বিশ্ব-শান্তি আৰু আন্তৰ্জাতিক সহযোগিতা | AJB Class 7 Social Science MCQ’s Assamese Medium | Chapter 13 | Class 7 Social Science Chapter 13 MCQ’s Type Question | AJB Class 7 Social Science |

বিশ্ব-শান্তি আৰু আন্তৰ্জাতিক সহযোগিতা

Chapter-13

১। কিমান চনৰ প্ৰথম বিশ্বযুদ্ধত বিভিন্ন দেশ ক্ষতিৰ সন্মুখীন হৈছিল?

(ক) ১৯২৮

(খ) ১৯১৪

(গ) ১৯০২

উত্তৰঃ (খ) ১৯১৪।

২। কিমান চনত জাতিংঘ নাম এটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ জন্ম হৈছিল?

(ক) ১৯২০

(খ) ১৯২৬

(গ) ১৯১৫

উত্তৰঃ (ক) ১৯২০।

৩। কিমান চনত পৃথিৱীৰ পঞ্চাছখন দেশৰ প্ৰতিনিধিয়ে লগ হৈ ৰাষ্ট্ৰসংঘৰ চনদ গ্ৰহণ কৰে?

(ক) ১৯৮২

(খ) ১৯৬৩

(গ) ১৯৪৫

উত্তৰঃ (গ) ১৯৪৫।

৪। কি মাহৰ কিমান তাৰিখে জাতিংঘ নাম এটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ জন্ম হৈছিল?

(ক) মাৰ্চ মাহৰ ১৮ তাৰিখে

(খ) জানুৱাৰি মাহৰ ১০ তাৰিখে

(গ) ছেপ্টেম্বৰ মাহৰ ২৪ তাৰিখে

উত্তৰঃ (খ) জানুৱাৰি মাহৰ ১০ তাৰিখে।

৫। ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান?

(ক) ১৯২

(খ) ১৮৭

(গ) ১৪৫

উত্তৰঃ (ক) ১৯২।

৬। কি মাহৰ কিমান তাৰিখে পৃথিৱীৰ পঞ্চাছখন দেশৰ প্ৰতিনিধিয়ে লগ হৈ ৰাষ্ট্ৰসংঘৰ চনদ গ্ৰহণ কৰে?

(ক) এপ্ৰিল মাহৰ ১২ তাৰিখে

(খ) ডিচেম্বৰ মাহৰ ৮ তাৰিখে

(গ) অক্ট’বৰ মাহৰ ২৪ তাৰিখে

উত্তৰঃ (গ) অক্ট’বৰ মাহৰ ২৪ তাৰিখে।

৭। স্থায়ী সদস্য-ৰাষ্ট্ৰৰ সংখ্যা কিমান?

(ক) ৮ খন

(খ) ৫ খন

(গ) ১২ খন

উত্তৰঃ (খ) ৫ খন।

৮। আন্তঃৰাষ্ট্ৰীয় শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্থা কিমান চনত প্ৰতিষ্ঠা হয়?

(ক) ১৯৪৫

(খ) ১৯৩৮

(গ) ১৯৫৬

উত্তৰঃ (ক) ১৯৪৫।

৯। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত কিমান গৰাকী ন্যায়াধীশৰ ব্যৱস্থা আছে?

(ক) ২০ গৰাকী

(খ) ১২ গৰাকী

(গ) ১৫ গৰাকী

উত্তৰঃ (গ) ১৫ গৰাকী।

১০। ন্যায়াধীশৰ কাৰ্যকাল কিমান বছৰ?

(ক) ৫ বছৰ

(খ) ৯ বছৰ

(গ) ১১ বছৰ

উত্তৰঃ (খ) ৯ বছৰ।

১১। যুদ্ধত ক্ষতিগ্ৰস্ত অঞ্চলৰ শিশুক সহায় কৰিবলৈ কিমান চনত এই সংস্থাটো প্ৰতিষ্ঠা হয়?

(ক) ১৯৪৬

(খ) ১৯২৮

(গ) ১৯৬৯

উত্তৰঃ (ক) ১৯৪৬।

১২। চনদ সংশোধনৰ ক্ষেত্ৰত সাধাৰণ সভাৰ কিমান অংশ সদস্যৰ মতামতৰ প্ৰয়োজন ?

(ক) ৩/২

(খ) ২/৮

(গ) ২/৩

উত্তৰঃ (গ) ২/৩।

১৩। কিমান চনত বিশ্ব-স্বাস্থ্য সংস্থা গঠন কৰা হয়?

(ক) ১৯৭৫

(খ) ১৯৪৮

(গ) ১৯৬৩

উত্তৰঃ (খ) ১৯৪৮।

১৪। কিমান তাৰিখে বিশ্ব-স্বাস্থ্য দিৱস হিচাবে পালন কৰা হয়?

(ক) ৭ তাৰিখে

(খ) ১২ তাৰিখে

(গ) ১৫ তাৰিখে

উত্তৰঃ (ক) ৭ তাৰিখে।

১৫। আঞ্চলিক সংগঠন কিমান চনত স্থাপিত হৈছিল?

(ক) ১৯৯৪

(খ) ১৯৬৮

(গ) ১৯৮৫

উত্তৰঃ (গ) ১৯৮৫।

১৬। পৃথিৱীৰ সকলো মানুহে কি সমাজৰ মাজত বাস কৰিবলৈ ইচ্ছা কৰে ?

(ক) অশান্তিৰ মাজত

(খ) শান্তিৰ মাজত

(গ) নিজৰ ঘৰত

উত্তৰঃ (খ) শান্তিৰ মাজত

১৭। তলৰ ছবিটো কিহৰ প্ৰতীক ?

(ক) ৰাষ্ট্ৰসংঘৰ প্ৰতীক

(খ) অশোক চক্ৰ

(গ) ৰেড চক্ৰ

উত্তৰঃ (ক) ৰাষ্ট্ৰসংঘৰ প্ৰতীক।

১৮। ৰাষ্ট্ৰসংঘৰ দিৱস কিমান তাৰিখে পালন কৰা হয় ?

(ক) ৫ অক্ট’বৰ

(খ) ২২ অক্ট’বৰ

(গ) ২৪ অক্ট’বৰ

উত্তৰঃ (গ) ২৪ অক্ট’বৰ।

১৯। ৰাষ্ট্ৰসংঘৰ মুখ্য় কাৰ্যালয় কোন চহৰত অৱস্থিত ?

(ক) আমেৰিকা যুক্তৰাষ্ট্ৰৰ

(খ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ-ইয়ৰ্ক

(গ) ইংলেণ্ড

উত্তৰঃ (খ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ-ইয়ৰ্ক।

২০। ৰাষ্ট্ৰসংঘৰ কেইটা অংগই কাম-কাজ পৰিচালনা কৰে ?

(ক) ছয়টা

(খ) সাতটা

(গ) আঠটা

উত্তৰঃ (ক) ছয়টা।

Type By- Subhas nath