Class 8 Social Science AJB | Assam Jatiya Bidyalay | Chapter 2 | ইংৰাজ সম্ৰাজ্য়ৰ সম্প্ৰসাৰণ | MCQ Question Answer Solution |

ইংৰাজ সম্ৰাজ্য়ৰ সম্প্ৰসাৰণ

Chapter – 2

১। প্ৰথম আফগান যুদ্ধ কোনজন গৱৰ্ণৰ দিনত হৈছিল ?

(ক) লৰ্ড অকলেণ্ড

(খ) লগৰ্ড এলেনবৰো

(গ) লৰ্ড হাৰ্ডিঞ্জ

উত্তৰঃ (ক) লৰ্ড অকলেণ্ড।

২। কেইজন গৱৰ্ণৰ ভাৰতত ইংৰাজ সাম্ৰাজ্য়বাদ গজগজীয়া কৰি তুলিছিল ?

(ক) দুই

(খ) চাৰি

(গ) ছয়

উত্তৰঃ চাৰি।

৩। লৰ্ড এলেনবৰোৱে কেইবছৰৰ ৰাজত্ব কৰিছিল ?

(ক) ২ বছৰৰ

(খ) ৪ বছৰৰ

(গ) ৬ বছৰৰ

উত্তৰঃ (ক) ২ বছৰৰ।

৪। কিমান খ্ৰি. ৰত ৰণজিৎ সিঙৰ মৃত্য়ু হৈছিল ?

(ক) ১৮৩৩ খ্ৰি. ত ২৭ জুনত

(খ) ১৮৩৬ খ্ৰি. ত ২৭ জুনত

(গ) ১৮৩৯ খ্ৰি. ত ২৭ জুনত

উত্তৰঃ (ক) ১৮৩৩ খ্ৰি. ত ২৭ জুনত

৫।ইংৰাজ সকলে কিমান খ্ৰি. ত লাহোৰ জডয় কৰিছিল ?

(ক) ১৮৪৬ খ্ৰি. ৰ

(খ) ১৮৪৪ খ্ৰি. ৰ

(গ) ১৮৪৫ খ্ৰি. ৰ

উত্তৰঃ (ক) ১৮৪৬ খ্ৰি. ৰ

৬। ৰণজিৎ সিঙৰ পুত্ৰৰ নাম কি আছিল ?

(ক) বাবৰ

(খ) দলীপ

(গ) খালচা

উত্তৰঃ (খ) দলীপ।

৭। ১৮৫৪ খ্ৰি. ত ইংৰাজ ইষ্ট ইণ্ডিয়া ক ম্পেনিৰ সভাপতি কোন আছিল ?

(ক) লৰ্ড এলেনবৰো

(খ) ৰণজিৎ

(গ) ছাৰ চাৰ্লছ

উত্তৰঃ (গ) ছাৰ চাৰ্লছ

৮। ডেলহাউছিল শাসনৰ মূলমন্ত্ৰ কি আছিল ?

(ক) লৰ্ড এলেনবৰো

(খ) ৰাজ্য়ক নীতি

(গ) স্বত্ববিলোপ

উত্তৰঃ (গ) স্বত্ববিলোপ নীতি।

৯। ইংৰাজৰ তলতীয়া হোৱাৰ প্ৰথম ৰাজ্য়খনৰ নাম কি ?

(ক) মাৰঠা শাসিত চাতাৰা

(খ) মাৰাঠা শাসিত বাতাৰা

(গ) মাৰাঠা শাসি কাতাৰা

উত্তৰঃ (ক) মাৰাঠা শাসিত চাতাৰা।

১০। ২য় ইংগ-শিখ যুদ্ধত কোন পৰাজয় হয় ?

(ক) শিখসকল

(খ) ইংগ সকল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) শিখসকল।

১১। ২য় ইংগ-শিখ যুদ্ধত কোন ঠাইত হৈছিল ?

(ক) অসমমত

(খ) অন্ধপ্ৰদেশত

(গ) জালিৱানবাগত

উত্তৰঃ (গ) জালিৱানবাগত

১২। ভাৰতৰ কোনটো প্ৰথম ৰেল পথ আছিল ?

(ক) বোম্বাইৰ পৰা থানেলৈ

(খ) গুজৰাটৰ পৰা থানেলৈ

(গ) অন্দ্ৰপ্ৰদেশৰ পৰা থানেলৈ

উত্তৰঃ (ক) বোম্বাইৰ পৰা থানেলৈ

১৩। ভাৰতৰ প্ৰথম ৰেল পথটো কিমান দীঘল আছিল ?

(ক) ৮ কিলোমিটাৰ

(খ) ১১ কিলোমিটাৰ

(গ) ১৩ কিলোমিটাৰ

উত্তৰঃ (খ) ১১ কিলোমিটাৰ।

১৪। কৰ্ণাটকৰ নবাবৰ মৃত্য়ুৰ পিছত কি পদবী তুলি দি পেঞ্চন বন্ধ কৰিছিল ?

(ক) নবাবী পদক

(খ) সম্ৰাত পদক

(গ) ৰাজ পদক

উত্তৰঃ (ক) নবাবী পদক

১৫। এই যুদ্ধৰ ফলত কিমান টকা পেঞ্চসহকাৰে দলীপ সিঙক ইংলেণ্ডলৈ পঠাই ?

(ক) ৩ লাখ

(খ) ৪ লাখ

(গ) ৫ লাখ

উত্তৰঃ (গ) ৫ লাখ

Type By – Kishor Nath