Class 8 Social Science AJB | Assam Jatiya Bidyalay | Chapter 13 | মানৱ ভূগোল | MCQ Question Answer Solution |

মানৱ ভূগোল

Chapter – 13

১। গ্ৰীকসকলৰ মতে ‘ভূ’ মানে কি ?

(ক) ঘূৰণীয়া

(খ) পৃথিৱী

(গ) অৰ্থনৈতিক

উত্তৰঃ (খ) পৃথিৱী।

২। ভূগোল বিষয়টোক প্ৰধানকৈ কেইভাগত ভগাব পাৰি ?

(ক) দুই

(খ) চাৰি

(গ) ছয়

উত্তৰঃ (ক) দুই।

৩। কিমান শতিকাৰ পৰা ভূগোল বিজ্ঞানী সকলে ভূগোলক এক সুকীয়া শাখা হিচাপে গণ্য় কৰে ?

(ক) ১৯ শতিকাৰ পৰা

(খ) ৭ শতিকাৰ পৰা

(গ) ২২ শতিকাৰ পৰা

উত্তৰঃ (ক) ১৯ শতিকাৰ পৰা।

৪। পৃথিৱীৰ বৰ্তমান জনসংখ্য়া কিমান ?

(ক) ৭০০ কোটি

(খ) ৯০০ কোটি

(গ) ১১০০ কোটি

উত্তৰঃ (ক) ৭০০ কোটি।

৫। মানুহে সৃষ্টি কৰা পৰিৱেশক কি বোলে ?

(ক) মানৱ সূষ্ট

(খ) প্ৰাকৃতিক

(গ) অৰ্থনৈতিক

উত্তৰঃ (ক) মানৱ সৃষ্ট।

৬। আমাৰ সাংস্কৃতিয়ে যি পৰিৱেশৰ সৃষ্টি কৰে তাক কি বোলে ?

(ক) মানৱ

(খ) প্ৰাকৃতিক

(গ) সাংস্কৃতিক

উত্তৰঃ (গ) সাংস্কৃতিক।

৭। কোনখন মহাদেশৰ জনসংখ্য় আটাইতকৈ কম ?

(ক) ইউৰোপ

(খ) ওচেনিয়া

(গ) আফ্ৰিকা

উত্তৰঃ (খ) ওচেনিয়া।

৮। প্ৰাকৃতিক পৰিৱেশত কিহৰ প্ৰভাৱ সৰ্বাধিক ?

(ক) বতাহ

(খ) জলবায়ু

(গ) তাপ

উত্তৰঃ (খ) জলবায়ু।

৯। ভাৰতৰ কোনখন ৰাজ্য়ই কৃত্তিম অৰণ্য় সৃষ্টি কৰিছিল ?

(ক) কলকাতা

(খ) পশ্চিমবংগ

(গ) কৰ্ণাটক

উত্তৰঃ (গ) কৰ্ণাটক।

১০। মানৱ ভূগোলৰ পিতৃস্বৰূপ কোন ?

(ক) আলেকজেণ্ডাৰ

(খ) ফ্ৰেডৰিখ ৰেট্জেল

(গ) লুই পেষ্ট

উত্তৰঃ (খ) ফ্ৰেডৰিখ ৰেট্জেল।

১১। মানুহ আৰু পৃথিৱীৰ মাজত থকা স্বাভাৱিক সম্পৰ্কই হ’ল ?

(ক) মানৱ ভূগোল

(খ) প্ৰাকৃতিক ভূগোল

(গ) অৰ্থনৈতিক ভূগোল

উত্তৰঃ (ক) মানৱ ভূগোল।

১২। তলৰ কোনখন মানুহে সৃষ্টি কৰা নহয় ?

(ক) আৱাসস্থলী

(খ) বিদ্য়ালয়

(গ) বায়ু

উত্তৰঃ (গ) বায়ু।

১৩। তলৰ কোনটো জনবায়ুৰ ওপৰত নিৰ্ভৰশীল নহয় ?

(ক) মাটি

(খ) বাসগৃহ আৰ্হি

(গ) ঘৰ-দুৱাৰৰ নিৰ্মাণ

উত্তৰঃ (ক) মাটি।

১৪। প্ৰাকৃতিক পৰিৱেশৰ ওপৰত মানুহৰ কি প্ৰভাৱ পৰিছে ?

(ক) ইতিবাচক

(খ) নেতিবাচক

(গ) অৰ্থনৈতিক

উত্তৰঃ (খ) নেতিবাচক।

১৫। মৰুভূমি অঞ্চলত বাস কৰা বেদুইনসকলে কি পালন কৰি বাস কৰে ?

(ক) পশুপালন

(খ) খেতি

(গ) বেপাৰ

উত্তৰঃ (ক) পশুপালন।

Type By – Kishor Nath