বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ত্ব | অধ্যায় 3 | Class 12 Anthropology Question and Answer Assam | Higher Secondary 2nd Year Lesson 3 Solution | Class 12 Anthropology Chapter 3 Important Answer | Class 12 Anthropology Lesson 3 Common Answer Assam | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰৰ্ষিকৰ নৃতত্ত্বৰ ইতিবৃত্ত অধ্যায় ৩ বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ত্ব |

Chapter 3

বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ত্ব |

অনুশীলনী 

1. উত্তৰ – পূব ভাৰতৰ এটি  পশুপালক জনজাতিৰ নাম লিখা । 

উত্তৰঃ

2. উত্তৰ – পূব ভাৰতৰ এটি বেদিকা কৃষক সম্প্ৰদায়ৰ নাম উল্লেখ কৰা। 

উত্তৰঃ

3. খনিত্ৰ কি কৃষিকাৰ্যত ব্যৱহাৰ কৰা হয় ? 

উত্তৰঃ 

4. আদিম অৰ্থনীতি মানে কি ? আদিম অৰ্থনীতি কিয় প্ৰায়ে ‘ উৎপাদন ব্যৱহাৰমূলক  অৰ্থনীতি ‘ বুলি কোৱা হয়  ? 

উত্তৰঃ

5. আদিম অৰ্থনৈতিক সংগঠন মানে কি ? ইয়াৰ মুখ্য বৈশিষ্ট্যবোৰ লিখা ।

উত্তৰঃ

6. অন্বেষণ জীৱিকা বুলিলে কি বুজা ? অন্ৱেষণ জীৱিকাৰ মুখ্যা বৈশিষ্ট্যবোৰ লিখা । 

উত্তৰঃ

 7. ‘উৎপাদন জীৱিকা অন্বেষন জীৱিকাতকৈ শ্ৰেয়’। আলোচনা কৰা।

 উত্তৰঃ  

8. নীলগিৰি পাহাৰৰ টোডাসকলৰ মুখ্য জীৱিকা কি ?

উত্তৰঃ 

9.অসমৰগ্ৰামাঞ্চলৰ লোকসকলে মাছ মাৰিবলৈ অৱলম্বন  কৰা বিভিন্ন পদ্ধতিসমূহ লিখা ? 

উত্তৰঃ 

10. স্থানান্তৰিত কৃষি মানে কে ? ইয়াৰ সুফল আৰু কুফল আলোচনা কৰা।

উত্তৰঃ 

11. অসমৰ গ্ৰামাঞ্চলৰ কৃষকসকলে ব্যৱহাৰ কৰা কৃষি – সজুঁলিবোৰৰ নাম লিখি ব্যাৱহাৰ উল্লেখ কৰা ।

উত্তৰঃ

12.  অন্বেষণ জীৱিকাৰ বিভিন্ন প্ৰকাৰসমূহ কি কি ? 

উত্তৰঃ

13. উত্তৰ – পূব ভাৰতৰ দুটা ঝুম কৃষক সম্প্ৰদায়ৰ নাম লিখা ।

উত্তৰঃ 

14. নাঙল কৃষিত ব্যৱহৃত তিনিবিধ কৃষি সঁজুলিৰ নাম লিখা ।

উত্তৰঃ 

 15. পশুপালনৰ সুফলসমূহ লিখা ।

উত্তৰঃ

16. কেতবোৰ সৰল সমাজত কোন পৰিস্থিতিত চিকাৰ জীবিকা হিচাপে লব লগা হয় ।

উত্তৰঃ 

17. খাপ খেতি কি ? খাপ খেতি অবলম্বন কৰা এটি সম্প্ৰদায়ৰ নাম লিখা ।

উত্তৰঃ  

18. অন্বেষণ জীৱিকা আৰু উৎপাদন জীৱিকাৰ মাজত পাৰ্থক্য দেখুওৱা ।

উত্তৰঃ

19. ‘ভেশন ধৰি চিকাৰ’ বুলিলে কি বুজা । 

উত্তৰঃ  

20. অসমৰ গ্ৰামাঞ্চলত ব্য়ৱহৃত দুবিধ মৎস্য চিকাৰ সজুঁলিৰ নাম লিখা । 

উত্তৰঃ 

21. জীৱিকা প্ৰৱৰ্তন প্ৰণালী সম্পৰ্কে চমু আলোচনা কৰা ।

উত্তৰঃ

22. সৰল অৰ্থনীতি বুলিলে কি বুজা ? সৰল অৰ্থনীতিৰ তিনিটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ  

23. ‘স্থানান্তৰিত কৃষক স্থায়ী কৃষিৰে স্থলাভিষিক্ত কৰা উচিত’—– কাৰণ দৰ্ষাই আলোচনা কৰা ।

উত্তৰঃ

24.  চমুটোকা লিখা ঃ অৰ্থনৈতিক নৃত্বত্ত্ব , বেদিকা কৃষি , পোষণ জীৱিকা , ভেশচন চিকাৰ ,খনিত্ৰ , সংগ্ৰহ জীৱিকা , দনবন্ধ চিকাৰ , উদ্যান কৃষি, স্থানান্তৰিত কৃষি, স্বয়ংক্ৰিয়া মাছমৰা সজুঁলি ।

উত্তৰঃ 

25। অতি চমু প্ৰশ্ন উত্তৰঃ

1। টোডাসকল ক’ত বাস কৰে?

উত্তৰঃ 

2। নীলগিৰি পাহাৰৰ টোডাসকলৰ মুখ্য জীৱিকা কি?

উত্তৰঃ 

3। ভাৰবৰ্ষৰ এটা পশুপালক সম্প্ৰদায়ৰ নাম লিখা।

উত্তৰঃ 

4। নাঙল কৃষিৰ প্ৰধান সঁজুলিবিধ কি?

উত্তৰঃ 

5। উত্তৰ-পূব ভৰতৰ এটি পশুপালক জনজাতিৰ নাম লিখা।

উত্তৰঃ 

6। মানুহৰ সৰ্বপ্ৰথম পোহনীয়া জন্তু কি?

উত্তৰঃ 

7। ঝুম খেতিৰ প্ৰধান সঁজুলিবিধ কি?

উত্তৰঃ 

8। উত্তৰ-পূব ভাৰতৰ এটি ঝুম-কৃষক সম্প্ৰদায়ৰ নাম লিখা।

উত্তৰঃ 

9। উত্তৰ পূব ভাৰতৰ এটা খাপ খেটিয়ক সম্প্ৰদায়ৰ নাম লিখা।

উত্তৰঃ 

10। উত্তৰ-পূব ভাৰতৰ এটি বেদিকা কৃষক জনজাতিৰ নাম লিখা।

উত্তৰঃ 

11। খাপ খেতিৰ প্ৰধান সঁজুলিবিধ কি?

উত্তৰঃ 

12। জীৱিকা প্ৰৱৰ্তনৰ প্ৰাচীনতম প্ৰণালী কি?

উত্তৰঃ 

অতিৰিক্ত প্ৰশ্নোত্তৰ

1. নাগালেণ্ডৰ তিনিটা জনজাতি সম্পদায়ৰ নাম লিখা ?

উত্তৰ: 

2.নাঙল কৃষিত ব্যৱহিত ছয়বিধ সঁজুলিৰ নাম লিখা ?

উত্তৰ: 

3. পশুপালকসকল কিয় অঘৰী ?

উত্তৰ: 

4. খাদ্যসংগ্ৰহকাৰী সমাজত জনসংখ্যা কম হোৱাৰ কাৰণ কি?

উত্তৰ: