Class 8 Social Science AJB | Assam Jatiya Bidyalay | Chapter 8 | নাগৰিকত্ব | MCQ Question Answer Solution |

নাগৰিকত্ব

Chapter – 8

১। কি শব্দৰ পৰা নাগৰিক শব্দৰ উৎপত্তি হয় ?

(ক) নাগৰিক

(খ) ৰাষ্ট্ৰ

(গ) বেলুন

উত্তৰঃ (ক) নাগৰিক।

২। নাগৰিকত্বক কেই ভাগত ভগাব পাৰি ?

(ক) দুই

(খ) তিনি

(গ) চাৰি

উত্তৰঃ (ক) দুই।

৩। প্ৰতিখন দেশ কিহৰ সমষ্টি ?

(ক) সমষ্টি

(খ) ৰাষ্ট্ৰৰ

(গ) ৰাজ্য়ৰ

উত্তৰঃ (গ) ৰাজ্য়ৰ।

৪। অসমৰ নাগৰিক সকলকাৰ নাগৰিক ?

(ক) ভাৰতৰ

(খ) আমেৰিকাৰ

(গ) জাপানৰ

উত্তৰঃ (ক) ভাৰতৰ।

৫। যি সকল দেশৰ অধিবাসী নহয় তাক কি বোলা হয় ?

(ক) বিদেশী

(খ) অধিবাসী

(গ) নাগৰিক

উত্তৰঃ (ক) বিদেশী।

৬। বিদেশীক কেই ভাগত ভগাব পাৰি ?

(ক) দুই

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (ক) দুই।

৭। ইংৰাজী অধিবাসীক কি বোলা হয় ?

(ক) Inhabitant

(খ) Iegal Foreigner

(গ) illegal Foreigner

উত্তৰঃ (ক) Inhabitant।

৮। বিদেশীসকল হ’ল ৰাষ্ট্ৰৰ বাস কৰা –

(ক) স্থায়ী লোক

(খ) অস্থায়ী লোক

(গ) অবৈধ বিদেশী

উত্তৰঃ (খ) অস্থায়ী লোক।

৯। নাগৰিকত্ব পাবলৈ কেইটা পদ্ধতি আছে ?

(ক) দুই

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (খ) তিনিটা।

১০। তলৰ কোনটো নাগৰিকত্ব পোৱাৰ পদ্ধতি নহয় ?

(ক) জন্ম স্বত্ব

(খ) দেশীয়কৰণ

(গ) অস্থায়ী লোক

উত্তৰঃ (গ) অস্থায়ী লোক।

১১। কোণ গণ্য়ৰাজ্য়ই নাগৰিকত্বৰ প্ৰদানৰ বাবে জন্মভূমিসম্পৰ্কীয় নাতিটোহে মানি চলে ?

(ক) ফ্ৰান্স

(খ) ইটালি

(গ) আৰ্জেন্টিনা

উত্তৰঃ (গ) আৰ্জেন্টিনা।

১২। জন্মগত নাগৰিকত্ব লাভৰ কেইপ্ৰকাৰৰ ?

(ক) দুই

(খ) তিনি

(গ) চাৰি

উত্তৰঃ (ক) দুই।

১৩। তলৰ কোনখন দেশে নাগৰিকত্বৰ দুইটা নীতি মানি নচলে ?

(ক) ইংলেণ্ড

(খ) আমেৰিকা

(গ) ফ্ৰান্স

উত্তৰঃ (গ) ফ্ৰান্স।

১৪। তলৰ কোনখন দেশে ৰক্তসম্পৰ্কীয় নীতি মানি নচলে ?

(ক) আৰ্জেন্টিনা

(খ) ফ্ৰান্স

(গ) ইটালি

উত্তৰঃ (ক) আৰ্জেন্টিনা।

১৫। নাগৰিকত্ব এখন ৰাষ্ট্ৰৰ কি অংগ ?

(ক) জন্ম স্বত্ব

(খ) অবিচ্ছেদ্য়

(গ) দেশীয়কৰণ

উত্তৰঃ (খ) অবিচ্ছেদ্য়।

Type By – Kishor Nath