সামাজিক ন্যায় | Chapter 4 | Class 11 Political Science Assam | Assamese Medium | HS 1st Year Political Science Question Answer | Political Science Notes and Suggestion | Social justice |

সামাজিক ন্যায়

Social justice

Chapter 4

 

ৰচনাধৰ্মী প্ৰশ্ন ( Essay Type Question ) :

১) ন্যায়ৰ বিভিন্ন নীতিসমূহ আলোচনা কৰা । 

উত্তৰঃ

২) ন্যায় কাক বোলে ? ন্যায় সম্পৰ্কে প্লেটোৰ মতবাদ আলোচনা কৰা।

উত্তৰঃ 

৩) ন্যায়ৰ অৰ্থ বহলাই ব্যাখ্যা কৰা । 

উত্তৰঃ 

৪) ন্যায়ৰ আধুনিক অৱধাৰণা ব্যাখ্যা কৰা । 

উত্তৰঃ

৫) ন্যায়ৰ আধুনিক শ্ৰেণীবিভাজন চমুকৈ আলোচনা কৰা । 

উত্তৰঃ 

৬) “প্ৰত্যেকজন ব্যক্তিয়েই তেওঁৰ প্ৰাপ্য পোৱা উচিত ” বুলি কোৱা নীতিবোৰে কি সূচায় ? সময়ৰ পৰিৱৰ্তনৰ লগে লগে এই ধাৰণাৰ কি ধৰণে পৰিৱৰ্তন হৈছে ?

উত্তৰঃ  

৭) এই অধ্যানটোত বৰ্ণনা কৰা ন্যায়ৰ তিনিটা নীতি আলোচচনা কৰা। প্ৰত্যেকটো নীতি উদাহৰণে ব্যাখ্যা কৰা । 

উত্তৰঃ  

৮) বিশেষ প্ৰয়োজনৰ নীতিটোৱে সকলোকে সমান আচৰণ কৰা নীতিটোক বিৰোধীতা কৰে নেকি ? আলোচনা কৰা ।  

উত্তৰঃ  

৯) জন্ ৰাৱেলেছে তেওঁৰ অজ্ঞতাৰ আঁৰকাপোৰ (Veli of Lgnorance)-ৰ ধাৰাণাক সামাজিক ন্যায়ৰ আলোচনাত কেনেকৈ ব্যৱহাৰ কৰিছে ?

উত্তৰঃ  

১০)  সুস্থ আৰু সৃষ্টিশীল জীৱন-যাপনৰ বাবে মানুহৰ প্ৰয়োজনীয় মৌলিক চাহিদাবোৰ কি কি  ? এনে মৌলিক প্ৰয়োজনীয়তা পূৰণত চৰকাৰৰ কি ভূমিকা থাকিব পাৰে ?

উত্তৰঃ  

১১) সামাজিক ন্যায় বুলিলে কি বুজা বহলাই আলোচনা কৰা । 

উত্তৰঃ

১২) সামাজিক ন্যায়ৰ বিভিন্ন দিশবোৰ ব্যাখ্যা কৰা ।

উত্তৰঃ  

১৩) ন্যায়ৰ প্ৰসংগত সমান আচৰণ সম্পৰ্কে আলোচনা কৰা । 

উত্তৰঃ  

১৪) সমতাৰ অধিকাৰ আৰু সমদক্ষ লোকৰ প্ৰতি সম ব্যৱহাৰ মানে কি বুজা ?আলোচনা কৰা ।

উত্তৰঃ  

১৫) সমানুপাতিক ন্যায় বুলিলে কি বুজা ব্যাখ্যা কৰা । 

উত্তৰঃ  

১৬) সঠিক বিতৰণ মানে কি বুজা ? ভাৰতত এই নীতিটোত প্ৰযোজ্য আছে নে ?

উত্তৰঃ  

১৭) মুক্ত বজাৰ ব্যৱস্থাই কিদৰে সমাজত ন্যায় প্ৰতিষ্ঠা কৰাত সহায় কৰিব বুজাই লিখা । 

উত্তৰঃ  

১৮) জন্ ৰাউলছ্ৰ ন্যায়ৰ তত্ত্বটো চমুকৈ আলোচনা কৰা । 

উত্তৰঃ  

১৯) আইন আৰু ন্যায়ৰ সম্পৰ্ক বিচাৰ কৰা ।

উত্তৰঃ

চমু উত্তৰৰ প্ৰশ্ন ( Short answer question) :

১) ন্যায়ৰ অৰ্থ ব্যাখ্যা কৰা । 

উত্তৰঃ


২) সামাজিক ন্যায় বুলিলে কি বুজা ?

উত্তৰঃ

৩) অৰ্থনৈতিক ন্যায় সম্পৰ্কে এটা টোকা লিখা ।

উত্তৰঃ

৪) ৰাজনৈতিক ন্যায় বুলিলে কি বুজা নাইবা টোকা লিখা । 

উত্তৰঃ

৫) সামাজিক ন্যায় প্ৰতিষ্ঠাৰ কাৰণে ভাৰত চৰকাৰে গ্ৰহণ কৰা যিকোনো চাৰিটা উপায় উল্লেখ কৰা ।

উত্তৰঃ

৬) সমানুপাতিক ন্যায় ধাৰণাই সমাজত সমতা প্ৰতিষ্ঠাত কিদৰে সহায় কৰে ব্যাখ্যা কৰা । 

উত্তৰঃ  

৭) সংৰক্ষণৰ ব্যৱস্থাই কেতিয়াবা সংঘৰ্ষৰ সৃষ্টি কৰিব পাৰে নেকি ? 

উত্তৰঃ  

৮) ভাৰতৰ অধিকসংখ্যক মানুহ সামাজিক ন্যায়ৰ পৰা বঞ্চিত হৈ থকা বুলি ভাবা নে ?

উত্তৰঃ  

৯) ন্যায়ৰ খাতিৰত বিশেষ প্ৰয়োজনক কেনেকৈ স্বৃকৃতি দিয়া হয় লিখা। 

উত্তৰঃ  

১০) বৰ্তমান ভাৰতীয় সমাজত প্ৰকৃত ন্যায় প্ৰতিষ্ঠা হৈছে বুলি তমমি ভাবানে ? উত্তৰৰ সমৰ্থনত যুক্তি দিয়া । 

উত্তৰঃ  

১১) জন্ ৰাৱেলছৰ ন্যায়ৰ ধাৰণা সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰা । 

উত্তৰঃ  

১২) মুক্ত বজাৰৰ সাধাৰণ সক্ষণসমূহ কি কি ? 

উত্তৰঃ  

১৩) বিভিন্ন সংস্কৃতি বা সভ্যতাত ন্যায়ৰ ধাৰণা সম্পৰ্কে চমুকৈ আলোচনা কৰা । 

উত্তৰঃ  

১৪) সঠিক বিতৰণ কি বুজাই লিখা । 

উত্তৰঃ  

১৫) মুক্ত বজাৰৰ সপক্ষে চাৰিটা যুক্তি দিয়া । 

উত্তৰঃ   

১৬) সামাজিক ন্যায়ৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।  

উত্তৰঃ  

১৭) জে.এচ মিলৰ ন্যায়ৰ ধাৰণা ব্যাখ্যা কৰা । 

উত্তৰঃ  

১৮) বিতৰণমূলকয়ংজ্ঞা দিয়া । ভাৰত চৰকাৰে সামাজিক ন্যায় প্ৰতিষ্ঠা কৰিবৰ বাবে গ্ৰহণ কৰা যিকোনো দুটা পদক্ষেপ  উল্লেখ কৰা।

উত্তৰঃ

অতি চমু উত্তৰৰ প্ৰশ্ন ( Very short answer questions) 

১) Raw1- ৰ ন্যায়ৰ তত্ত্বটো কি ?

উত্তৰঃ 

২) দুজন এনে চিন্তাবিদৰ নাম লিখা যিয়ে অন্যায়ক ন্যায়তকৈ ভাল বুলি অনুভৱ কৰিছে । 

উত্তৰঃ 

৩) কোনজন জাৰ্মান দাৰ্শনিকে ন্যায়ৰ ধাৰণাক মানুহৰ মৰ্যাদাৰ লগত জড়িত কৰিছিল ?

উত্তৰঃ 

৪) ন্যায়ৰ দুটা নীতি উল্লেখ কৰা । 

উত্তৰঃ 

৫) ন্যায়ৰ দুটা মৌলিক বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ 

৬) মুক্ত বজাৰ নীতিৰ দুটা সুবিধা উল্লেখ কৰা । 

উত্তৰঃ 

৭) মুক্ত বজাৰৰ দুটা অসুবিধা লিখা । 

উত্তৰঃ

৮) ন্যায়ৰ দুটা সূত্ৰ লিখা ।   

উত্তৰঃ

৯) শুদ্ধ-অশুদ্ধ বাছি উলিওৱাঃ

(ক) সামাজিক ন্যায় আৰু সমতাৰ মাজত গুৰুত্ৱপূৰ্ণ সম্বদ্ধ আছে । 

উত্তৰঃ 

(খ) বৈষম্য দুৰীকৰণ সামাজিক ন্যায় প্ৰতিষ্ঠাৰ লক্ষ্য নহয় । 

উত্তৰঃ 

(গ) ভাৰতীয় সংস্কৃতিত ন্যায়ৰ ধাৰণাটোক ধৰ্ম বুলিও কোৱা হয় । 

উত্তৰঃ 

(ঘ) সম্পদৰ পুনৰ বিতৰণ সামাজিক ন্যায় প্ৰতিষ্ঠাৰ উপায় নহয় । 

উত্তৰঃ

১০) সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা দুখন আচঁনিৰ নাম লিখা । 

উত্তৰঃ

১১) সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে দুটা নীতিৰ উল্লেখ কৰা । 

উত্তৰঃ 

১২) সামাজিক ন্যায় আৰু অৰ্থনৈতিক ন্যায়ৰ মাজৰ দুটা পাৰ্থক্য উল্লেখ কৰা । 

উত্তৰঃ 

১৩) যিকোনো দুটা ন্যায়ৰ নাম লিখা  । 

উত্তৰঃ

১৪) ন্যায় তত্ত্ৱ থকা গ্ৰন্থ খনৰ নাম কি ?

উত্তৰঃ 

১৫) জন্ ৰাৱেলছৰ গ্ৰন্থখনৰ নাম কি ?

উত্তৰঃ

১৬) মুক্ত বজাৰ অৰ্থনীতিৰ দুজন সমৰ্থকৰ নাম লিখা । 

উত্তৰঃ

১৭) ‘ Dikaiosime’ কোন ভাষাৰ শব্দ ?

উত্তৰঃ

১৮) এৰিষ্ট’টলৰ ন্যায়ৰ সংকল্পনাক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি ?

উত্তৰঃ 

১৯) প্ৰাচীন কালত ন্যায় সম্পৰ্কে মতামত আগবঢ়োৱা দুজন গ্ৰীক দাৰ্শনিকৰ নাম লিখা ।

উত্তৰঃ

২০) ‘অজ্ঞতাৰ আঁৰকাপোৰ’ৰ ধাৰণাটো কাৰ ?

উত্তৰঃ

২১) ন্যায় প্ৰতিষ্ঠাৰ বাবে জন্ ৰাউলসে পোষকতা কৰা দুটা নীতি কি কি  ?

উত্তৰঃ

বস্তনিষ্ঠ প্ৰশ্নাৱলী ( Objective questions): 

১) মানুহে প্ৰকৃত ন্যায় উপভোগ কৰে – 

(ক) একনায়কত্ববাদত        (খ) সৰ্বাত্মক ৰাষ্ট্ৰত      (গ) ৰাজতন্ত্ৰত  

(ঘ) গণতন্ত্ৰত        

উত্তৰঃ

২) ন্যায় প্ৰতিষ্ঠাৰ কাৰণে আৱশ্যক –  

(ক) প্ৰতিশ্ৰুতিবদ্ধ ন্যায়পালিকা      (খ) স্বাধীন ন্যায়পালিকা  

 (গ) ভয়াতুৰ ন্যায়াধীশ                    (ঘ) অসাধু ন্যায়ধীশ 

উত্তৰঃ

৩) ন্যায় কোনে পৰিচালনা / প্ৰদান কৰে 

(ক) কাৰ্যপালিকাই                     (খ) ন্যায়পালিকাই     

(গ) বিধানমণ্ডলে                        (ঘ) ৰাজনৈতিক দলে

উত্তৰঃ

৪) কোন প্ৰকাৰৰ ন্যায়ক ভাৰতীয় সংবিধানৰ প্ৰস্তাবনাত স্থান দিয়া হৈছে  ?

(ক) সামজিক ন্যায়                   (খ) অৰ্থনৈতিক ন্যায়           

(গ) ৰাজনৈতিক ন্যায়               (ঘ) সাংস্কৃতিক ন্যায় 

উত্তৰঃ

৫) মানুহে প্ৰকৃত ন্যায় পাব পাৰে – 

(ক) একনায়কত্ত্ববাদত              (খ) সৰ্বাত্মবাদত   

(গ) ৰাজতন্ত্ৰত  (ঘ) গণতন্ত্ৰত 

উত্তৰঃ