অভীকৰ অসুখ | AJB Class 5 Assamese Chapter 15 MCQ’s Assamese Medium | Class 5 Assamese Chapter 15 MCQ’s Type Question Answer |

Chapter- 15

অভীকৰ অসুখ

১। কিহৰ বাবে অভীক এইকেইদিন স্কুললৈ যাবলৈ পৰা নাই?

(ক) জ্বৰত ভোগাৰ বাবে

(খ) ডিঙি আৰু পিঠিৰ বিষ বোৱা বাবে

(গ) এটাও নহয়

উত্তৰ- (খ) ডিঙি আৰু পিঠিৰ বিষ বোৱা বাবে ।

২। অভীকৰ বন্ধু কোন?

(ক) পল্লৱ

(খ) উপেন

(গ) এটাও নহয়

উত্তৰ- (ক) পল্লৱ ।

৩। উপেন শৰ্মা অভীকৰ কোন?

(ক) শ্ৰেণী শিক্ষক

(খ) দেউতাক

(গ) এটাও নহয়

উত্তৰ- (ক) শ্ৰেণী শিক্ষক ।

৪। অভীকহতৰ শিক্ষকে কি কথাত সদায় জোৰ দি আহিছে?

(ক) ভাল হোৱা আৰু মুখস্থ কৰা

(খ) নিয়মানুৱৰ্তিতা আৰু পৰিপাট্য়

(গ) এটাও নহয়

উত্তৰ- (খ) নিয়মানুৱৰ্তিতা আৰু পৰিপাট্য় ।

৫। অভীকৰ মোমায়েকৰ ল’ৰাজনৰ নাম কি?

(ক) ৰিপুঞ্জয়

(খ) পল্লৱ

(গ) এটাও নহয়

উত্তৰ- (ক) ৰিপুঞ্জয় ।

৬। ডিঙি আৰু পিঠিৰ বিষৰ লগত বাৰু বহাৰ কিবা সম্পৰ্ক আছে নেকি? এই কথাষাৰি অভীকে কাক কৈছিল?

(ক) ৰিপুঞ্জয়ক

(খ) উপেন শৰ্মা

(গ) এটাও নহয়

উত্তৰ- (ক) ৰিপুঞ্জয়ক ।

৭। পৰিপাট্য় শব্দৰ অৰ্থ কি?

(ক) পৰিস্থিতি

(খ) পৰিপাটি গুন, সুশৃঙ্খলতা

(গ) এটাও নহয়

উত্তৰ- (খ) পৰিপাটি গুন, সুশৃঙ্খলতা ।

৮। অভীকৰ খবৰ ল’বলৈ কোন আহিছিল?

(ক) উপেন শৰ্মা

(খ) পল্লৱ

(গ) এটাও নহয়

উত্তৰ- (খ) পল্লৱ ।

৯। কাগজবোৰ বেয়া। ইয়াত বেৱা শব্দটো কি পদ?

(ক) বিশেষ্য় পদ

(খ) বিশেষণ পদ

(গ) এটাও নহয়

উত্তৰ- (খ) বিশেষণ পদ ।

১০। লাঘৱ শব্দৰ অৰ্থ কি?

(ক) পাতল কৰা কাৰ্য্য়, হ্ৰাস

(খ) ভৰ, হেঁচা

(গ) এটাও নহয়

উত্তৰ- (ক) পাতল কৰা কাৰ্য্য়, হ্ৰাস ।

Type by- Bikul Mandal