Class 12 Geography Question Answer Assamese Medium | Class 12 Geography Suggestion | Chapter 8 | অধ্যায় ৮ | পৰিবহন আৰু যোগাযোগ | প্ৰশ্ন উত্তৰ |

Chapter 8

পৰিবহন আৰু যোগাযোগ

অনুশীলনীঃ

1. তলত উল্লেখ কৰা চাৰিটা সম্ভাব্য উত্তৰৰ পৰা শুদ্ধ উত্তৰ বাছি উলিওৱা।

(i) ট্ৰান্স-মহাদেশীয় ষ্টুৱৰ্টা ঘাই পথে কোন দুখন ঠাইৰ সংযোগ কৰিছেঃ

a) ডাৰউইন আৰু মেলেৰ্বোন,            b) এডমন্টন আৰু এনচ’ৰেজ,

c) ভেনক’ভাৰ আৰু ছেইন্ট জনচ্ চিটি, d) চেংডু আৰু লাছা।

উত্তৰঃ

(ii) কোনখন দেশত ৰেলপথৰ ঘনত্ব সৰ্বাধিকঃ-

a) ব্ৰাজিল, b) আমেৰিকা যুক্তৰাষ্ট্ৰ,

c) কানাডা, d) ৰাছিয়া।

উত্তৰঃ

(iii) বৃহৎ ট্ৰাংক পথ কোনটো মহাসাগৰৰ মাজেৰে পাৰ হৈছেঃ

a) ভূমধ্য-ভাৰত মহাসাগৰ,    b) উত্তৰ আটলান্টিক মহাসাগৰ,

c) দক্ষিণ আটলান্টিক মহাসাগৰ, d) উত্তৰ প্ৰশান্ত মহাসাগৰ।

উত্তৰঃ

(iv) বিগ-ইঞ্চ পাইপ লাইনে কি পৰিবহন কৰেঃ-

a) গাখীৰ,             b) LPG,

c) পানী,              d) খাৰুৱা তেল।

উত্তৰঃ 

(v) তলৰ কোন দুখন ঠাই প্ৰনালী সুৰংগৰে সংযোজিতঃ-

a) লণ্ডন-বাৰ্লিন,        b) পেৰিছ-লণ্ডন,

c) বাৰ্লিন-পেৰিছ,       d) বাৰ্ছিলোনা-বাৰ্লিন।

উত্তৰঃ

2. তলত দিয়া প্ৰশ্নবোৰ ৩০টা মান শব্দৰ ভিতৰত উত্তৰ দিয়াঃ-

(i) পৰ্বতীয়া, মৰুভূমি আৰু সঘনাই বানপানী হোৱা অঞ্চলৰ পথ সমস্যাবোৰ কি?

উত্তৰঃ

(ii) ট্ৰান্স-মহাদেশীয় ৰেলপথ কি?

উত্তৰঃ

(iii) জলপৰিবহনৰ সুবিধাবোৰ কি?

উত্তৰঃ

3. ১৫০টা মান শব্দৰ ভিতৰত উত্তৰ দিয়া।

(i) ‘সু-পৰিচালিত পৰিবহন ব্যৱস্থাত বিভিন্ন প্ৰকাৰৰ পৰিবহনে এটা আনটোৰ পৰিপূৰক হোৱা দেখা যায়’ ব্যাখ্যা কৰা।

উত্তৰঃ

(ii) পৃথিৱীৰ কোনবোৰ অঞ্চলত আকাশীপথৰ ঘনত্ব অধিক?

উত্তৰঃ

(iii) মানুহৰ সাম্প্ৰতিক অৰ্থনৈতিক আৰু সামাজিক স্পেছ সম্প্ৰসাৰণ কৰা বিভিন্ন ধৰণৰ চাইবাৰ স্পেছ বোৰ কি?

উত্তৰঃ