Class 12 Geography Solution Assamese Medium | HS 2nd year Geography | Chapter 1 | অধ্যায় ১ | তথ্য- ইয়াৰ উৎস আৰু সংলগ্নকৰণ | প্ৰশ্ন উত্তৰ |

প্ৰথম অধ্যায়

তথ্য- ইয়াৰ উৎস আৰু সংলগ্নকৰণ

অনুশীলনী:

১। তলত দিয়া উত্তৰবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা ঃ

(i) জোখ বুজাবলৈ ব্যৱহাৰ হোৱা সংখ্যা বা গুণঃ

     (ক) অংক (digit)                 (খ) তথ্য (data)

     (গ) সংখ্যা (number)            (ঘ) গুণ (character)

     একক আধাৰ নিম্নলিখিত কোনটোৰ একক জোখ?

উত্তৰঃ

(ii) এটা তথ্যই অকল এটা জোখহে হ’ব পাৰে?

     (ক) তালিকাৰ                       (খ) বাৰংবাৰতাৰ

     (গ) প্ৰকৃত পৃথিৱীৰ               (ঘ) খবৰ

উত্তৰঃ

(iii) চাৰিডাল আঁচ দি এডালৰে কাটি দিয়া টলি চিহ্ন কি পদ্ধতি বোলে?

     (ক) চাৰি আৰু পথালি পদ্ধতি (four and crors method)

     (খ) টলি চিহ্ন পদ্ধতি (tally marking method)

     (গ) বাৰংবাৰতা উপস্থাপন পদ্ধতি (frequency plotting method)

     (ঘ) অন্তৰ্ভুক্তকৰণ পদ্ধতি (Inclusive method)

উত্তৰঃ 

(iv) অগিভ এটা এনেধৰণৰ পদ্ধতি য’ত

     (ক) সাধাৰণ বাৰংবাৰতা জোখা হয়

     (খ) সঞ্চিত বাৰংবাৰতা জোখা হয়

     (গ) সাধাৰণ বাৰংবাৰতা উপস্থাপন কৰা হয়

     (ঘ) সঞ্চয়ী বাৰংবাৰতা উপস্থাপন  কৰা হয়

উত্তৰঃ

(v) এটা গোটৰ দুয়োটা মুৰ যদি বাৰংবাৰতা গোটত ধৰা হয় তাক কি পদ্ধতি বোলে?

(ক) অসংযুক্তকৰণ (বাদ দিয়া) পদ্ধতি (exclusive)

(খ) অন্তৰ্ভুক্তকৰণ পদ্ধতি (inclusive)

(গ) চিহ্নিত পদ্ধতি (marking)

(ঘ) পৰিসাংখ্যিক পদ্ধতি (statistical)

উত্তৰঃ

২। ৩০ টা শব্দৰ ভিতৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ঃ

 (i) তথ্য আৰু খবৰৰ (data and information) মাজত পাৰ্থক্য উলিওৱা।

উত্তৰঃ

(ii) তথ্যৰ প্ৰক্ৰমন (data processing) মানে কি বুিজা?

উত্তৰঃ

(iii) তালিকাৰ তলত দিয়া পাদ টোকা (foot note) সুবিধাবোৰ কি?

উত্তৰঃ

(iv) তথ্য প্ৰাথমিক উৎস মানে কি বুজা?

উত্তৰঃ

৩।১২৫ ট২ শব্দৰ ভিতৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াঃ

 (i) দ্বিতীয় পৰ্যায়ৰ তথ্য সংগ্ৰহ কৰিব পৰা দেশীয় আৰু আন্তৰ্জাতিক সংস্থাবোৰৰ বিষয়ে আলোচনা কৰা।

(ii) সূচক সংখ্যাৰক গুৰুত্ব কি? সূচক সংখ্যা কেনেকৈ উলিওৱা হয় উদাহৰণৰ সহায়ত দেখুওৱা আৰু তাত ঘটা পৰিৱৰ্তনবোৰো দেখুওৱা।

উত্তৰঃ

কাৰ্য (Activity)

১।৩৫ জন ছাত্ৰ-ছাত্ৰী থকা ভূগোল বিজ্ঞানৰ এটা শ্ৰেণীত一মুঠ নম্বৰ ১০ ভিতৰত প্ৰত্যেকেই শ্ৰেণী পৰীক্ষাত তলত দিয়া নম্বৰবোৰ লাভ কৰিছে-

এই তথ্যবোৰক গোট বাৰংবাৰতা বিতৰণ পদ্ধতিত দেখুওৱা।

২।তোমাৰ শ্ৰেণীৰ ছাত্ৰসকলে যোৱা টেষ্ট পৰীক্ষাত ভূগোল বিষয়ত পোৱা নম্বৰবোৰ সংগ্ৰহ কৰা আৰু সেইবোৰক গোট বাৰংবাৰতা বিতৰণ পদ্ধতিত দেখুওৱা।