনবোৰ অধিকাৰ আশা কৰে  ? তেওঁলোকৰ ৰাষ্ট্ৰত অন্যান্য নাগৰিকৰ প্ৰতি কি বাধ্য- বাধকতা থাকিব  ?

উত্তৰঃ  

৫) সাৰ্বজনীন নাগৰিকত্বৰ ধাৰণাটো পৰীক্ষা কৰা । 

উত্তৰঃ  

৬) নাগৰিকক সমান অধিকাৰ প্ৰদান কৰা হলেও সকলোৱে তাক সমানে প্ৰয়োগ কৰিব নোৱাৰিব পাৰে ।- ব্যাখ্যা কৰা । 

উত্তৰঃ  

৭) সুনাগৰিকৰ গুণসমূহ কি কি ?

উত্তৰঃ  

৮) সুনাগৰিকত্ব অন্তৰায়সমূহ কি কি ?

উত্তৰঃ 

৯) সাৰ্বজনীন নাগৰিকত্বৰ বিষয়ে কি জানা লিখা । 

উত্তৰঃ  

১০) গোলকীয় নাগৰিকত্বই কি বুজায় লিখা । 

উত্তৰঃ  

১১) বিশ্বনাগকিতত্বৰ বিষয়ে আলোচনা কৰা । 

উত্তৰঃ  

১২) ৰাষ্ট্ৰীয় নাগৰিকতা কি ?বুজাই লিখা ।

উত্তৰঃ  

১৩) দেশীয়কৰণ সূত্ৰৰ দ্বাৰা এজন নাগৰিকে কি কি উপায়ে নাগৰিকত্ব অৰ্জনকৰিব পাৰে বৰ্ণনা কৰা ।

উত্তৰঃ                                  

১৪) বৰ্তমান সময়ত বিশ্ব নাগৰিকত্ৱ সম্ভব নে ? আলোচনা কৰা ।

উত্তৰঃ 

১৫) আমাৰ দেশ ভাৰতবৰ্ষত নাগৰিকত্ৱ সম্পৰ্কত সৃষ্টি হোৱা সমস্যাৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ          

১৬) কৰ্তব্য বুলিলে কি বুজা নাগৰিকৰ কৰ্তব্য সমূহ কি কি ? 

উত্তৰঃ          

চমু উত্তৰৰ প্ৰশ্ন (( Short answer question )
১) সুনাগৰিকৰ যিকোনো পাচঁটা গুণ উল্লেখ কৰা ।

উত্তৰঃ 

২) ভাৰতত নাগৰিকত্বক লৈ আজিকালি উথাপিত হোৱা বিষয়বোৰৰ কিছুমান আলোচনা কৰা ।

উত্তৰঃ  

৩) মাৰ্টিন লুথাৰ কিঙৰ নাগৰিকত্বৰ ধাৰণা ব্যাখ্যা কৰা ।

উত্তৰঃ  

৪) পৰিৱেশ ৰক্ষনা-বেক্ষনৰ বাবে কেইটামান কামৰ উল্লেখ কৰা । .

উত্তৰঃ  

৫) সমান অধিকাৰৰ বিষয়ে কি জানা লিখা ।     

উত্তৰঃ   

৬) নাগৰিক আৰু বিদেশীৰ মাজৰ চাৰিটা পাৰ্থক্য উল্লেখ কৰা ।

উত্তৰঃ  

৭) গোলকীয় নাগৰিকত্ব ।

উত্তৰঃ  

৮) বিদেশীসকলে অন্য ৰাষ্ট্ৰত কি কি অধিকাৰ লাভ কৰিব পাৰে ?

উত্তৰঃ 

৯) নাগৰিকৰ ৰাজনৈতিক অধিকাৰ । 

উত্তৰঃ 

১০) নাগৰিক আৰু ভোটৰ একেনে ? উদাহৰণসহ বুজাই লিখা । 

উত্তৰঃ  

১১) নাগৰিকত্বৰ ধাৰণাটো অধিকাৰৰ লগত কিদৰে জড়িত ? আলোচনা কৰা । 

উত্তৰঃ  

১২) সুনাগৰিকত্বৰ অন্তৰায়সমূহ কি কি ?

উত্তৰঃ  

১৩) ফ্ৰান্সৰ বিপ্লৱক নাগৰিকত্ব ধাৰণাৰ মাইলৰ খুঁটা বুলি কেনেকৈ কব পাৰি ?

উত্তৰঃ  

১৪) অনাটনক সুনাগৰিকত্বৰ প্ৰতিবন্ধক বুলি কিয় কোৱা হয় ?

উত্তৰঃ 

১৫) সুনাগৰিকৰ তিনিটা গুণ উল্লেখ কৰা ।

উত্তৰঃ 

১৬) অধিকাৰ আৰু কৰ্তব্যৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা । 

উত্তৰঃ  

১৭) নাগৰিকৰ কৰ্তব্য সম্পৰ্কে এটি টোকা লিখা  ।

উত্তৰঃ  

অতি চমু উত্তৰৰ প্ৰশ্ন ( Very Short answer questions):
১) নাগৰিকৰ সমজ্ঞা দিয়া ।

উত্তৰঃ      

২) নাগৰিকৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা  ।

উত্তৰঃ    

৩) নাগৰিকৰ তিনিটা কৰ্তব্য লিখা ।   

উত্তৰঃ    

৪) সুনাগৰিকৰ দুটা গুণ উল্লেখ কৰা ।

উত্তৰঃ  

৫) সম নাগৰিকত্ব কি ?

উত্তৰঃ

৬) নাগৰিকৰ দুটা অৰ্থনৈতিক অধিকাৰ উল্লেখ কৰা ।

উত্তৰঃ  

৭) শৰনাৰ্থীসকলে সমুখীন হোৱা দুটা য়মস্যা উল্লেখ কৰা । 

উত্তৰঃ      

৮)  মুক্ত অধিকাৰৰ বিচৰণে কি সূচায় ?

উত্তৰঃ  

৯) ভাৰতৰ নাগৰিকতা প্ৰদানৰ দুটা পদ্ধতি উল্লেখ কৰা ।

উত্তৰঃ         

১০) নাগৰিক আৰু বিদেশীৰ মাজৰ দুটা পাৰ্থক্য উল্লেখ  কৰা । 

উত্তৰঃ  

১১) জাতীয় নাগৰিকত্বৰ সমস্যায়মূহ গোলকীয় নাগৰিকত্বৰ জৰিয়তে সমাধান কৰা সম্ভাৱনে ? যদি সম্ভৱ , কিদৰে ?

উত্তৰঃ  

১২) এৰিষ্ট’টলে কোনসকল লোকক নাগৰিক বিচাপে গ্ৰাহ্য কৰা নাছিল ?

উত্তৰঃ        

১৩) এজন মানুহ বহু বছৰ ধৰি নিজৰ দেশৰ বাহিৰত থাকিলে কি ঘটে?

উত্তৰঃ  

১৪) জন্মৰ দ্বাৰা নাগৰিকত্বৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ               

১৫) নাগৰিক আৰু অধিকাৰৰ মাজৰ সম্পৰ্কে লিখা । 

উত্তৰঃ 

১৬) নাগৰিকতা অৰ্জনৰ দুটা পদ্ধতি উল্লেখ কৰা  ।    

উত্তৰঃ    

বস্তনিষ্ঠ প্ৰশ্নাৱলী ( Objective type questions): 

১) কৰ্মৰ অধিকাৰ নাগৰিকৰ এটা ৰাজনৈতিক অধিকাৰ হয় নে ?

উত্তৰঃ   

২) ” নাগৰিকত্ব আৰু শ্ৰেণী সমাজ ” গ্ৰন্থখন কোনে লিখিছিল ?

উত্তৰঃ                   

৩) ভাৰতৰ নাগৰিকত্ব হেৰওৱাৰ এটা কাৰণ লিখা । 

উত্তৰঃ

৪) জন্মসূত্ৰে লাভ কৰা প্ৰকৃত নাগৰিকত্বৰ এটা নীতি উল্লেখ কৰা ।

উত্তৰ   

৫) সুনাগৰিকত্বৰ এটা গুণ উল্লেখ কৰা । 

উত্তৰঃ   

৬) সাৰ্বজনীন ভোটাধিকাৰ প্ৰদানৰ আগতে সাৰ্বজনীন শিক্ষা দিয়া প্ৰয়োজন বুলি কোনে  কৈছিল । 

উত্তৰঃ

৭) এজন ব্যক্তিএকে সময়তে দুখন ৰাষ্ট্ৰৰ নাগৰিক হব পাৰেনে ?

উত্তৰঃ

৮) ” ভাৰতীয় নাগৰিকত্ব আইন ” কোন চনত গ্ৰহণ কৰা হয় ?

উত্তৰঃ   

৯) ভাৰতৰ নাগৰিকত্ব আইন কোনে সংশোধন কৰিব পাৰে ?

উত্তৰঃ       

১০) টি.এইচ. মাৰচাল কোন আছিল ? 

উত্তৰঃ   

১১) এজন বিদেশী নাগৰিকে ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰে। (শুদ্ধ নে অশুদ্ধ ) 

উত্তৰঃ   

১২) বিদেশী এজনৰ নাগৰিক অধিকাৰ নাই । ( শুদ্ধ নে অশুদ্ধ লিখা) 

উত্তৰঃ   

১৩) এজন বিদেশীক ৰাষ্ট্ৰৰ পৰা বহিষ্কাৰ কৰিব পাৰি ।( হয় নে নহয় লিখা) । 

উত্তৰঃ      

১৪) এজন বিদেশীয়ে ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰে । ( হয় নে নহয় লিখা ) ।

 উত্তৰঃ   

১৫) কৰ্মৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ । ( হয় নে নহয় লিখা ) ।

 উত্তৰঃ    

১৬) শুদ্ধ উত্তৰ বাছি উলিওৱাঃ 
নাগৰিকতা অৰ্জন কৰিব পাৰি –    

(ক) স্থায়ী বাসিন্দাৰ জৰিয়তে              (খ) বিবাহৰ জৰিয়তে 

(গ) চৰকাৰী চাকৰিৰ জৰিয়তে            (ঘ) ওপৰৰ আটাইকেইটা  জৰিয়তে  ।

উত্তৰঃ

১৭) তলত দিয়া কোনটো সুনাগৰিকৰতাৰ গুণ নহয় – 
(ক) শিক্ষা                (খ) স্বদেশপ্ৰেম          (গ) সুস্বাস্থ্য       (ঘ) অজ্ঞতা 

উত্তৰঃ