Class 9 Assamese Book Chapter 4 প্ৰচণ্ড ধুুমুহাই প্ৰশ্ন কৰিলে মোক | Class 9 Assamese Chapter 4 MCQs Short Question Answer |

Chapter 1

প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক

১।  “প্ৰচণ্ড ধুুমুহাই প্ৰশ্ন কৰিলে মোক” এই কবিতাটিৰ লিখক কোন?

(ক) চন্দ্ৰকুমাৰ আগৰৱালা

(খ) ভূপেন হাজৰীকা

(গ) দুৰ্গেশ্বৰ শৰ্মা

উত্তৰঃ (খ) ভূপেন হাজৰীকা।

২।  প্ৰণিপাত শব্দৰ অৰ্থ কি?

(ক) বিচৰা

(খ) সেৱা জনোৱা

(গ) ভিজা

উত্তৰঃ (খ) সেৱা জনোৱা

 ৩। ড° ভূপেন হাজৰীকাই ক’ত জন্ম গ্ৰহণ লাভ কৰিছিল?

(ক) গুৱাহাটীত

(খ) শদিয়াত

(গ) ধুবুৰীত

উত্তৰঃ (খ) শদিয়াত

৪।  ড° ভূপেন হাজৰীকাই কিমান চনত জন্ম হৈছিল?

(ক) ২০০৭ চনত

(খ) ১৯৮৫ চনত

(গ) ১৯২৬ চনত

উত্তৰঃ (গ) ১৯২৬ চনত

৫। ড° ভূপেন হাজৰীকাই কোনখন কলেজৰ পৰা আই.এ পৰীক্ষাত উত্তীৰ্ণ হৈছিল?

(ক) ডিব্ৰুগড় মেডিকেল কলেজৰ পৰা

(খ) গুৱাহাটীৰ কটন কলেজৰ পৰা

(গ) তেজপুৰ বিশ্ববিদ্য়ালয়ৰ পৰা

উত্তৰঃ (খ) গুৱাহাটীৰ কটন কলেজৰ পৰা

৬।  কাম্য় শব্দৰ অৰ্থ কি?

(ক) উপস্থিতি

(খ) কামনা কৰা

(গ) বিদ্য়মানতা

উত্তৰঃ (খ) কামনা কৰা

৭। ড° ভূপেন হাজৰীকাৰ মৃত্য়ু কিমান চনত হৈছিল?

(ক) 2007 চনত

(খ) 2015 চনত

(গ) 2011 চনত

উত্তৰঃ (গ) 2011 চনত

৮।  ড° ভূপেন হাজৰীকাৰ জন্ম কিমান তাৰিখে হৈছিল?

(ক) 5 ছেপ্তেম্বৰ তাৰিখে

(খ) 8 চেপ্তেম্বৰ তাৰিখে

(গ) 5 জুলাই তাৰিখে

উত্তৰঃ (খ) 8 চেপ্তেম্বৰ তাৰিখে

৯। ড° ভূপেন হাজৰীকাৰ মৃত্য়ু কিমান তাৰিখে হৈছিল?

(ক) 5 নবেম্বৰ তাৰিখে

(খ) 5 জুন তাৰিখে

(গ) 14 নৱেম্বৰ তাৰিখে

উত্তৰঃ (ক) 5 নবেম্বৰ তাৰিখে

১০।  ড° ভূপেন হাজৰীকাই পৰিচালনা কৰা অসমীয়া চলচ্চিত্ৰৰ সংখ্য়া কিমানখন?

(ক) 5 খন

(খ) ৭ খন

(গ) ৯ খন

(ঘ) ৮ খন

উত্তৰঃ (ঘ) ৮ খন

১১।  তেখেতে বাংলা ভাষাত কেইখন চলচ্চিত্ৰ পৰিচালনা কৰিছিল?

(ক) ১ খন

(খ) ২ খন

(গ) ৩ খন

উত্তৰঃ (ক) ১ খন

১২।  তোমাৈৰ প্ৰাপ্য কি কোৱা বুলি কবিক কোনে কৈছিল?

(ক) আকাশে

(খ) ধুমুহাই

(গ) বজ্ৰ

উত্তৰঃ  (খ) ধুমুহাই

১৩।  উদাত্ত কণ্ঠটি কবিক কোনে দিলে?

(ক) আকাশে

(খ) বজ্ৰই

(গ) শক্তিয়ে

উত্তৰঃ (খ) বজ্ৰই

১৪।  যিমান বিলাই দিয়া মহান হবা তাৰ নাম কি?

(ক) উদাৰতা

(খ) বিশালতা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) উদাৰতা

১৫।  আকাশে কি এৰি দিয়ে?

(ক) মহাকাশ

(খ) দৃষ্টি

(গ) সংকীৰ্ণতা

উত্তৰঃ (গ) সংকীৰ্ণতা

১৬।  মহাকাশি কি দিয়ে?

(ক) বিশাল দৃষ্টি

(খ) প্ৰচণ্ড শক্তি

(গ) আনন্দতা

উত্তৰঃ (ক) বিশাল দৃষ্টি

১৭।  গীত কাই কি কঁপোৱাৰ কথা কৈছে?

(ক) দিগন্ত

(খ) ভূমি

(গ) স্বৰ্গ

উত্তৰঃ (ক) দিগন্ত

১৮।  মানৱৰ গীত ক’ত গাব?

(ক) মানৱৰ সমাজত

(খ) গীতিকাৰৰ সমাজত

(গ) দানৱৰ সমাজত

উত্তৰঃ (গ) দানৱৰ সমাজত

১৯।  চিকমিক বিজুলী খন কি?

(ক) চলচ্চিত্ৰ

(খ) কবিতা

(গ) গীত

উত্তৰঃ (ক) চলচ্চিত্ৰ

২০।  লটিঘটি খন কিমান চনত ৰচনা কৰা হৈছিল?

(ক) ১৯৬৬ চনত

(খ) ১৯৫৫ চনত

(গ) ১৯৪৪ চনত

উত্তৰঃ (ক) ১৯৬৬ চনত