Class 12 Geography Question Answer Assamese Medium | Class 12 Geography Suggestion | Chapter 2 | অধ্যায় ২ | পৃথিৱীৰ জনসংখ্যা বিতৰণ, ঘনত্ব আৰু বৃদ্ধি | প্ৰশ্ন উত্তৰ |

Chapter 2

পৃথিৱীৰ জনসংখ্যা বিতৰণ, ঘনত্ব আৰু বৃদ্ধি

অনুশীলনীঃ

1.নিম্নলিখিত চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা।

(i)নিম্নলিখিত মহাদেশ কেইখনৰ, কোন খনত আটাইতকৈ বেছি হাৰত জনসংখ্যা বৃদ্ধি ঘটেঃ-

a) আফ্ৰিকা,             b) দক্ষিন আমেৰিকা,

c) এচিয়া,                 d)   উত্তৰ আমেৰিকা।

উত্তৰঃ 

(ii) তলত উল্লেখ কৰা কোনটো অঞ্চল বিৰল জনসংখ্যা যুক্ত অঞ্চল নহয়ঃ-

a) আটাকামা              b)  দক্ষিন পূব এচিয়া

C) বিষুবীয় আঞ্চল      d) মেৰু অঞ্চল।

উত্তৰঃ 

(iii) নিম্নলিখিত  কোনটো বিকৰ্ষক কাৰক নহয়ঃ-

(a) পানীৰ নাটনি (b) চিকিৎসা / শৈক্ষিক সা-সুবিধা,

(c) নিযুক্তি থকা  (d) মহামাৰী 

উত্তৰঃ

(iv) তলত উল্লেখ কৰা সমূহৰ কোনটো শুদ্ধ তথ্য নহয়।

a) যোৱা ৫০০ বছৰ জুৰি, জনসংখ্যা, দহ গুণতকৈও আধিক বৃদ্ধি পাইছে;

b) প্ৰতি বছৰে প্ৰায় ৮০ নিযুত ব্যক্তি পৃথিৱীৰ মুঠ জনসংখ্যাৰ লগত লগ লাগে;

c)  ৫ মহাপদ্মৰ পৰা ৬ মহাপদ্মলৈকে জনসংখ্যা বৃদ্ধি পাওঁতে ১০০ বছৰ সময় লয়;

d) জনসংখ্যিক অবস্থান্তৰ প্ৰথম খলপটোত, জনসংখ্যাৰ বৃদ্ধি উচ্চতম হাৰত ঘটে।

উত্তৰঃ

2. নিম্নলিখিত প্ৰশ্নসমূহৰ প্ৰায় ৩০টা মান শব্দৰে উত্তৰ দিয়া।

(i) জনসংখ্যা বিতৰণত প্ৰভাব বিস্তাৰ কৰা তিনিটা ভৌগলিক কাৰকৰ বিষয়ে লিখা।

উত্তৰঃ

(ii) পৃথিৱীত, অধিকতম ঘনজন বসৰ্তিপূৰ্ণ অঞ্চল কেইটামান আছে। কিয় এনে হোৱা দেখা যায়?

উত্তৰঃ

(iii) জনসংখ্যা পৰিবৰ্ত্তনৰ তিনিটা উপাংশ কি কি?

উত্তৰঃ

3. পাৰ্থক্য দেখুওৱাঃ

(i) জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ।

উত্তৰঃ-  

(ii) প্ৰব্ৰজনৰ বিকৰ্ষক আৰু আকৰ্ষক কাৰক সমূহ।

উত্তৰঃ

4.নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ ১৫০টা মান শব্দৰে লিখা।

(i) পৃথিৱীৰ জনসংখ্যাৰ, বিতৰণ আৰু ঘনত্বত প্ৰভাৱ পেলোৱা কাৰক সমূহ আলোচনা কৰা।

উত্তৰঃ

(ii) জনসংখ্যিক অৱস্থান্তৰ, তিনিটা স্তৰৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ

মানচিত্ৰ কৌশল

সীমাৰেখা যুক্ত ভূ-মানচিত্ৰ খনত, নিম্নলিখিত সমূহৰ নাম লিখা আৰু দেখুওৱা।

(i) জনসংখ্যাক ঋণাত্মক হাৰত বৃদ্ধি ঘটা, ইউৰোপ আৰু এচিয়াৰ দেশসমূহ।

(ii) তিনি শতাংশতকৈও অধিক হাৰত জনসংখ্যাৰ বৃদ্ধিৰ সৈতে থকা আফ্ৰিকাৰ  দেশসমূহ।

আঁচনি/ ক্ৰিয়াকলাপ

(i) তোমালোকৰ পৰিয়ালৰ কোনোবা সদস্যই প্ৰব্ৰজন কৰিছেনে? তেখেতৰ (মহিলা/ পুৰুষ) গন্তব্য ঠাইখনৰ বিষয়ে লিখা। কিহৰ কাৰণে তেখেতে প্ৰব্ৰজন কৰিছে।

উত্তৰঃ

(ii) তোমাৰ ৰাজ্যৰখনৰ জনসংখ্যাৰ বিতৰণ আৰু ঘনত্বৰ এটা চমুটোকা লিখা।

উত্তৰঃ