Class 12 Logic & Philosophy | Question and Answer | Chapter 1 | আগমন আৰু ইয়াৰ প্ৰকাৰ | প্ৰশ্ন আৰু উত্তৰ |

Chapter 1

আগমন আৰু ইয়াৰ প্ৰকাৰ

• অতি চমু প্রশ্ন 

১। আগমন কিমান প্ৰকাৰৰ ? সেইবােৰ কি কি ? 

উত্তৰঃ

২। আগমন আধাৰ কি ? 

উত্তৰঃ

৩। প্রকৃত আগমন ——– প্ৰকাৰৰ । 

উত্তৰঃ

৪। বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত হ’ল — । 

উত্তৰঃ

৫। অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত হল ____।

উত্তৰঃ

৬। সকলাে গ্রহ সূর্যৰ পােহৰত জিলিকে ‘ হ’ল _____ ৰ এটা উদাহৰণ। 

উত্তৰঃ

৭। অবৈজ্ঞানিক আগমন কিহৰ ওপৰত নিৰ্ভৰ কৰে ? 

উত্তৰঃ

৮। আগমনেই নিগমনৰ সামান্য বচন যােগান ধৰে ____শুদ্ধনে?

উত্তৰঃ

৯। সাদৃশ্যমূলক যুক্তিৰ সিদ্ধান্ত নিশ্চিতনে ?

উত্তৰঃ

১৩। সাদৃশামূলক যুক্তিৰ সিদ্ধান্ত নিশ্চিতনে ? 

উত্তৰঃ

১১। সাদৃশ্যনুমানৰ ভিত্তি কি ? 

উত্তৰঃ

১২। ভাল সাদৃশ্যনুমানৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ

১৩। বৈজ্ঞানিক আগমনে কোন প্রকাৰৰ বচন প্রতিষ্ঠা কৰে ? 

উত্তৰঃ

১৪। ‘ আগমনাত্মক জাপ হ’ল বিশেষৰ পৰা সামান্যলৈ এক যাত্রা’— শুদ্ধ নে অশুদ্ধ ? 

উত্তৰঃ

১৫। সাদৃশানুমানৰ মূল্য কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ? 

উত্তৰঃ

১৬। সাদৃশ্যমূলক যুক্তিৰ সিদ্ধান্ত হল সম্ভাব্য স্বভাবৰ ___শুদ্ধনে ? 

উত্তৰঃ

১৭। তলত দিয়া কোনটো কথা শুদ্ধ ? 

উত্তৰঃ

( ক ) আগমন কেৱল বস্তুগত সত্যতাৰ লগত জড়িত । 

উত্তৰঃ

( খ ) আগমন আকাৰগত আৰু বস্তুগত উভয় প্রকাৰৰ লগত জড়িত । 

উত্তৰঃ

( গ ) আগমন হৈছে এক সামাণ্যকৰণৰ প্রণালী । 

উত্তৰঃ

১৮। বৈজ্ঞানিক আগমনেই এক বিশ্লেষণাত্মক বা অশাব্দিক বচন / সংশ্লেষনাত্মক বা শাব্দিক বচন প্রতিষ্ঠা কৰে ৷ 

উত্তৰঃ

১৯। সকলােবােৰ অনুমানেই সাদৃশ্যমূলক’— এই উক্তিৰ সৈতে জড়িত তর্কশাস্ত্রবিদ গৰাকীৰ নাম লিখা । 

উত্তৰঃ

• চমু প্রশ্ন 

১। বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত ____ কিয় ।

উত্তৰঃ

২। বৈজ্ঞানিক আগমনৰ সংজ্ঞা দিয়া ? 

উত্তৰঃ

৩। বৈজ্ঞানিক আগমন কি ? 

উত্তৰঃ

৪। ভাল সাদৃশ্যনুমানৰ দুটা চর্ত উল্লেখ কৰা । 

উত্তৰঃ

৫। অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সম্ভাব্য স্বভাৱৰ ’ ____ কিয় ।

উত্তৰঃ

৬। সাদৃশ্যানুমানৰ মূল্য নির্ধাৰণৰ যিকোনাে এটা চর্ত উল্লেখ কৰা । 

উত্তৰঃ

৭। আগমনাত্মক পদ্ধতি বা আমমনাত্মক নীতিৰ বিভিন্ন স্তৰসমূহ কি কি ? 

উত্তৰঃ

৮। প্রমানীকৰণ কি ? ইয়াৰ বিভিন্ন প্ৰকাৰবােৰ কি কি ? 

উত্তৰঃ

৯। উপযুক্ত উদাহৰণসহ আগমন অনুমানৰ সংজ্ঞা দিয়া ।

উত্তৰঃ

১০। আগমনৰ সাধাৰণ বৈশিষ্ট্যবােৰ কি কি ? 

উত্তৰঃ

১১। আগমন আৰু নিগমনৰ মাজৰ তিনিটা পার্থক্য উল্লেখ কৰা । 

উত্তৰঃ

১২। আগমনাত্মক জাপ বুলিলে কি বুজা ? আগমনাত্মক জাপৰ জটিলতাবােৰ আঁতৰাবলৈ বৈজ্ঞানিক আগমনেই কিহৰ ওপৰত নিৰ্ভৰ কৰে ? 

উত্তৰঃ

১৩। বৈজ্ঞানিক আগমন দুটা নীতিৰ ওপৰত নিৰ্ভৰ কৰে । এই নীতি দুটা কি কি ? এই নীতি দুটাৰ অর্থ কি ? 

উত্তৰঃ

১৪। অবৈজ্ঞানিক আগমন কি ? অবৈজ্ঞানিক আগমনৰ দুটা উদাহৰণ দিয়া । 

উত্তৰঃ

১৫। সাদৃশ্যমূলক যুক্তিৰ মূল্য কিদৰে নিৰূপণ কৰিব পাৰি ?

উত্তৰঃ

১৬। উদাহৰণৰ সহায়ত ভাল সাদৃশ্যানুমান আৰু বেয়া সাদৃশ্যানুমান ব্যাখ্যা কৰা ।

উত্তৰঃ

১৭ | নিগমন আৰু আগমনৰ পার্থক্য নিৰূপণ কৰা । 

উত্তৰঃ

১৮। বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ মাজত তিনিটা সাদৃশ্য উল্লেখ কৰা ।

উত্তৰঃ

• ৰচনাধর্মী প্রশ্ন 

১। আগমনৰ চাৰিটা স্তৰ চমুকৈ ব্যাখ্যা কৰা । 

উত্তৰঃ

২। বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজৰ অমিল চাৰিটা উল্লেখ কৰা । 

উত্তৰঃ

৩। ভাল সাদৃশ্যানুমান আৰু বেয়া সাদৃশ্যনুমানৰ মাজৰ পার্থক্য নিৰূপণ কৰা । 

উত্তৰঃ

৪। ‘ আগমনাত্ম জাপৰ বিষয়ে চমুটোকা লিখা । 

উত্তৰঃ

৫। বৈজ্ঞানিক আগমন কি ? ইয়াৰ তিনিটা মূল বৈশিষ্ট্য কি কি ?

উত্তৰঃ

৬। আগমনৰ সমস্যাৰ বিষয়ে এটা চমুটোকা লিখা । 

উত্তৰঃ

৭। আগমন কি ? ইয়াৰ সাধাৰণ বৈশিষ্ট্যবােৰ কি কি ? 

উত্তৰঃ

৮। আগমন নীতি বুলিলে কি বুজা ? ইয়াৰ বিভিন্ন স্তৰবােৰ ব্যাখ্যা কৰা। 

উত্তৰঃ

৯। বৈজ্ঞানিক আগমন কি ? ইয়াৰ বৈশিষ্ট্যবােৰ কি কি ? 

উত্তৰঃ

১০। অবৈজ্ঞানিক আগমন কি ? ইয়াৰ বৈশিষ্ট্যবোেৰ কি কি ? 

উত্তৰঃ

১১। সাদৃশ্যানুমান কি ? ইয়াৰ বৈশিষ্ট্যবােৰ কি কি ?

উত্তৰঃ

১২। অবৈজ্ঞানিক আগমনৰ মূল্য কি ? 

উত্তৰঃ

১৩। তুমি এই কথা মানি লােৱানে নিগমন আৰু আগমনৰ পার্থক্য কেৱল ইয়াৰ আৰম্ভণিতহে , ইয়াৰ পৰিণতিত নহয় ? ব্যাখ্যা কৰা । 

উত্তৰঃ

১৪। আগমনৰ প্রয়ােজনীয়তা কি ? 

উত্তৰঃ

১৫। সকলােবােৰ অনুমানেই সাদৃশ্যমূলক ’ আলােচনা কৰা 

উত্তৰঃ

১৬। সাদৃশ্যমূলক অনুমান আৰু বৈজ্ঞানিক অনুমানৰ মাজত থকা দুটা সাদৃশ্য বা বৈসাদৃশ্য উল্লেখ কৰা ।

উত্তৰঃ