অসমৰ আ- অলংকাৰ | AJB Class 7 History Chapter 13 | MCQ’s Question Answer Solution |

অসমৰ আ- অলংকাৰ

Chapter-13

১) আদিতে মানুহে আ- অলংকাৰৰ দৰে কি কি ব্য়ৱহাৰ কৰিছিল ?

(ক) জন্তুৰ ছাল, দাতঁ, হাড়,

(খ) চৰাই ছাল, হাড়, দাতঁ,

(গ) শিলৰ টোকুৰা, গছৰ পাত

উত্তৰঃ (ক) জন্তুৰ ছাল, দাতঁ, হাড়,।

২) অসমীয়া সমাজত আ- অলংকাৰ কোনে পৰিধান কৰে ?

(ক) পুৰুষে

(খ) মহীলায়

(গ) পুৰুষ আৰু মহীলা উভয়

উত্তৰঃ (গ) পুৰুষ আৰু মহীলা উভয়

৩) পুৰুষে কত অলংকাৰ পৰিধান কৰিছিল ?

(ক) হাট আৰু ডিঙিত

(খ) নাক আৰু কাণত

(গ) কাণ আৰু ডিঙিত

উত্তৰঃ (গ) কাণ আৰু ডিঙিত।

৪) লোকাপাৰ অলংকা কি চৰাই আৰ্হিত নিৰ্মান কৰা হয় ?

(ক) বগলি চৰাই

(খ) ময়ুৰ চৰাই

(গ) পাৰ চৰাই

উত্তৰঃ (গ) পাৰ চৰাই।

৫) লোকপাৰ কত পিন্ধে ?

(ক) ডিঙিত

(খ) কাণত

(গ) নাকত

উত্তৰঃ (খ) কাণত।

৬) কেৰু দেখা ত কি ফুলৰ দৰে ?

(ক) পদুম ফুলৰ দৰে

(খ) গোলাপ ফুলৰ দৰে

(গ) নাহৰ ফলৰ দৰে

উত্তৰঃ (ক) পদুম ফুলৰ দৰে।

৭) সৰু আকৃতিৰ কেৰুক কি বোলা হৈছিল ?

(ক) লংকেৰু

(খ) সৰু কেৰু

(গ) বৰ কেৰু

উত্তৰঃ (ক) লংকেৰু।

৮) লংকেৰু কোনে পৰিধান কৰিছিল ?

(ক) মহীলায়

(খ) সৰু কেচুৱাই

(গ) পুৰুষে

উত্তৰঃ (গ) পুৰুষে।

৯) ডাঙৰ কেৰু কোনে পৰিধান কৰিছিল ?

(ক) মহীলায়

(খ) সৰু কেচুৱাই

(গ) পুৰুষে

উত্তৰঃ (ক) মহীলায়।

১০) মতামণি কোনেো পৰিধান কৰিছিল ?

(ক) মহীলায়

(খ) সৰু কেচুৱাই

(গ) পুৰুষে

উত্তৰঃ (গ) পুৰুষে।

১১) বিৰিৰ আকৃতি কিহৰ দৰে ?

(ক) ঢোলৰ দৰে

(খ) খোলৰ দৰে

(গ) জোনৰ দৰে

উত্তৰঃ (খ) খোলৰ দৰে।

১২) গাম খাৰু কত পৰিধান কৰা হয় ?

(ক) হাতত

(খ) ভৰিত

(গ) ককালত

উত্তৰঃ (ক) হাতত।

১৩) চিতি-পাতি কত পৰিধান কৰে ?

(ক) ককালত

(খ) ভৰিত

(গ) মুৰত

উত্তৰঃ (গ) মুৰত।

১৪) ডুগডুগি অলংকাৰ বিধ দেখিবলি কেনেকুৱা ?

(ক) আম পাতৰ দৰে

(খ) পানৰ দৰে

(গ) তামোলৰ দৰে

উত্তৰঃ (খ) পানৰ দৰে।

১৫) গলপতা কোনে আৰু কত পৰিধান কৰে ?

(ক) মহীলা সকলে ডিঙিত

(খ) তিৰোতা সকলে ভৰিত

(গ) তিৰোতা সকলে ডিঙিত

উত্তৰঃ (গ) তিৰোতা সকলে ডিঙিত।

১৬) কাণফুল কোনে পৰিধান কৰে ?

(ক) সৰু ছোৱালীৱে

(খ) সৰু লৰাই

(গ) ডেকা লৰাই

উত্তৰঃ (ক) সৰু ছোৱালীৱে।

১৭) কাণ ফুল দেখা কেনেকোৱা ?

(ক) ওলমি থকা পদুমৰ দৰ

(খ) ওলমি থকা গোলাপৰ দৰে

(গ) ওলমি থকা ৰহুনৰ দৰে

উত্তৰঃ (ক) ওলমি থকা পদুমৰ দৰ।

১৮) কাণফুলৰ পাহিবোৰত কি লাগি থাকে ?

(ক) বাখৰ

(খ) মুকুতা

(গ) মিণি

উত্তৰঃ (ক) বাখৰ।

১৯) আঙুথিৰ আৰ্হি কেনেকোৱা ?

(ক) চেপেতা

(খ) জোঙা

(গ) নিদিষ্ট আৰ্হি নাই

উত্তৰঃ (গ) নিদিষ্ট আৰ্হি নাই।

২০) আঙুথি কিহৰে তৈয়াৰি ?

(ক) সুন, ৰূপ, তাম,

(খ) সুন,ৰূপ, পাত

(গ) মুগা,ৰিহা

উত্তৰঃ (ক) সুন, ৰূপ, তাম,।

Type By- Subhas Nath