Class 9 Assamese Book Chapter 9 ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য | Class 9 Assamese Chapter 9 MCQs Short Question Answer |

Chapter 9

ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য

১।  ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য় পাঠটিৰ লেখক কোন?

(ক) নীলমণি ফুকন

(খ) ড° হেমন্ত কুমাৰ শৰ্মা

(গ) জয়ন্ত মাধৱ বৰা

উত্তৰঃ (খ) ড° হেমন্ত কুমাৰ শৰ্মা

২।  পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য় কি?

(ক) ৰুটি

(খ) আলু

(গ) ভাত

উত্তৰঃ (গ) ভাত

৩।  ড° হেমন্ত কুমাৰ শৰ্মাৰ জন্ম ক’ত হৈছিল?

(ক) বৰপেটাত

(খ) নলবাৰীত

(গ) ডিব্ৰুগড়ত

উত্তৰঃ (খ) নলবাৰীত

৪। বুদ্ধদেৱৰ আচল নাম কি?

(ক) মহামানৱ বৌদ্ধ সংঘৰীয়া

(খ) সিদ্ধাৰ্থ

(গ) গুৰু নানক জয়ন্তী

উত্তৰঃ (খ) সিদ্ধাৰ্থ

৫।  বৌদ্ধক বিষ্ণুৰ কেই নম্বৰ অৱতাৰ বুলি ধৰা হয়?

(ক) তৃতীয় অৱতাৰ

(খ) চতুৰ্থ অৱতাৰ

(গ) নৱম অৱতাৰ

উত্তৰঃ (গ) নৱম অৱতাৰ

৬।  ভাগৱত নামেৰে কেইখন পুৰাণ আছে?

(ক) দুখন

(খ) তিনিখন

(গ) চাৰিখন

উত্তৰঃ (ক) দুখন

৭।  আৰৱ দেশৰ ৰাজধানী কি আছিল?

(ক) বৰ্তমানৰ নতুন দিল্লী

(খ) মক্কা

(গ) হাইদৰাবাদ

উত্তৰঃ (খ) মক্কা

৮।  জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন?

(ক) বুদ্ধদেৱ

(খ) মহাবীৰ

(গ) বিশ্বামিত্ৰ

উত্তৰঃ (খ) মহাবীৰ

৯।  মহাবীৰৰ প্ৰকৃত নাম কি?

(ক) বাল্মীকি

(খ) বৰ্দ্ধমান

(গ) নানক

উত্তৰঃ (খ) বৰ্দ্ধমান

১০।  ৰামায়ণ কোনে ৰচনা কৰিছিল?

(ক) বেদব্য়াসে

(খ) বাল্মীকিয়ে

(গ) চৈতন্য়দেৱ

উত্তৰঃ (খ) বাল্মীকিয়ে

১১।  ভাৰতবৰ্য এখন কি দেশ?

(ক) ঐতিহ্যপূৰ্ণ দেশ

(খ) ঐতিহ্যহীন দেশ

(গ) বিখ্যাত দেশ

উত্তৰঃ (ক) ঐতিহ্যপূৰ্ণ দেশ

১২।  ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান কেনেকুৱা ?

(ক) ঐতিহ্যপূৰ্ণ

(খ) বৈচিবত্ৰ্যপূৰ্ণ

(গ) জাতিগত

উত্তৰঃ (খ) বৈচিবত্ৰ্যপূৰ্ণ

১৩।  ভাৰতলৈ অহা সুপ্ৰাচীন মানৱগোষ্ঠী কোনটো?

(ক) দ্ৰাবিড়সকল

(খ) মঙ্গোলীয় সকল

(গ) নিগ্ৰইড সকল

উত্তৰঃ (ক) দ্ৰাবিড়সকল

১৪।  কোনবোৰ জাতিৰ লোক মংগোলীয় গোষ্ঠীৰ?

(ক) ৰাভা, মিছিং, বড়ো

(খ) নগা, বড়ো, মিচিং, কাৰ্বি

(গ) কলিতা, কোচ

উত্তৰঃ (খ) নগা, বড়ো, মিচিং, কাৰ্বি

১৫।  সকলো মানৱগোষ্ঠীৰ ভাষা- সংস্কৃতি কেনেকুৱা ?

(ক) একে

(খ) বেলেগ-বেলেগ

(গ) পৰম্পৰা

উত্তৰঃ (খ) বেলেগ-বেলেগ

১৬।  ভাৰতবৰ্ষক কি বোলা হয়?

(ক) এখন বাৰেবৰণীয়া ফুলনি

(খ) এখন বাৰেবৰণীয়া ধাননি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) এখন বাৰেবৰণীয়া ফুলনি

১৭।  ভাৰতবৰ্ষত কিহৰ সুৰ আজিও ধ্বনিত হৈ আছে?

(ক) একতা-উদাৰতাৰ সুৰ

(খ) এনাজৰীৰ সুৰ

(গ) বান্ধোনৰ সুৰ

উত্তৰঃ (ক) একতা-উদাৰতাৰ সুৰ

১৮।  ভাৰতবৰ্ষক কি বুলি কোৱা হয়?

(ক) ভাৰতমাতা

(খ) ৰাজ্যমাতা

(গ) দেশমাতা

উত্তৰঃ (ক) ভাৰতমাতা

১৯।  জীৱনী সৌৰভ কাৰ ৰচনা?

(ক) সত্যনাথ বৰাৰ ৰচনা

(খ) হেমন্ত কুমান শৰ্মাৰ ৰচনা

(গ) ডঃ হেমন্ত কুমাৰ শৰ্মাৰ ৰচনা

উত্তৰঃ (গ) ডঃ হেমন্ত কুমাৰ শৰ্মাৰ ৰচনা

২০।  ভাৰতবৰ্ষৰ প্ৰধান ধৰ্ম কেইটা?

(ক) চাৰিটা

(খ) পাচঁটা

(গ) তিনিটা

উত্তৰঃ (ক) চাৰিটা