স্বাধীনতা | Chapter 2 | Class 11 Political Science Assam | Assamese Medium | HS 1st Year Political Science Question Answer | Political Science Notes and Suggestion | Freedom |

স্বাধীনতা 

Freedom

Chapter 2 

প্ৰশ্নাৱলীঃ 

ৰচনাধৰ্মী প্ৰশ্ন (Essay Type Questions):

১) স্বাধীনতা কি ? স্বাধীনতাৰ অৰ্থ ব্যাখ্যা কৰা । 

উত্তৰঃ

২) স্ৱাধীনতাৰ সংজ্ঞা দিয়া । স্ৱাধীনতাৰ আদৰ্শসমূহ আলোচনা কৰা । 

উত্তৰঃ

৩) স্ৱাধীনতা মানে কি বুজা ? ব্যাক্তি স্বাধীনতা আৰু ৰাষ্ট্ৰৰ স্বাধীনতাৰ মাজত সম্পৰ্ক আছে নে ?

উত্তৰঃ

৪) স্বাধীনতাৰ সকৰাত্মক আৰু নকৰাত্মক ধাৰণাৰ মাজত পাৰ্থক্য কি কি ? 

উত্তৰঃ

৫) সামাজিক বাধা-নিষেধ মানে কি ? স্বাধীনতা উপভোগৰ বাবে নিষেধৰ প্ৰয়োজনীয়তা আছে নে ?                

উত্তৰঃ 

৬) সকাৰাত্মক স্বাধীনতাৰ তাৎপৰ্য সম্পৰ্কে এটা টোকা লিখা । 

উত্তৰঃ

৭) স্বাধীনতা কি ? স্বাধীনতাৰ  সুৰক্ষাৰ বাবে থকা বিভিন্ন উপায়বোৰ ব্যাখ্যা কৰা । 

উত্তৰঃ 

৮) স্বাধীনতাৰ সংজ্ঞা লিখি ইয়াৰ শ্ৰেণীবিভাজন আলোচনা কৰা । 

উত্তৰঃ 

৯) নাগৰিকৰ স্বাধীনতা ৰক্ষনা – বেক্ষণত ৰাষ্ট্ৰৰ ভূমিকা কি ?

উত্তৰঃ 

১০) মত প্ৰকাশৰ স্বাধীনতা কি ? তোমাৰ মতে মত প্ৰকাশৰ স্বাধীনতাৰ যুক্তিসংগত বাধা কি কি ? উদাহৰণ দিয়া ।           

উত্তৰঃ

১১) মহাত্মা গান্ধীৰ স্বৰাজৰ ধাৰণা ব্যাখ্যা কৰা । 

উত্তৰঃ

১২) স্বাধীনতা উপভোগৰ ক্ষেত্ৰত থকা সীমাবন্ধতাৰ উৎসসমূহ  ব্যাখ্যা কৰা । 

উত্তৰঃ 

১৩) উদাৰতাবাদ মানে কি বুজা ? উদাৰতাবাদৰ বিকাশ সম্পৰ্কে আলোচনা কৰা । 

উত্তৰঃ 

১৪) আধুনিক উদাৰতাবাদৰ মূল নীতিসমূহৰ বিৱৰণ দিয়া । 

উত্তৰঃ

১৫) নকাৰাত্মক ( নেতিবাচক ) আৰু সকাৰাত্মক ( ইতিবাচক) স্বাধীনতাৰ ধাৰণা সম্পৰ্কে আলোচনা কৰা । 

উত্তৰঃ

১৬) স্বাধীনতা কি ? তোমাৰ মতে স্বাধীনতা ৰক্ষাৰ আটাইতকৈ উত্তম উপায়টো কি ? চমুকৈ ব্যাখ্যা কৰা । 

উত্তৰঃ

১৭) সমাজত বাস কৰা ব্যাক্তিয়ে কোনো বাধা নোহোৱা জীৱন – যাপন কৰিব পাৰেনে ? যদি নোৱাৰে কিয় ?

উত্তৰঃ

চমু উত্তৰৰ প্ৰশ্ন ( Short answer question ) 

১) স্বাধীনতাৰ আদৰ্শ সম্পৰ্কে এটি টোকা লিখা । 

উত্তৰঃ

২) স্বাধীনতা ৰক্ষাৰ দুটা উপায় উল্লখ কৰা । 

উত্তৰঃ

৩) সুভাষ চন্দ্ৰ বসুৰ স্বাধীনতাৰ ধাৰণা ব্যাখ্যা কৰা । 

উত্তৰঃ 

৪) মহাত্মা গান্ধীৰ স্বৰাজৰ ধাৰণা সম্পৰ্কে লিখা । 

উত্তৰঃ

৫) উদাৰতাবাদে কি বুজায় লিখা । 

উত্তৰঃ

৬) আধুনিক উদাৰতাবাদৰ এটা বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ

৭) উদাৰতাবাদৰ গুৰুত্ব সম্পৰ্কে ব্যাখ্যা কৰা ।

উত্তৰঃ

৮) উদাৰতাবাদৰ যিকোনো চাৰিটা ক্ৰটি উল্লেখ কৰা। 

উত্তৰঃ 

৯) স্বাধীনতাৰ শ্ৰেণীবিভাগ কৰা ।

উত্তৰঃ

১০) প্ৰাকৃতিক স্বাধীনতা মানে কি বুজা ?

উত্তৰঃ

১১) নাগৰিক স্বাধীনতা বুলিলে কি বুজা ? চমুকৈ আলোচনা কৰা ।

উত্তৰঃ

১২) স্বাধীনতা ৰক্ষাৰ চাৰিটা উপায় উল্লেখ কৰা । 

উত্তৰঃ

১৩)সকাৰাত্মক স্বাধীনতাই কি বুজায় । 

উত্তৰঃ

১৪) নকাৰাত্মক স্বাধীনতাৰ ধাৰণা সম্পৰ্কে ব্যাখ্যা কৰা । 

উত্তৰঃ

১৫) মত প্ৰকাশৰ স্বাধীনতা সম্পৰ্কত জন ষ্টুৱাৰ্ট মিলৰ ধাৰণা ব্যাখ্যা কৰা । 

উত্তৰঃ 

১৬) গণতন্ত্ৰত বাক্ – স্বাধীনতাৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰা । 

উত্তৰঃ 

 ১৭) সীমাবদ্ধতাৰ দুটা উৎস উল্লেখ কৰা । 

উত্তৰঃ

১৮) নকাৰাত্মক আৰু সকাৰাত্মক স্বাধীনতাৰ মাজৰ চাৰিটা পাৰ্থক্য উল্লেখ কৰা ।  

উত্তৰঃ  

১৯) স্বৰাজ সম্পৰ্কে গান্ধীজীৰ মতামত কি ?

উত্তৰঃ

২০) ” চিৰন্তন সতৰ্কতা স্বাধীনতাৰ মূল ”- মন্তব্য দিয়া । 

উত্তৰঃ 

২১) অৰ্থনৈতিক আৰু ৰাজনৈতিক স্বতন্ত্ৰতা কেনেদৰে পৰস্পৰ সম্পৰ্কযুক্ত ?

উত্তৰঃ

২২) স্বাধীনতাত বাধা প্ৰদান কৰা অৱশ্যক বুলি তুমি ভাবানে ? তিনিটা কাৰণ দিয়া । 

উত্তৰঃ 

২৩) নেতিবাচক স্বতন্ত্ৰতা সম্পৰ্কে তিনিটা যুক্তি দিয়া। 

উত্তৰঃ

২৪) ইন্টাৰনেটৰ যুগত মত প্ৰকাশৰ স্বাধীনতা সম্বন্ধে চমু টোকা লিখা।

উত্তৰঃ 

অতি চমু উত্তৰৰ প্ৰশ্ন ( Very Short Answer Questions ) 

১) স্বাধীনতাক মানৱজাতিৰ এক মৌলিক অধিকাৰ বুলি কোনে প্ৰথমে যুক্তি দৰ্শাইছিল। 

উত্তৰঃ

২)  স্বাধীনতা ৰক্ষাৰ দুটা উপায় উল্লেখ কৰা । 

উত্তৰঃ

৩) অৰ্থনৈতিক স্বাধীনতাই কি বুজায় ?

উত্তৰঃ

৪) স্বাধীনতাৰ দুটা আদৰ্শ উল্লেখ কৰা । 

উত্তৰঃ

৫) নেতিবাচক স্বাধীনতা বুলিলে কি বুজা ?

উত্তৰঃ

৭) সকাৰাত্মক স্বাধীনতা বুলিলে কি বুজা ?

উত্তৰঃ

৮) স্বাধীনতাৰ সীমাবদ্ধতাৰ দুটা প্ৰয়োজনীয়তা লিখা । 

উত্তৰঃ 

৯) স্বেচ্ছাচাৰী শাসনে কিদৰে ব্যাক্তি স্বাধীনতাত হস্তক্ষেপ কৰে ? 

উত্তৰঃ

১০) মত প্ৰকাশত স্বাধীনতাৰ সমৰ্থত দুটা যুক্তি দিয়া । 

উত্তৰঃ

১১) আইন শাসন বুলিলে কি বুজা ?

উত্তৰঃ 

১৩) স্বাধীনতাৰ প্ৰকাৰত্মক ( ইতিবাদক) ধাৰণা । 

উত্তৰঃ 

১৪) স্বাধীনতাৰ একাকত্মক নেচিবাচক ধাৰণা ।

উত্তৰঃ 

১৫) স্বাধীনতাৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ 

১৬) প্ৰাকৃতিক স্বাধীনতা কি ?

উত্তৰঃ

১৭) বাধাৰ দুটা উৎস উল্লেখ কৰা । 

উত্তৰঃ

১৮) নেলচন মেণ্ডেলাৰ আত্মজীৱনীখনৰ নাম কি ?

উত্তৰঃ

বস্তুনিষ্ঠ প্ৰশ্নানলী ( Objective type questions )

১) স্বাধীনতা ৰক্ষাৰ এটা উপায় উল্লেখ কৰা  

উত্তৰঃ

২) সমতা আৰু স্বাধীনতা পৰস্পৰ পৰিপূৰক ( হয় নে নহয় লিখা  

উত্তৰঃ 

৩) চিৰন্তন সতৰ্কতাই স্বাধীনতাৰ  মূল ( শুদ্ধ নে অশুদ্ধ  লিখা) 

উত্তৰঃ 

৪) স্বাধীনতাৰ এটা আদৰ্শ উল্লেখ কৰা  । 

উত্তৰঃ

৫) স্বাধীনতা এটা দিশ হল নকৰাত্মক আনটো কি ?

উত্তৰঃ

৬) স্বৰাজৰ ধাৰণৰ লগত জড়িত ব্যক্তিজনৰ নাম লিখা ?

উত্তৰঃ

৭) স্বৰাজ শব্দৰ অৰ্থ লিখা । 

উত্তৰঃ

৮) স্বাধীনতা উপভোগত থকা এটা বাধা লিখা ।                        

উত্তৰঃ

৯) উদাৰতাবাদীসকলে স্বাধীনতাক সমৰ্থন কৰেনে ( হয় বা নহয় লিখা)

উত্তৰঃ

১০) সমাজবাদীসকলৰ এটা উদ্দেশ্য উল্লেখ কৰা । 

উত্তৰঃ 

১১) এটা বাক্যত স্বাধীনতাৰ সংজ্ঞা লিখা । 

উত্তৰঃ

১২) ”মানুহৰ ব্যক্তিত্বপূৰ্ণ বিকাশৰ উপযোগী পৰিৱেশ সংৰক্ষণেই স্বাধীনতা ।” – কোনে কৈছিল ?

উত্তৰঃ

১৩) ‘Liber’ কোন ভাষাৰ শব্দ ?

উত্তৰঃ

১৪) ব্যক্তিগত স্বাধীনতা বুলিলে কি বুজা ?

উত্তৰঃ 

১৫) নেলছন মেণ্ডেলাৰ কৰ ব্যক্তি ?

উত্তৰঃ

১৬) ”লং ৱাক টু ফ্ৰীডম” নামৰ গ্ৰন্থখনৰ লিখক কোন ?

উত্তৰঃ

১৭) নেলছন মেণ্ডেলাক কিমান বছৰ কাল কাৰাবন্ধী কৰি ৰখা হৈছিল? 

উত্তৰঃ

১৮) আংছান ছ্যু কী কৰ ব্যক্তি  ?

উত্তৰঃ

১৯) আংছনা ছ্যু কীয়ে স্বাধীনতা সম্প্কে লিখা গ্ৰন্থখনৰ নাম কি ?

উত্তৰঃ 

২০) ”স্বৰাজ আমাৰ জন্মগত অধিকাৰ, আমি ইয়াক পাবই লাগিব ।” – কোনে 

কৈছিল ?

উত্তৰঃ 

২১) গান্ধীজীয়ে স্বৰাজ সম্পৰ্কে লিখা গ্ৰন্থখনৰ  নাম কি ?

উত্তৰঃ

২২) উদাৰতাবাদৰ এজন প্ৰধান সমৰ্থকৰ নাম লিখা ।

উত্তৰঃ

২৩) কোনটো মতবাদৰ মতে ৰাষ্ট্ৰ এটা ‘প্ৰয়োজনীয় অ- কল্যাণকৰ অনুষ্ঠান’ ?

উত্তৰঃ

২৪) “On liberty” নামৰ গ্ৰন্থখনৰ লিখক কোন ?

উত্তৰঃ

২৫) ভাৰতৰ সংবিধানৰ কোনতো অনুচ্ছেদত বাক্ – স্বাধীনতাৰ উল্লেখ আছে । 

উত্তৰ

২৬। অৰ্থনৈতিক স্বাধীনতা মানে –

(ক) নিৰক্ষৰতাৰ পৰা স্বাধীনতা            (খ) অভাৱযুক্ত স্বাধীনতা            

(গ)  সমাজৰ পৰা মুক্ত                         (ঘ) ধৰ্মৰ পৰা মুক্ত ।     

 উত্তৰঃ 

২৭। স্বাৰজ মানে হল – 

(ক) নিজৰ শাসন                              (খ) ৰজাৰ শাসন 

(গ) চৰকাৰৰ শাসন                          ( ওপৰৰ আটাইকেইটা )

উত্তৰঃ

২৮। জে. এচ মিলে লিখা কিতাপখনৰ নাম – 

(ক) ডাচ কেপিটেল                             (খ) অন লিবাটী 

(গ) পলিটিকচ্                                     (ঘ)  ৰিপাব্লিক  

উত্তৰঃ

২৯। সকাৰত্মক স্বাধীনতা মানে – 

(ক) যিকোনো কাম কৰাৰ স্বাধীনতা           (খ) বাধাযুক্ত স্বাধীনতা 

(গ) বাধাযুক্ত                                               (ঘ) ইয়াৰে এটাও নহয় 

উত্তৰঃ