পৰ্যটকৰ দৃষ্টিভংগীৰে ( ১০ম শতিকাৰ পৰা ১৭শ শতিকালৈ ) ( Through the Eyes of Travellers) ( 10th-17th C.) | Chapter 6 | অধ্যায় ৬ | HS 2nd Year Assamese Medium Question And Answer | Class 12 History Assamese medium Suggestion | Class 12 History Assamese medium Notes | উচ্চতৰ মাধ্যমিক ধ্বিতীয় বাৰ্ষিকৰ বুৰঞ্জি কিতাপৰ প্ৰশ্ন উত্তৰ

Chapter: 6

পৰ্যটকৰ দৃষ্টিভংগীৰে ( ১০ম শতিকাৰ পৰা ১৭শ শতিকালৈ) 

( Through the Eyes of Travellers) ( 10th-17th C.)

প্ৰশ্নাৱলী

◻️ চমুপ্ৰশ্নঃ

১। খৃঃ ১০-১৭শ শতিকাৰ ভিতৰত উপমহাদেশখন ভ্ৰমণ কৰা চাৰিজন ভ্ৰমণকাৰীৰ নাম লিখ।

উত্তৰঃ

২। আলবেণীৰ লিখনিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ

৩। ইবনটুতাই কিয় ভ্রমণ কৰি ভাল পাইছিল?

উত্তৰঃ 

৪। জন বেপ্তিষ্ট টেভাৰনিয়াৰ কোন আছিল?

উত্তৰঃ

৫। বার্ণিয়াৰৰ মতে ভূমিৰ ওপৰত ৰাষ্ট্ৰৰ কু-প্ৰভাৱবােৰ কি আছিল?

উত্তৰঃ 

৬। আৰবী ভাষাত লিখা আলবেৰুণী কিতাপখনৰ নাম কি?

উত্তৰঃ

৭। আলবেৰুণীয়ে গ্রীক দর্শনৰ বিষয়ে কেনেদৰে জ্ঞান অর্জন কৰিছিল?

উত্তৰঃ 

৮। বার্ণিয়াৰৰ ভ্ৰমণ বৃত্তান্ত কোন কোন ভাষালৈ অনুবাদ কৰা হৈছে? 

উত্তৰঃ 

৯। ইবনবটুতাই উপমহাদেশখনত দেখা দুটা আচৰিত বস্তু কি আছিল?

উত্তৰঃ 

১০। ৰিহ্লা কি?

উত্তৰঃ 

১১। “চৰাই বাহৰ পৰা উৰিল” বুলি কোনজন ভ্ৰমণকাৰীক কোৱা হয়?

উত্তৰঃ

১২। ইবনবটুতাৰ পদাংক অনুসৰণ কৰি ভাৰতলৈ অহা দুজন পর্যটক নাম লিখা।

উত্তৰঃ 

১৩। বার্ণিয়াৰৰ মতে শিল্পীসকল তেওঁলােকৰ উৎপাদন বৃদ্ধিৰ বাবে কিয় অনিচ্ছুক আছিল?

উত্তৰঃ 

১৪। ‘কাৰখানা’ মানে কি?

উত্তৰঃ 

১৫। দুই প্রকাৰ ডাক ব্যৱস্থাৰ নাম লিখা।

উত্তৰঃ 

বহলাই লিখাঃ

১। পর্যটকসকলৰ ভ্ৰমণৰ উদ্দেশ্য সমূহ কি কি আছিল?

উত্তৰঃ

২। বার্ণিয়াৰৰ মতে ভূমিৰ ওপৰত ৰাষ্ট্রৰ কু-প্ৰভাৱবােৰ কি আছিল আলােচনা কৰা।

উত্তৰঃ

৩। “কিতাপ-উল-হিন্দ’ৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ

৪। ইবনবটুতা আৰু বার্ণিয়াৰৰ ভাৰত ভ্রমণ বৃত্তান্তৰ এটি তুলনাত্মক বিচাৰ কৰা।

উত্তৰঃ

৫। বার্ণিয়াৰৰ ভ্ৰমণ বৃত্তান্তই কেনেকৈ পশ্চিমীয়া বুদ্ধিজীৱীসকলক প্ৰভাৱান্বিত কৰিছিল? উদাহৰণসহ ব্যাখ্যা কৰা ।

উত্তৰঃ 

৬। ইবনবটুতাই ভাৰতত দেখা দাস প্রথাৰ বিষয়ে কি উল্লেখ কৰিছে বর্ণনা কৰা।

উত্তৰঃ

৭। দিল্লী চহৰখনৰ এটি বর্ণনা দিয়া।

উত্তৰঃ 

৮। আলবেৰুণীৰ মতে ভাৰতক বুজিবলৈ অতিক্রম কৰা বাধাসমূহ কি কি আছিল লিখা।

উত্তৰঃ

৯। ইবনবটুতাই ভাৰতীয় নগৰসমূহৰ বৰ্ণনা কি দৰে দিছে?

উত্তৰঃ

১০। আলবেৰুণীয়ে ভাৰতীয় জাতি ব্যৱস্থাৰ বিষয়ে কি উল্লেখ কৰিছে লিখা।

উত্তৰঃ