Class 12 Geography Question Answer Assamese Medium | Class 12 Geography Suggestion | Chapter 9 | অধ্যায় ৯ | আন্তৰ্জাতিক বাণিজ্য | প্ৰশ্ন উত্তৰ |

Chapter 9

আন্তৰ্জাতিক বাণিজ্য

অনুশীলনীঃ

1. তলত উল্লেখ কৰা চাৰিটা সম্ভাব্য উত্তৰৰ পৰা শুদ্ধ উত্তৰ বাছি উলিওৱাঃ-

(i) পৃথিৱীৰ বৃহৎ বন্দৰবোৰ হলঃ-

a) নাবিক বন্দৰ,             b) তৈল বন্দৰ,

c) সামূহিক বন্দৰ,            d) শিল্প বন্দৰ।

উত্তৰঃ

(ii) তলত উল্লেখ কৰা কোনখন মহাদেশত বিশ্ববাণিজ্যৰ প্ৰবাহ আটাইতকৈ বেছিঃ-

a) এচিয়া,                 b) উত্তৰ আমেৰিকা,

c) ইউৰোপ,                d) আফ্ৰিকা।

উত্তৰঃ

(iii) দক্ষিন আমেৰিকাৰ কোনখন দেশ OPEC খণ্ডৰ অন্তৰ্গতঃ-

a) ব্ৰাজিল,                 b) চিলি,

c) ভেনিজুৱেলা,               d) পেৰু।

উত্তৰঃ

(iv) তলত উল্লেখ কৰা বাণিজ্যৰখণ্ডৰ ভিতৰত ভাৰতবৰ্ষ কোনটোৰ সহযোগী সদস্যঃ-

a) SAFTA,            b) OECD,

c) ASEAN,           d) OPEC

উত্তৰঃ

2. নিম্ন উল্লেখিত প্ৰশ্নবোৰ ৩০টা মান শব্দৰ ভিতৰত উত্তৰ দিয়া-

(i) বিশ্ববাণিজ্য সন্থাৰ প্ৰাথমিক কাৰ্য কি? 

উত্তৰঃ

(ii) পৰিশোধ ভাৰাসাম্য নেতিবাচক হলে দেশখনৰ বাবে পৰিপন্থি হয় কিয়?

উত্তৰঃ

3. নিম্ন উল্লেখিত প্ৰশ্নবোৰ ১৫০টা মান শব্দৰ ভিতৰত উত্তৰ দিয়া।

(i) বাণিজ্যৰ ক্ষেত্ৰত বন্দৰ বোৰৰ প্ৰয়োজনীয়তা কি যুক্তি সহকাৰে বুজাই লিখা।

উত্তৰঃ

(ii) বিশ্ব বাণিজ্যৰ পৰা দেশবোৰ কোনেকৈ লাভান্বিত হয় লিখা।

উত্তৰঃ