Class 12 Geography Question Answer Assamese Medium | Class 12 Geography Suggestion | Chapter 10 | অধ্যায় ১০ | জনবসতি | প্ৰশ্ন উত্তৰ |

Chapter 10

জনবসতি

অনুশীলনীঃ

1.শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ-

(i) আলিবাট, নদী আৰু খালৰ দুয়োকাষে গঢ়ি উঠা বসতি কোন আকৃতিৰ?

a) ঘূৰণীয়া বৃত্তাকাৰ,           b) ৰৈখিক,

c) ক্ৰচ-আকৃতিৰ,             d) বৰ্গক্ষেত্ৰাকৃতিৰ।

উত্তৰঃ

(ii) গ্ৰাম্য জনবসতিৰ তলৰ কোনবিধ বৃত্তি মুখ্যঃ-

a) প্ৰাথমিক,                b) দ্বিতীয়ক,

c) তৃতীয়ক,                d) চতুৰ্থক।

উত্তৰঃ

(iii) তলৰ কোনটো অঞ্চলত পুৰণি নগৰীয়া সভ্যতাৰ নিদৰ্শন পোৱা যায়?

a) হোৱাং হি উপত্যকাৰ,        b) সিন্ধু উপত্যকাৰ,

c)  নীল উপত্যকাৰ,            d) মেছোপটোমিয়া।

উত্তৰঃ

(iv) ২০০৬ চনত ভাৰতৰ নিযুতীয় মহানগৰৰ সংখ্যা কিমান?

a) ৪০,                  b) ৪২,

c) ৪১,                  d) ৪৩.

উত্তৰঃ

(v) উন্নয়নশীল দেশত কোনবিধ সম্পদে সামাজিক আন্তগাঠনি সৃষ্টি কৰিব পাৰে? 

a) বৃত্তিয়,                b) মানৱ,

c) প্ৰাকৃতিক,              d) সামাজিক।

উত্তৰঃ

2. নিম্ন উল্লেখিত প্ৰশ্নবোৰ ৩০টা মান শব্দৰ ভিতৰত উত্তৰ দিয়াঃ-

(i) জনবসতিৰ সুত্ৰ কেনেকৈ দিবা?

উত্তৰঃ

(ii) অৱস্থান আৰু অৱস্থিতিৰ পাৰ্থক্য লিখা?

উত্তৰঃ

(iii) কি ভিত্তিত জনবসতি শ্ৰেণিবিভাগ কৰা হয়?

উত্তৰঃ 

(iv) মানৱ ভূগোলত জনবসতিৰ অধ্যয়ন কিয় কৰা হয়?

উত্তৰঃ

3. ১৫০টা মান শব্দৰ ভিতৰত উত্তৰ লিখাঃ-

(i) গ্ৰাম্য আৰু পৌৰ বসতি কি? প্ৰত্যেকৰেই বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ

(ii) উন্নয়নশীল দেশত পৌৰবসতিৰ সমস্যা কি?

উত্তৰঃ

কাৰ্যকলাপ (Project work / activity)

ক) তুমি নগৰত বাস কৰানে ? যদি নকৰা ইয়াৰ ওচৰে-পাজৰে বাস কৰা নেকি? তোমাৰ কাম-কাজ কোনো প্ৰকাৰে নগৰৰ লগত জৰিত নে? 

a) চহৰ খনৰ নাম কি?

b) ইয়াত পোনতে কোতিয়া বসতি স্থাপন হৈছিল?

c) নগৰখনৰ অৱস্থিতি কিয় নিৰ্বাচন কৰা হৈছিল?

d) নগৰখনৰ জনসংখ্যা কিমান?

e) নগৰখনৰ প্ৰকাৰ্য কি?

f) নগৰখনৰ এখন মানচিত্ৰ প্ৰস্তুত কৰি ইয়াৰ বিভিন্ন প্ৰকাৰ্য সম্পাদন স্থানবোৰত চিহ্নিত কৰা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে পাঁচটাকৈ বিষয় অন্তভূক্ত কৰিব আৰু সহকাপাঠীৰ সতে মিলাই আলোচনা কৰিব।

5. নগৰখনৰ প্ৰদূষন ৰোধ কৰিবলৈ তুমি নিজাববায়াকৈ কি কৰিব পাৰা?

(i) জাৱৰ-জোঠৰ পেলোৱা-

(ii) ৰাইজৰ পৰিবহন ব্যৱহাৰ কৰি-

(iii) ঘৰুৱা পানীৰ ব্যৱহাৰ সুপৰিচালনা কৰি-

(iv) চুবুৰীয়া ঠাইত গছপুলি ৰোপন কৰি-

উত্তৰঃ