বন্ধুত্ব, জাতি আৰু শ্ৰেণী প্ৰাৰম্ভিক সমাজ (kingship, Caste and Class, Early Societies) | Chapter 3 | অধ্যায় ৩ | Class 12 History Assamese medium Suggestion | HS 2nd Year Assamese Medium Question And Answer | Class 12 History Assamese medium Notes

Chapter: 3 

বন্ধুত্ব, জাতি আৰু শ্ৰেণী প্ৰাৰম্ভিক সমাজ (খৃঃ পূঃ ৬০০- ৬০০ খৃঃ লৈ)

 kingship, Caste and Class, Early Societies (C-600-BCE-600CE)

◻️ চমুপ্ৰশ্নঃ

১। কিয় আৰু কাৰ কাৰ মাজত মহাভাৰত যুদ্ধ সংঘটিত হৈছিল?

উত্তৰঃ

২। মহাভাৰতৰ সমালোচাত্মক সংস্কৰণৰ কাম কোনে কেতিয়া আৰম্ভ কৰিছিল?

উত্তৰঃ 

৩। পিতৃ প্ৰধান আৰু মাতৃ প্ৰধান পৰিয়ালৰ প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ 

৪। বহুপতি আৰু বহুপত্নী বিবাহ কাক বােলে?

উত্তৰঃ 

৫। বিবাহ কেইপ্রকাৰ উল্লেখ কৰা।

উত্তৰঃ

৬। গােত্রৰ কেনেকৈ সৃষ্টি হৈছিল?

উত্তৰঃ 

৭। গােত্ৰৰ দুটা বিশেষ নিয়ম উল্লেখ কৰা।

উত্তৰঃ

৮। গান্ধাৰী কোন আছিল? তেওঁ দুর্যোধনক কি উপদেশ দিছিল?

উত্তৰঃ

৯। মনুস্মৃতি অনুসৰি পুৰুষে কি কি উপায়েৰে সম্পত্তি আহৰণ কৰিব পাৰিছিল?

উত্তৰঃ

১০। দ্ৰোণ আৰু একলব্য কোন আছিল?

উত্তৰঃ

১১। ঘটোৎকচ কোন আছিল?

উত্তৰঃ

১২। মাতঙ্গ কোন আছিল?

উত্তৰঃ   

১৩। চণ্ডালসকলৰ কাম কি আছিল?

উত্তৰঃ 

১৪। স্ত্রীধন মানে কি বুজা?

উত্তৰঃ 

১৫। ইতিহাসবিদসকলে মহাভাৰতৰ কাহিনীভাগ কি দুটা প্রধান ভাগত ভাগ কৰিছে?

উত্তৰঃ

১৬। গােত্র কি? গােত্র ব্যৱস্থাৰ উল্লেখযােগ্য বিধান দুটা কি কি?

উত্তৰঃ

◻️ বহলাই লিখাঃ

১ । কিয় সম্ভ্রান্ত পৰিয়ালৰ মাজত পিতৃতান্ত্রিক আদর্শ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছিল, ব্যাখ্যা কৰা।

উত্তৰঃ

২। কিয় প্ৰাৰম্ভিক অৱস্থাত ৰাজ্যসমূহৰ শাসকসকল ক্ষত্রিয় আছিল আলােচনা কৰা।

উত্তৰঃ

৩। দ্রোণ, হিড়িম্বা আৰু মাতঙ্গৰ ধৰ্মৰ তুলনাত্মক বিচাৰ কৰা আৰু পার্থক্য সমূহ লিখা।

উত্তৰঃ 

৪। ভাৰতীয় সাহিত্যৰ প্রসিদ্ধ ইতিহাসবিদ মৌৰিছ উইনটাচনিটছে মহাভাৰত সম্পর্কে মন্তব্য কৰিছে যে “বাস্তৱতে মহাভাৰতে সম্পূর্ণ সাহিত্যৰ প্রতিনিধিত্ব কৰিছে আৰু বহুত প্ৰকাৰৰ কথা ইয়াত সন্নিৱিষ্ট কৰা হৈছে… গ্রন্থখনে ভাৰতীয়সকলৰ হৃদয়ৰ গভীৰতালৈ প্ৰৱেশ কৰি এক অন্তর্দৃষ্টি প্রদান কৰিছে। ব্যাখ্যা কৰা।

উত্তৰঃ 

৫। মহাভাৰত এজন লিখকৰ দ্বাৰা ৰচনা কৰাটো সম্ভৱ আছিল নে আলোচনা কৰা।

উত্তৰঃ

৬। প্ৰাৰম্ভিক সমাজ ব্যৱস্থাৰ লিংগ বৈষম্য কিমান গুৰুত্বপূৰ্ণ আছিল কাৰণ সহ ব্যাখ্যা কৰা।

উত্তৰঃ

৭। বন্ধুত্ব আৰু বিবাহ সম্বন্ধে ব্রাহ্মণে ৰীতি-নীতি সকলােকে অনুসৰণ কৰা হােৱা নাছিল, উদাহৰণ সহ ব্যাখ্যা কৰা।

উত্তৰঃ

৮। চীনা বৌদ্ধ তীর্থযাত্রীসকলে চণ্ডালসকলৰ বিষয়ে কি উল্লেখ কৰিছে?

উত্তৰঃ 

৯। সাহিত্যিক সমল সমূহ বিশ্লেষণ কৰােতে ইতিহাসবিদসকলে কি কি কথাত গুৰুত্ব দিছিল?

উত্তৰঃ

১০। বৌদ্ধধৰ্মীসকলে সমাজৰ প্ৰচলিত বৈষম্য সম্পর্কে কি মতবাদ আগবঢ়াইছে আলােচনা কৰা।

উত্তৰঃ

১২। মহাভাৰতৰ কাহিনীভাগ ইতিহাসবিদসকলে কিদৰে বিভক্ত কৰিছিল?

উত্তৰঃ