সুখ | AJB Class 7 Assamese MCQ’s Assamese Medium | Chapter 11 | Class 7 Assamese Chapter 11 MCQ’s Type Question | AJB Class 7 Assamese |

সুখ

Chapter 11

১। সুখ বিচাৰোঁতে ক’ত দুখৰ উপৰি দুখ পায়?

(ক) ঘৰত

(খ) সংসাৰত

(গ) পৰিয়ালৰ মানুহৰ লগত

উত্তৰ- (খ) সংসাৰত ।

২। পৰক আপোন কৰিব পাৰিলে সংসাৰত কি নাথাকে?

(ক) সুখ নাথাকে

(খ) দুখ নাথাকে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) দুখ নাথাকে ।

৩। পৰমপিতাৰ সকলো কি পৃথিৱীৰ আমাৰ ঘৰ?

(ক) সন্তান আমাৰ ঘৰ

(খ) জীৱ-জন্তু আমাৰ ঘৰ

(গ) ভগৱান আমাৰ ঘৰ

উত্তৰ- (ক) সন্তান আমাৰ ঘৰ ।

৪। পৰৰ কাৰণে কান্দিব জানিলে কিহত সুখ পায়?

(ক) হাঁহোনতো সুখ পায়

(খ) কান্দোনতো সুখ পায়

(গ) স্বাৰ্থৰ পৰ কৰিলেও সুখ পায়

উত্তৰ- (খ) কান্দোনতো সুখ পায় ।

৫। কবিতাটোৰ কবি কোন?

(ক) জ্য়োতিপ্ৰসাদ আগৰৱালা

(খ) লক্ষ্মীনাথ বেজবৰুৱা

(গ) আনন্দচন্দ্ৰ আগৰৱালা

উত্তৰ- (গ) আনন্দচন্দ্ৰ আগৰৱালা ।

৬। আনন্দচন্দ্ৰ আগৰৱালা কিমান চনত জন্ম হৈছিল?

(ক) ১৮৭৩ চনত

(খ) ১৮৭৪ চনত

(গ) ১৮৭৫ চনত

উত্তৰ- (খ) ১৮৭৪ চনত ।

৭। তেওঁ এখন কবিতাৰ পুথিৰ নাম কি?

(ক) জিলিকনি

(খ) বেদুইন

(গ) বীণবৰাগী

উত্তৰ- (ক) জিলিকনি ।

৮। সেন্দূৰীয়া আলি সুগন্ধি কি ফুলে?

(ক) পদুম ফুলে

(খ) তগৰ ফুলে

(গ) কুসুম ফুলে

উত্তৰ- (গ) কুসুম ফুলে ।

৯। পৰৰ অভাৱত পৰৰ দুখত কি পমি যায়?

(ক) হিয়া

(খ) মন

(গ) লওপৰৰ এটাও নহয়

উত্তৰ- (ক) হিয়া ।

১০। আনন্দচন্দ্ৰ আগৰৱালা কিমান চনত মৃত্য়ু হৈছিল?

(ক) ১৯৩৭ চনত

(খ) ১৯৩৮ চনত

(গ) ১৯৩৯ চনত

উত্তৰ- (গ) ১৯৩৯ চনত ।

১১। স্বাৰ্থৰ বাট কি?

(ক) দুখৰ কাঁইট

(খ) সুখৰ কাঁইট

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) দুখৰ কাঁইট ।

১২। সুখৰ দুখৰ কি কাৰণ?

(ক) স্বাৰ্থই কাৰণ

(খ) মনেই কাৰণ

(গ) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰ- (খ) মনেই কাৰণ ।

১৩। নিঃস্বাৰ্থৰ বাটত কি ফুলে?

(ক) সেন্দূৰীয়া আলি ফুলে

(খ) সুগন্ধিকুসুম ফুলে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) সুগন্ধিকুসুম ফুলে ।

১৪। আগৰৱালাদেৱৰ কবিতা পুথিখনৰ নাম কি?

(ক) জোনাকী

(খ) জিলিকনি

(গ) বিজুলী

উত্তৰ- (খ) জিলিকনি ।

১৫। আনন্দচন্দ্ৰ আগৰৱালাক কি বুলি জনাজাত যায়?

(ক) কবি

(খ) ভাঙনি কোঁৱৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ভাঙনি কোঁৱৰ ।

১৬। দিনত কণা=? 

(ক) দীনকণা

(খ) দিনকণা

(গ) দিনকনা

উত্তৰ- (খ) দিনকণা ।

১৭। পৰৰ কাৰণে খাতিব পাৰিলে সংসাৰ  কি হয়?

(ক) দুখৰ ঠাই হয়

(খ) সুখৰ ঠাই হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) সুখৰ ঠাই হয় ।

১৮। সুখ বিচাৰোঁতে মানুহে সংসাৰত কি পায়?

(ক) দুখ

(খ) সুখ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) সুখ ।

১৯। কাৰ পাছে পাছে সুখ ফুৰে?

(ক) মানুহৰ

(খ) যিয়ে স্বাৰ্থ-বলিদান দিব পাৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) যিয়ে স্বাৰ্থ-বলিদান দিব পাৰে ।

২০। সেন্দুৰ + ঈয়া=?

(ক) সেন্দুৰিয়া

(খ) সেন্দুৰীয়া

(গ) সেন্দোৰীয়া

উত্তৰ- (খ) সেন্দুৰীয়া ।

Type by- Bikul Mandal