ৰাজনৈতিক তত্ত্বঃ এক চমু পৰিচয় | Chapter 1 | Class 11 Political Science Assam | Assamese Medium | HS 1st Year Political Science Question Answer | Political Science Notes and Suggestion | Political Theory: An Introduction

ৰাজনৈতিক তত্ত্বঃ এক চমু পৰিচয়

Political Theory: An Introduction

Chapter 1

প্ৰশ্নাৱলী

ৰচনাধৰ্মী প্ৰশ্ন (Essay Type Question)

১) ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব ব্যাখ্যা কৰা । 

উত্তৰঃ

২) ৰাজনীতি মানে কি ? বহলাই আলোচনা কৰা । 

উত্তৰঃ

৩) ৰাজনীতি  কাক বোলে ? ৰাজনীতি অধ্যায়নৰ বিভিন্ন দিশবোৰ আলোচনা কৰা ।

উত্তৰঃ 

৪) ‘ৰাজনীতি যিকোনো এখন সমাজৰ এক গুৰুত্বপূৰ্ণ আৰু অপৰিহাৰ্য অংগ’ । আলোচনা কৰা । 

উত্তৰঃ 

৫) ৰাজনীতিকে যি কৰে ৰাজনীতি তাতকৈ বহু বেছি । তুমি এই কথাষাৰৰ লগত একমত নে ? উদাহৰণ দিয়া । 

উত্তৰঃ

৬) ৰাজনীতিক বহু সময়ত ব্যক্তিগত স্বাৰ্থসিদ্ধিৰ বাবে ব্যাৱহাৰ কৰা হয় । উদাহৰণসহ বুজাই লিখা । 

উত্তৰঃ 

৭) গণতন্ত্ৰৰ কৃতকাৰ্যৰ বাবে সদা সতৰ্ক নাগৰিকৰ প্ৰয়োজন । মন্তব্য দিয়া । 

উত্তৰঃ 

৮) ৰাজনৈতিক তত্ত্ব অধ্যান কৰাটো অংকশাস্ত্ৰ অধ্যান কৰাৰ দৰে বুলি ভাবানে ? যুক্তি দি আলোচনা কৰা । 

উত্তৰঃ 

৯) ৰাজনৈতিক তত্ত্ব অধ্যায়নে আমাক কেনেদৰে উপকৃত কৰিব পাৰে ? চাৰিতা যুক্তিৰে বিষয়টো আলোচনা কৰা । 

উত্তৰঃ 

১০) ”দায়িত্বশীল নাগৰিক নিৰ্মাণতো ৰাজনীতি বিজ্ঞান আৰু ৰাজনৈতিক তত্ত্বই অৰিহণা যোগাব পাৰে ”- এই উক্তিটো উদাহৰণসহ ব্যাখ্যা কৰা । 

উত্তৰঃ

১১) ৰাজনৈতিক তত্ত্বৰ সংজ্ঞা দিয়া । ৰাজনৈতিক তত্ত্বৰ উতসবিলাক বৰ্ণনা কৰা । 

উত্তৰঃ 

১২) ৰাজনৈতিক তত্ত্ব কি ? ইয়াৰ গুৰুত্ব আলোচনা কৰা । 

উত্তৰঃ

১৩) উত্তৰ – পূব ভাৰতৰ সমস্যা আলোচনাত ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব সম্পৰ্কে চমুকৈ আলোচনা কৰা । 

উত্তৰঃ

১৪) ৰাজনৈতিক তত্ত্বইসাধাৰণ লোককো কিদৰে উপকৃত কৰে উদাহৰণ দাঙি ধৰা । 

উত্তৰঃ

১৫) ৰাজনৈতিক আলোচনাত চৰকাৰৰ কাম- কাজ আৰু নীতি- নিয়মৰ আলোচনাই কিয় অধিক গুৰুত্ব লাভ কৰে ?- ব্যাখ্যা কৰা । 

উত্তৰঃ

চমু উত্তৰৰ প্ৰশ্ন ( Short answer Question)

১) ৰাজনৈতিক বিজ্ঞানৰ অৰ্থ ব্যাখ্যা কৰা । 

উত্তৰঃ

২) ৰাজনীতি কি ?

উত্তৰঃ 

৩) ৰাজনীতি বিজ্ঞানৰ পৰিসৰৰ চাৰিটা প্ৰধান বিষয় – বস্তু উল্লেখ কৰা।

উত্তৰঃ

৪) ৰাজনীতি শব্দৰ অৰ্থ ব্যাখ্যা কৰা । 

উত্তৰঃ

৫) ৰাজনৈতিক তত্ত্ব বুলিলে কি বুজায় । 

উত্তৰঃ

৬) ৰাজনীতি আৰু ৰাজনৈতিক তত্ত্বৰ মাজৰ চাৰিটা পাৰ্থক্য উল্লেখ কৰা । 

উত্তৰঃ 

৭) ৰাজনীতি মানে নিৰ্বাচনকেন্দ্ৰিক কাৰ্য- কলাপ – আলোচনা কৰা । 

উত্তৰঃ

৮) আমি ৰাজনৈতিক তত্ত্বকিয় অধ্যান কৰা উচিত ? দুটা যুক্তি আগবঢ়োৱা । 

উত্তৰঃ

৯) বৰ্তমান সময়ত ৰাষ্ট্ৰত বাস কৰা নাগৰিকে ইচ্ছা কৰিলে ৰাজনীতিৰ পৰা আতঁৰত থাকিব পাৰে নে ? গান্ধীজীৰ উক্তিৰে বুজাই দিয়া । 

উত্তৰঃ

১০) অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞানৰ মাজৰ সম্পৰ্ক লিখা । 

উত্তৰঃ

১১) চৰকাৰ গঠন কিয় হয় ? ইয়াৰে যিকোনো চাৰিটা কাৰ্য উল্লেখ কৰা। 

উত্তৰঃ

১২) ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰা । 

উত্তৰঃ

১৩) ৰাজনৈতিক তত্ত্ব কি ? চমু ব্যাখ্যা কি ? 

উত্তৰঃ

১৪) আধুনিক যুগত  মানুহৰ জীৱনলৈ অহা চাৰিটা প্ৰত্যাহ্বান  উল্লেখ কৰা । 

উত্তৰঃ

১৫) সমাজত বাস কৰা কিছুমান লোকৰ বাবে সংৰক্ষণৰ ব্যৱস্থাটোৰ প্ৰয়োজন আছে নে ? পাচঁটা বা ছয়টা বাক্যত প্ৰকাশ কৰা । 

উত্তৰঃ

১৬) ৰাজনৈতিক তত্ত্বৰ ব্যাৱহাৰিক দিশটো আলোচনা কৰা ।

উত্তৰঃ

১৭) স্বাধীনতা লাভ কৰাৰ পাছতো ভাৰতবৰ্ষত স্বাধীনতা আৰু সমতাৰ বিষয়ে কিয় প্ৰশ্ন উখুাপিত হয়? বুজায় লিখা । 

উত্তৰঃ

১৮) ৰাজনৈতিক তত্ত্বত কি কি বিষয় আলোচনা কৰা হয় ?

উত্তৰঃ

১৯)গণতন্ত্ৰৰ কৃতকাৰ্যতাৰ বাবে  সদা সৰ্তক নাগৰিক অপৰিহাৰ্য -ব্যাখ্যা কৰা । 

উত্তৰঃ

২০) ৰাজনৈতিক তত্ত্ব কেৱল ৰাজনীতিকেহে অধ্যয়ন কৰিব লাগে বুলি তুমি ভাবানেকি ? উত্তৰৰ সপক্ষে যুক্তি দিয়া । 

উত্তৰঃ

২১) ৰাজনীতি বিজ্ঞান আৰু বুৰঞ্জীৰ মাজৰ সম্পৰ্ক লিখা । 

উত্তৰঃ

২২) ৰাজনীতি বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ তিনিটা সামঞ্জস্য লিখা ।

উত্তৰঃ

২৩) ৰাজনীতি বিজ্ঞানৰ লগত নীতিশাস্ত্ৰৰ তিনিটা প্ৰভেদ লিখা । 

উত্তৰঃ

২৪) ৰাজনীতি বিজ্ঞানৰ লগত মনোবিজ্ঞানৰ তিনিটা প্ৰভেদ আলোচনা কৰা । 

উত্তৰঃ 

২৫) ৰাজনীতি বিজ্ঞানৰ লগত ভূগোলৰ তিনিটা প্ৰভেদ আলোচনা কৰা । 

উত্তৰঃ

অতি চমু উত্তৰৰ প্ৰশ্ন ( Very Short answer questions ): 

১) ৰাজনৈতিক তত্ত্বৰ প্ৰকৃতি । 

উত্তৰঃ

২) ‘ৰাজনীতি’ শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল ? 

উত্তৰঃ

৩) ৰাজনৈতিক তত্ত্বৰ অন্তৰ্গত দুটা বিষয়ৰ উল্লেখ কৰা । 

উত্তৰঃ

৪) ৰাজনৈতিক তত্ত্বৰ দুটা উপযোগীতা উল্লেখ কৰা । 

উত্তৰঃ

৫) চমু উত্তৰ দিয়া –  ৰাজনৈতিক তত্ত্বই সমতা সম্পৰ্কে ব্যাখ্যা কৰে । 

উত্তৰঃ

৬) ৰাজনীতি সম্পৰ্কে দুটা ধাৰণা উল্লেখ কৰা । 

উত্তৰঃ

৭) উত্তৰ-পূব ভাৰতৰ সমস্যাসমূহৰ আলোচনাত ৰাজনৈতিক তত্ত্বই কিদৰে সহায় কৰে ? দুটা যুক্তি দিয়া।

ত্তৰঃ 

৮) ৰাজনীতিক কিয় বহুপাক্ষিক প্ৰক্ৰিয়া বুলি কোৱা হয় ?

উত্তৰঃ

৯) দুজন ভাৰতীয় ৰাজনৈতিক চিন্তাবিদৰ নাম লিখা । 

উত্তৰঃ

১০) ৰাজনৈতিক তত্ত্বৰ অন্তৰ্গত দুটা বিষয়ৰ নাম লিখা ।

উত্তৰঃ

১১) পশ্চিমীয়া দুগৰাকী ৰাজনৈতিক বিজ্ঞানীৰ নাম উল্লেখ কৰা । 

উত্তৰঃ

১২) ৰাজনৈতিক তত্ত্বৰ দুটা সংঞ্জা দিয়া ।

উত্তৰঃ

১৩) ৰাজনৈতিক তত্ত্ব অধ্যায়নৰ উপযোগিতা সম্পৰ্কে দুটা কাৰক লিখা । 

উত্তৰঃ 

১৪) ৰজনীতি বিজ্ঞান আৰু ৰাজনৈতিক তত্ত্বৰ মাজৰ দুটা পাৰ্থক্য লিখা । 

উত্তৰঃ 

১৫) ৰাজনীতি বিজ্ঞানৰ জনক বুলি কাক কোৱা হয় ?

উত্তৰঃ

১৬) পলিচ শব্দৰ অৰ্থ কি ? 

উত্তৰঃ 

১৭) ”ইতিহাস অবিহনে ৰাজনীতি বিজ্ঞান সাৰশূণ্য, ৰাজনীতি বিজ্ঞান অবিহনে ইতিহাস নিষ্ফল ।” এইটো কোনে কৈছিল ?

উত্তৰঃ

১৮) ‘দি ৰিপাব্লিক’নামৰ গ্ৰন্থখনৰ লিখক হল চক্ৰেটিছ /প্লেটো । ( শুদ্ধ উত্তৰটো বাছি উলিওৱা ) 

উত্তৰঃ 

১৯) ৰাজনৈতিক তত্ত্ব ‘Theoria’ ৰ উদ্ভৱ মূলতে হৈছে – 

(ক) গ্ৰীক শৱ্দৰ পৰা  (খ) ইংৰাজী শব্দৰ পৰা 

(গ) ৰোমান শব্দৰ পৰা  (ঘ) লেটিন শব্দৰ পৰা । 

উত্তৰঃ

২০) ৰাজনীতি শব্দটোৰ উদ্ভৱ হৈছে । 

(ক) গ্ৰীক শব্দ পলিচ (Polis) – ৰ পৰা                      (খ) লেটিন শব্দ পলিচ ( Polis ) – ৰ পৰা  

(গ) ইংৰাজী শব্দ পলিটিকেল (Political ) – ৰ পৰা       (ঘ) গ্ৰীক শব্দ নগৰ ৰাষ্ট্ৰ ( City State ) –  ৰ পৰা 

উত্তৰঃ 

১/ বস্তনিষ্ঠ প্ৰশ্নাৱলী ( Objective Type Questions ):

(১) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ 

(ক) ৰাজনীতি বুলিলে কি বুজা ?

উত্তৰঃ

(খ) ”ৰাজনীতি যেনিবা এক সৰ্পকুণ্ডলীহে – আমি পলাব খুজিলেও সি আমাক মেৰিয়াই ধৰে ।”  -এই উক্তিটো কাৰ ?

উত্তৰঃ  

(গ) On Liberty নামৰ গ্ৰন্থখনৰ লিখক কোন ?

উত্তৰঃ

(ঙ) স্বাধীনতা মানৱজাতিৰ মৌলক অধিকাৰ বুলি কোনে প্ৰথমতে কৈছিল ?

উত্তৰঃ

(চ) ভাৰতৰ অনুসূচীত জাতিক সংখ্যালঘু হিচাপে জ্ঞান কৰিব লাগে বুলি কোনে কৈছিল ?

উত্তৰঃ 

(ছ) “জীয়াই থকাৰ অধিকাৰ” বুলিলে কি বুজা ?

উত্তৰঃ 

(২) ৰাজনৈতিক তত্ত্ব সম্পৰ্কে তলৰ কোনবোৰ উক্তি  শুদ্ধ ?

(ক) ৰাজনৈতিক তত্ত্বই সংগঠিত সমাজ জীৱনক নিয়ন্ত্ৰিত কৰা বিভিন্ন ধ্যান – ধাৰণাৰ ওপৰত আলোচনা কৰে ।

উত্তৰঃ

(খ) ৰাজনৈতিক তত্ত্বই বিভিন্ন নৃ-গোষ্ঠীৰ সংস্কৃতিৰ বিষয়ে আলোচনা কৰে । 

উত্তৰঃ

(গ) সাৰ্বভৌমত্ব, স্বাধীনতা ইত্যাদি ধাৰণাসমূহ ৰাজনৈতিক তত্ত্বই বিতংভাৱে আলোচনা কৰে । 

উত্তৰঃ

(ঘ) বিকাশৰ চৰিত্ৰ আলোচনা কৰা কৰাটো ৰাজনৈতিক তত্ত্বৰ পৰিধিৰ ভিতৰত ।

 উত্তৰঃ 

(ঙ) উত্তৰ- পূব ভাৰতৰ ৰাজনীতিৰ আলোচনাত ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব অপৰিসীম । 

(চ) ৰাজনীতি বিজ্ঞানী হব বিচৰা লোকসকলৰ বাবেহে ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব আছে । 

২/ শুদ্ধ নে অশুদ্ধ লিখা ( White Correct or incorrect )  

(ক) ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক অনুষ্ঠানবোৰৰ ধাৰণাবোৰ আলোচনা কৰে । 

উত্তৰঃ

(খ) ৰাজনৈতিক তত্ত্বই বিভিন্ন ধৰ্মৰ মাজৰ সম্পৰ্ক সম্বন্ধে আলোচনা কৰে । 

উত্তৰঃ

(গ) ৰাজনৈতিক তত্ত্বই স্বাধীনতা আৰু সমতা সম্পৰ্কীয় বিষয়বোৰ আলোচনা কৰে । 

উত্তৰঃ

(ঘ) ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক দলসমূহৰ কাৰ্যকাৰীতাৰ ভৱিষ্যতবাণী কৰে ।

উত্তৰঃ

(ঙ) ভাৰতত অস্পৃশ্যতা বৰ্জন কৰা হৈছে । 

উত্তৰঃ

(চ) নিৰ্বাচন , ভোটদান , নিৰ্বাচনী বিতৰ্ক ইত্যাদি ৰাজনীতিৰ এৰাব নোৱাৰা অংগ । 

উত্তৰঃ

ছ) সামূহিক স্বাৰ্থ  পূৰণৰ হকে গঢ়ি উঠা আন্দোলন, প্ৰতিবাদ ইত্যাদিও ৰাজনীতিৰ

 অংশবিশেষ মাত্ৰ । 

উত্তৰঃ

(জ) ৰাজনৈতিক তত্ত্বই নতুন নতুন ধ্যান – ধাৰণা সৃষ্টিত সহায় কৰে ।

উত্তৰঃ

(ঝ) ৰাজনৈতিক তত্ত্ব সকলোৱে পঢ়াৰ কোনো যুক্তি নাই । 

উত্তৰঃ

(ঞ) স্বাধীনতা মানৱ জাতিৰ মৌলিক অধিকাৰ বুলি কোনে প্ৰথমে কৈছিল ?

উত্তৰঃ

(ট) ভাৰতৰ অনুসূচিত জাতিক সংখ্যালঘু হিচাপে জ্ঞান কৰিব লাগে বুলি কোনে কৈছিল ?

উত্তৰঃ

(ঠ) ভাৰতত বিদেশীয়েও ভোটাদান কৰিব পাৰে । 

উত্তৰঃ

(ঢ) গান্ধীৰ মতে আমি ইচ্ছা কৰি ৰাজনীতিৰ বাহিৰত থাকিব নোৱাৰো  – শুদ্ধ নে অশুদ্ধ ?

উত্তৰঃ