শান্তি Chapter 9 | Class 11 Political Science Assam | Assamese Medium | HS 1st Year Political Science Question Answer | Political Science Notes and Suggestion | Peace |

শান্তি 

 Peace

Chapter 9

ৰচনাধৰ্মী প্ৰশ্ন ( Essay Type question ) 

১) শান্তি মানে কি বুজা ? বহলাই ব্যাখ্যা কৰা ।   

উত্তৰঃ    

২) মানুহৰ চিন্তাধাৰাৰ পৰিবৰ্তনে বিশ্বত শান্তিৰ বাতাবৰণ সৃষ্টি কৰিব পাৰেনে ? মানসিকতাই শান্তি আনিব পাৰিবনে আৰু কেৱল মানসিক তাৰ ওপৰত ধ্যান দিয়াটোৱেই যথেষ্ট নে ?

উত্তৰঃ   

৩) শান্তি প্ৰতিষ্ঠাৰ কাৰণে থকা বিভিন্ন উপায়বিলাক আলোচনা কৰা।

উত্তৰঃ 

৪) ৰাষ্ট্ৰই নাগৰিকৰ জীৱন আৰু অধিকাৰবোৰ ৰক্ষা কৰিব লাগে । অৱশ্যে কেতিয়াবা নিজৰ কাৰ্যই কিছুমান নাগৰিকৰ বিৰুদ্ধে হিংসাৰ উৎস হৈ পৰে । উদাহৰণেৰে মন্তব্য দাঙি ধৰা ।  

উত্তৰঃ          

৫) স্বাধীনতা , সমতা আৰু ন্যায় অনুভৱ কৰিব পাৰিলেহে শান্তি প্ৰতিষ্ঠা হব । কথাষাৰ মানি লোৱানে ?   

উত্তৰঃ     

৬) হিংসাৰ ব্যাৱহাৰে অৱশেষত ন্যায্যা উদ্দেশ্যত উপনীয় হব । এই কথাষাৰ বিষয়ে তুমি কি ভাবা ? 

উত্তৰঃ     

৭) সাৰ্বভৌম ৰাষ্ট্ৰই কেতিয়াবা শান্তিত বাধাৰ সৃষ্টি কৰে নেকি আলোচনা কৰা ।

উত্তৰঃ

৮) শান্তি  মানে কি ? শান্তি ব্যাহত কৰিব পৰা কাৰকসমূহ ব্যাখ্যা কৰা।   

উত্তৰঃ      

৯) উত্তৰ – পূব ভাৰতত হোৱা সংঘাত আৰু হিংসাৰ কাৰকবোৰ আলোচনা কৰা । 

উত্তৰঃ   

১০) ক্ষমতাৰ ভাৰসাম্য মানে কি বুজা ? আমাৰ দৈনন্দিন জীৱনত ক্ষমতাৰ ভাৰসাম্য় নীতি অনুশীলনি কৰোনে ? মন্তব্য দিয়া । 

উত্তৰঃ 

১১) শান্তিৰ বাবে অহিংসা প্ৰয়োজনীয় বুলি ভাবা নে ? বিষয়টোৰ ইতিবাচক আৰু নেতিবাচক দিশ দুটা ব্যাখ্যা কৰা ।    

উত্তৰঃ    

১২) হিংসাত্মক পন্থা প্ৰয়োগেৰে শান্তি স্থাপন কৰিব পাৰি বুলি তুমি ভাবানে ? উদাহৰণসহ আলোচনা কৰা । 

উত্তৰঃ   

১৩) শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত থকা প্ৰত্যাহবানসমূহ আলোচনা কৰা ।  

উত্তৰঃ 

১৪) গাঁথনিত হিংস্ৰতাৰ ভিন্ন ৰূপে শান্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি  কৰিব পাৰে নে ? 

উত্তৰঃ  

১৫) শান্তিৰ অনুসন্ধানত বিভিন্ন কাৰক সমূহ আলোচনা কৰা ।   

উত্তৰঃ   

১৬) সাম্প্ৰতিক বিশ্বত শান্তিৰ প্ৰতি অহা ভাবুকিসমূহ আলোচনা কৰা।       

উত্তৰঃ    

১৭) একৈছ শতিকাৰ বিশ্বৰ শান্তিৰ প্ৰতি অহা ভাবুকিৰ বিষয়ে আলোচনা কৰা ।   

উত্তৰঃ               

চমু উত্তৰৰ প্ৰশ্ন ( Short answer question )  

১) শান্তি প্ৰতিষ্ঠাৰ দুটা পদ্ধতি লিখা । 

উত্তৰঃ   

২) শান্তিৰ প্ৰয়োজনীয়তা ব্যা খ্যা কৰা ।  

উত্তৰঃ    

৩) শান্তিৰ অৰ্থ ব্যাখ্যা কৰা ।    

উত্তৰঃ    

৪) যুদ্ধ প্ৰতিৰোধৰ চাৰিটা উপায় ব্যাখ্যা কৰা ।   

উত্তৰঃ   

৫) সাৰ্বভৌম ৰাষ্ট্ৰই বিশ্বশান্তিত বাধাৰ সৃষ্টি কৰে বুলি ভাবা নে ? মন্তব্য দিয়া । 

উত্তৰঃ   

৬) বিশ্বশান্তি প্ৰতিষ্ঠাত আন্তৰ্জাতিক আইনৰ ভূমিকা আলোচনা কৰা।উত্তৰ    

৭) বিশ্বশান্তি প্ৰতিষ্ঠাত ৰাষ্ট্ৰসংঘৰ ভূমিকা চমুকৈ লিখা । 

উত্তৰঃ      

৮) সন্ত্ৰাসবাদীয়ে কিদৰে বিশ্বশান্তিত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে চমুকৈ বৰ্ণনা কৰা ।  

উত্তৰঃ     

৯) উত্তৰ – পূব ভাৰতত সৃষ্টি হোৱা সন্ত্ৰাসবাদৰ  চাৰিটা কাৰণ উল্লেখ কৰা ।   

উত্তৰঃ   

১০) ক্ষমতাৰ ভাৰসাম্য মানে কি বুজা ? আমাৰ দৈনন্দিন জীৱনত ক্ষমতাৰ ভাৰসাম্য নীতি  অনুশীলন কৰোনে ? মন্তব্য দিয়া ।   

উত্তৰঃ 

১১) শান্তিৰ বাবে অহিংসা প্ৰয়োজনীয় বুলি ভাবা নে ? বিষয়টোৰ ইতিবাচক আৰু নেতিবাচক দিশ দুটা ব্যাখ্যা কৰা ।   

উত্তৰঃ   

১২) হিংসাত্মক পন্থা প্ৰয়োগেৰে শান্তি স্থাপন কৰিব পাৰি বুলি তুমি ভাবানে ? উদাহৰণসহ আলোচনা কৰা।   

উত্তৰঃ   

১৩) শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বানসমূহ আলোচনা কৰা। 

উত্তৰঃ  

১৪) গাথঁনিত হিংস্ৰতাৰ ভিন্ন ৰূপে শান্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে নে?

উত্তৰঃ    

১৫) শান্তিৰ অনুন্ধানত বিভিন্ন কাৰকসমূহ আলোচনা কৰা।   

উত্তৰঃ    

১৬) সাম্প্ৰতিক বিশ্বত শান্তিৰ প্ৰতি অহা ভাবুকিসমূহ আলোচনা কৰা।   

উত্তৰঃ   

১৭) একৈছ শতিকাৰ বিশ্বৰ শান্তিৰ প্ৰতি অহা ভাবুকিৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ    

চমু উত্তৰৰ প্ৰশ্ন (Short answer question ) : 

১) শান্তি প্ৰতিষ্ঠাৰ দুটা পদ্ধতি লিখা ।  

উত্তৰঃ   

২) শান্তিৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰা ।   

উত্তৰঃ    

৩) শান্তিৰ অৰ্থ ব্যাখ্যা কৰা ।  

উত্তৰঃ   

৪) যুদ্ধ প্ৰতিৰোধৰ চাৰিটা উপায় ব্যাখ্যা কৰা ।  

উত্তৰঃ   

৫) সাৰ্বভৌম ৰাষ্ট্ৰই বিশ্বশান্তিত বাধাৰ সৃষ্টি কৰে বুলি ভাবা নে ? মন্তব্য দিয়া ।    

উত্তৰঃ    

৬) বিশ্বশান্তি প্ৰতিষ্ঠাত আন্তজাৰ্তিক আইনৰ ভূমিকা আলোচনা কৰা। উত্তৰ   

৭) বিশ্বশান্তি প্ৰতিষ্ঠাত ৰাষ্ট্ৰসংঘৰ ভূমিকা চুমকৈ লিখা ।  

উত্তৰঃ   

৮) সন্ত্ৰাসবাদীয়ে কিদৰে বিশ্বশান্তিত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ  

৯) উত্তৰ- পূব ভাৰতত সৃষ্টি হোৱা সন্ত্ৰাসবাদৰ চাৰিটা কাৰণ উল্লেখ কৰা ।    

উত্তৰঃ   

১০) হিংসা নিমূৰ্ল কৰি শান্তি প্ৰতিষ্ঠা কৰিব পৰা ষিকোনো চাৰিটা উপায় উল্লেখ কৰা ।    

উত্তৰঃ       

১১) বিশ্বশান্তি প্ৰতিষ্ঠাত ভাৰতৰ ভূমিকা চুমকৈ লিখা ।  

উত্তৰঃ        

১২) শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ৰাজসংঘই গ্ৰহণ কৰা কিছুমান পদক্ষেপ আলোচনা কৰা।    

উত্তৰঃ      

১৩) ক্ষমতাৰ কেন্দ্ৰীয়কৰণে শান্তি প্ৰতিষ্ঠাত বাধাৰ সৃষ্টি কৰে নেকি ? 

উত্তৰঃ     

১৪) সংঘাতৰ গাঁঠনি বুলিলে কি বুজা?

উত্তৰঃ     

১৫) ক্ষমতাৰ ভাৰসাম্য নীতিৰ অৰ্থ কি?    

উত্তৰঃ    

১৬) বিশ্বশান্তি প্ৰতিষ্ঠাত ৰাষ্ট্ৰসংঘৰ ভূমিকা আলোচনা কৰা ।   

উত্তৰঃ   

১৭) বিশ্ব ইতিবাসত থকা তিনিটা বৃহৎ হিংসাৰ ঘটনাৰ উদাহৰণ দিয়া ।উত্তৰ   

১৮) শান্তি কিয়ট ন্যায়সংগত ? 

উত্তৰঃ   

১৯) ৰাষ্ট্ৰসংঘৰ লক্ষ্য কি ?  

উত্তৰঃ   

২০) শান্তি আন্দোলন মানে কি বুজা ?

উত্তৰঃ  

২১) বৰ্তমান সময়ত আমেৰিকাত সন্ত্ৰাসবাদৰ এটা ধাৰণা দিয়া ।  

উত্তৰঃ   

অতি চমু উত্তৰ প্ৰশ্ন ( Very Short answer question )  

১) কোন চনত ছোভিয়েট ৰাছিয়াৰ ভাঙোনে সংঘটিত হৈছিল ?

উত্তৰঃ    

২) গ্ৰীন্ পীচ্ কি ?

উত্তৰঃ   

৩) বিশ্বশান্তি ৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা দুটা পদক্ষেপ লিখা । 

উত্তৰঃ   

৪) শান্তিৰ দুটা উপাদানৰ নাম লিখা ।   

উত্তৰঃ   

৫) গাঁথনিগত হিংসাৰ এটা উদাহৰণ দিয়া ।  

উত্তৰঃ  

৬) দুই প্ৰকাৰৰ গাথঁনিগত হিংসাৰ উল্লেখ কৰা । 

উত্তৰঃ  

৭) দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিশ্বত দুটা বিশ্বশক্তিৰ সৃষ্টি হয় । শক্তি দুটা কি কি ? 

উত্তৰঃ           

৮) বিশ্বত বহু লোকৰ মৃত্যু হোৱা দুটা ডাঙৰ ঘটনাৰ উল্লেখকৰা। 

উত্তৰঃ 

৯) ইউনেস্ক (UNSECO)- ৰ সম্পূৰ্ণ অৰ্থ লিখা।  

উত্তৰঃ  

১০) বিশ্বশান্তি প্ৰতিষ্ঠাৰ কাৰণে কাম কৰা দুজন মহান ব্যক্তিৰ নাম লিখা ।  

উত্তৰঃ   

১১) কিউবান মিছাইল সংকেট কেতিয়া সংঘটিত হৈছিল ?

উত্তৰঃ   

১২) যুদ্ধক সমৰ্থন কৰা এজন দাৰ্শনিকৰ নাম লিখা। 

উত্তৰঃ  

১৩) মাৰ্কিন যুক্তৰাষ্ট্ৰত কোন চনত বৰ্ণবাদ নিষিদ্ধ কৰা হৈছিল ?

উত্তৰঃ   

১৪) SAARC – ৰ সম্পূৰ্ণ অৰ্থ কি ?

উত্তৰঃ   

১৫) নাগাছাকি আৰু হিৰোছিমা কোন ৰাষ্ট্ৰৰ অন্তৰ্গত আছিল।  

উত্তৰঃ    

১৬) বড়ো জনজাতিৰ লোকসকলক কোন চনত স্বায়ত্বশাসনৰ মৰ্যাদা দিয়া হয় ?

উত্তৰঃ    

১৭) ৰাষ্ট্ৰসংঘই শান্তি  প্ৰতিষ্ঠাৰ কাৰণে গ্ৰহণ কৰা দুটা দৃষ্টিভংগী উল্লেখ কৰা। 

উত্তৰঃ  

১৮) আমাৰ সমাজত বৰ্ধিত হিংসাত্মক কাৰ্যৰ দুটা প্ৰধান কাৰণ উল্লেখ কৰা। 

উত্তৰঃ  

বস্তনিষ্ঠ প্ৰশ্নাৱলী ( Objective type question ) 

১) বিশ্বত কোনখন যুদ্ধ অস্ত্ৰহীনভাৱে সংঘটিত হৈছিল ?

উত্তৰঃ  

২) বিশ্বত শান্তি প্ৰতিস্থাৰ কাৰণে গঠন হোৱা বিশ্ব সন্থাটোৰ নাম কি ?

উত্তৰঃ  

৩) মহাত্মা গান্ধীৰ আন্দোলনৰ মূল মাধ্যম কি আছিল ?

উত্তৰঃ  

৪) ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰৰ ঘোষণা- পত্ৰ কোন চনত ঘোষণা কৰিছিল ?

উত্তৰঃ  

৫) বিশ্বত শীতল যুদ্ধ কেতিয়াৰ পৰা সূচনা হৈছিল ? 

উত্তৰঃ  

৬) ‘ দ্য ফ্লাৱাৰ্ছ অৱ হিৰোশ্বিমা ‘ গ্ৰন্থখন কোনে লিখিছিল ? 

উত্তৰঃ   

৭) ক্ষমতাৰ সম্ভ্ৰন্ত তত্ত্বটোৰ ( Elite Theory Of Power ) – ৰ লিখক কোন ? 

উত্তৰঃ   

৮) নেলছন মেণ্ডেলাই লিখা তেওঁৰ আত্মজীৱনী গ্ৰন্থখনৰ নাম কি ?

উত্তৰঃ  

৯) ভাৰতৰ কোনজন মহান ব্যক্তিয়ে শান্তি বা সামাজিক ন্য়ায় প্ৰতিষ্ঠাৰ স্বাৰ্থতো হিংসাত্মক পন্থা প্ৰয়োগ কৰাতো বিৰোধিতা কৰিছিল? 

উত্তৰঃ  

১০) শান্তি প্ৰতিষ্ঠাৰ কাৰণে থকা বিভিন্ন দৃষ্টিৰ এটা উল্লেখ কৰা ।  

উত্তৰঃ  

১১) “শান্তি মানে যুদ্ধৰ অনুপস্থিতি । ” – শদ্ধ নে অশুদ্ধ ?

উত্তৰঃ  

১২) আমি সকলোৱে শুনি থকা বিশ্বায়ন (Globalisation) নামৰ অৰ্থনৈতিক প্ৰক্ৰিয়াটোৱে ৰাষ্ট্ৰত সাৰ্বভৌমত্বৰ ধাৰণাটোৰ গুৰুত্ব কমাই আনিছে । ( হয় নে নহয় লিখা ) 

উত্তৰঃ   

১৩) স্বাধীনতা , সমতা আৰু ন্যায় থাকিলে শান্তি প্ৰতিষ্ঠা হয় ( হয় নে নহয় ) । 

উত্তৰঃ 

১৪) আন্তৰ্জাতিক আইনে সন্ত্ৰাসবাদ / শান্তি / সামূহিক নিৰাপত্তা / অস্ত্ৰ নিয়ন্ত্ৰণৰ প্ৰমোচন ঘটায় ( ভূল উত্তৰ বাছি উলিওৱা )। 

উত্তৰঃ