হৰপ্পা সভ্যতা (The Harappaa Civilisation) | Chapter 1 | Class 12 History Assamese Medium Notes | Class 12 Assamese Medium History Suggestion | Hs 2nd Year History Assamese Medium Question And Answer |

Chapter: 1

হৰপ্পা সভ্যতা

◻️ চমু প্ৰশ্নঃ

১। কোনে কেতিয়া হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ-  

২। বর্তমান কোন কোন প্রদেশত হৰপ্পা সভ্যতাৰ নগৰ সমূহ আছিল?

উত্তৰঃ- 

৩। হৰপ্পা সভ্যতাত ব্যৱহাৰ কৰা ধাতুসমূহ কি কি আছিল?

উত্তৰঃ- 

৪। লােথালত ব্যৱহাৰ কৰা দুই প্রকাৰৰ ইটা কি কি আছিল?

উত্তৰঃ- 

৫। হৰপ্পাৰ শিল্প উদ্যোগৰ প্রধান স্থানসমূহ কি কি আছিল?

উত্তৰঃ

৬। হৰপ্পা সভ্যতাৰ লিপি সমূহৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা?

উত্তৰঃ

৭। হৰপ্পা সভ্যতাৰ মূল খাদ্য শস্যসমূহ কি কি আছিল?

উত্তৰঃ

৮। হৰপ্পা জোখ-মাপ পদ্ধতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ

৯। হৰপ্পা সভ্যতাৰ দুটা স্থানৰ নাম উল্লেখ কৰা।

উত্তৰঃ

১০। হৰপ্পা সভ্যতাৰ যিকোনাে দুটা মূল বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ-

১১। হৰপ্পা সভ্যতাৰ শস্য গুৰি কৰিবলৈ ব্যৱহাৰ কৰা সজুলি বিধৰ নাম কি আছিল।

উত্তৰঃ

১২। হৰপ্পা লােকসকলৰ জীৱন নির্বাহৰ দুটা কৌশল লিখা।

উত্তৰঃ

১৩। ‘ভাৰতৰ পুৰাতত্ব জৰীপ’ বিভাগৰ প্ৰথমজন সঞ্চালক প্রধান কোন আছিল?

উত্তৰঃ

◻️ বহলাই লিখাঃ

১। প্রত্নতত্ত্ববিদসকলে হৰপ্পা সভ্যতাৰ আর্থসামাজিক ভিন্নতা কেনেদৰে নির্ণয় কৰিছিল? কি কি দিশত ভিন্নতা পৰিলক্ষিত হৈছিল?

উত্তৰঃ

২। হৰপ্পা সভ্যতাৰ নলা-নর্দমা ব্যৱস্থাই নগৰ পৰিকল্পনাৰ ইংগিত বহন কৰে বুলি তুমি ভাবানে? যুক্তি দশোৱা।

উত্তৰঃ

৩। হৰপ্পা সভ্যতাৰ মণি তৈয়াৰ কৰা পদ্ধতি সম্পকে কি জানা লিখা।

উত্তৰঃ

৪। মহেঞ্জোদাৰাে নগৰৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ

৫। হৰপ্পা সভ্যতাৰ শিল্প উদ্যোগত ব্যৱহাৰ কৰা কেঁচা সামগ্ৰীসমূহ কি কি আছিল আৰু এইবােৰ ক’ৰ পৰা কেনেদৰে সংগ্ৰহ কৰা হৈছিল?

উত্তৰঃ

৬। হৰপ্পা সভ্যতাৰ পতনৰ কাৰণসমূহ আলােচনা কৰা।

উত্তৰঃ

৭। হৰপ্পাৰ কৃষি পদ্ধতিৰ ওপৰত এটি টোকা প্রস্তুত কৰা।

উত্তৰঃ

৮। হৰপ্পাৰ গৃহ নির্মাণ পদ্ধতি সম্পর্কে আলােচনা কৰা।

উত্তৰঃ

৯। ৰাজ প্রাসাদ আৰু শাসকসকলৰ সম্বন্ধে কি জানা লিখা।

উত্তৰঃ

১০।হৰপ্পা সভ্যতাৰ বৰ্হি দেশৰ লগত সম্পর্কে আলােচনা কৰা।

উত্তৰঃ-