অসমৰ প্ৰাকৃতিক সম্পদ | AJB Class 6 Social Science Chapter 11 | MCQ Question Answer solution |

অসমৰ প্ৰাকৃতিক সম্পদ

Chapter-11

(১) প্ৰাকৃতিক সম্পদ কাক বোলে ?  

ক) প্ৰকৃতিৰ পৰা পোৱা সম্পদক

খ) মানুহৰ পৰা পোৱা সম্পদক

গ) হাবি-বননিৰ পৰা পোৱা সম্পদক

উত্তৰঃ ক) প্ৰকৃতিৰ পৰা পোৱা সম্পদক।

(২) অসমত মুঠতে কিমান বিধমান চৰাই আছে ?

ক) ৮৫০ বিধ

খ) ৯৫০ বিধ

গ) ৯৭০ বিধ

উত্তৰঃ খ) ৯৫০ বিধ।

(৩) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ বনাঞ্চলৰ পৰিমাণ মুঠ মাচিকালি কিমান শতাং?

ক) তলৰ এটাও নহয়

খ) ২৫.৩ %

গ) ২৬.২ %

উত্তৰঃ গ) ২৬.২ %।

(৪) অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্য়ান কোনখন?

ক) মানাহ

খ) নামেৰী

গ) কাজিৰঙা

উত্তৰঃ গ) কাজিৰঙা।

(৫) কিমান চনত ভাৰত চৰকাৰে অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা বুলি ঘোষণা কৰে ?

খ) ১৮৭৪ চনত

খ) ১৯৭৪ চনত

গ) ১৯৭৫ চনত

উত্তৰঃ খ) ১৯৭৪ চনত।

(৬) লখিমপুৰ জিলাত থকা অভয়াৰণ্য খনৰ নাম কি ?

ক) গৰমপানী

খ) গিবন

গ) পাভ

উত্তৰঃ গ) পাভ।

(৭) নগাঁও জিলাত থকা অভয়াৰণ্য খনৰ নাম কি ?

ক) বুঢ়া-চাপৰি

খ) বৰনদী

গ) লাওখোৱা

উত্তৰঃ গ) লাওখোৱা।

(৮) পবিতৰা ৰাষ্ট্ৰীয় উদ্যান ক’ত অৱস্থিত ?

ক) নগাঁৱত

খ) মৰিগাঁৱত

গ) গোলাঘাটত

উত্তৰঃ খ) মৰিগাঁৱত।

(৯) মানাহ ৰাষ্ট্ৰীয় উদ্যান ক’ত অৱস্থিত ?

ক) দৰঙত

খ) তিনিচুকীয়াত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ গ) ওপৰৰ এটাও নহয়।

(১০) লাওখোৱা অভয়াৰণ্যত কি পোৱা যায় ?

ক) সোণালী বান্দৰ

খ) এশিঙীয়া গঁড়

গ) হৰিণ

উত্তৰঃ খ) এশিঙীয়া গঁড়।

(১১) ইয়াৰ ভিতৰত কোনখন পক্ষী উদ্য়ান ?

ক) গৰমপানী

খ) বৰনদী

গ) দীপৰ বিল

উত্তৰঃ গ) দীপৰ বিল।

(১২) কিমান চনত ডিগবৈত তেল শোধনাগাৰ স্থাপিত হৈছিল ?

ক) ১৯০১ চনত

খ) ১৯০২ চনত

গ) ১৯০৩ চনত

উত্তৰঃ ক) ১৯০১ চনত।

(১৩) ক’ত স্থাপন হোৱা তেলশোধনাগাৰটো এছিয়াৰ সৰ্বপ্ৰথম তেল শোধনাগাৰ ?

ক) নুনমাটিত

খ) নুমলীগড়ত

গ) ডিগবৈত

উত্তৰঃ গ) ডিগবৈত।

(১৪) কয়লাক কি বুলি কোৱা হয়?

ক) হীৰা

খ) পানীয়া সোণ

গ) কা’লা হীৰা

উত্তৰঃ গ) কা’লা হীৰা।

(১৫) গুণাগুণৰ ভিত্তিত প্ৰাকৃতিক সম্পদৰ ভাগ কেইটা?

ক) ২ টা

খ) ৩ টা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ৩ টা।

(১৬) মানুহে বাৰে বাৰে ব্য়ৱহাৰ কৰাৰ পিছতো যিবোৰ সম্পদ পুনৰ সৃষ্টি হয় তাকে পুনৰ্ভৱ সম্পদ বোলে। যেনে কি কি?

ক)মাটি, পানী, বায়ু আদি।

খ) ঘৰ, পানী বায়ু আদি।

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক)মাটি, পানী, বায়ু আদি।

(১৭) এবাৰ ব্য়ৱহাৰ কৰাৰ পিছত যিবোৰ সম্পদ ক্ষয় হৈ যায় তাকে ক্ষয়শীল সম্পদ বোলে। যেনে কি কি?

ক) মাটি, পানী, বায়ু আদি।

খ) পেট্ৰ’ল, কেৰাচিন আদি।

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) পেট্ৰ’ল, কেৰাচিন আদি।

(১৮) যিবোৰ সম্পদ ব্য়ৱহাৰ কৰি ভঁৰাল  শেষ কৰিব নোৱাৰি তাকে অফুৰন্ত সম্পদ বোলে। যেনে কি কি? 

ক) সূৰ্য্য়ৰ পোহৰ, বতাহ, পানী আদি।

খ) মাটি, পানী, বায়ু আদি।

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) সূৰ্য্য়ৰ পোহৰ, বতাহ, পানী আদি।

(১৯) হাবি-বনৰ পৰা পোৱা সম্পদবোৰক বনজ সম্পদ বোলে। যেনে কি কি?

ক) বিভিন্ন ধৰণৰ গছ-বন, জীৱ-জন্তু, পশু-পক্ষী, সৰীসৃপ আদি

খ) সূৰ্য্য়ৰ পোহৰ, বতাহ, পানী গছ-বন আদি

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) বিভিন্ন ধৰণৰ গছ-বন, জীৱ-জন্তু, পশু-পক্ষী, সৰীসৃপ আদি।

(২০) অসমৰ তিনিচুকীয়া শিৱসাগৰ আৰু কাৰ্বি আংলং জিলাত প্ৰচুৰ পৰিমাণে কয়লা উৎপাদন হয়। কয়লাক কি বুলি জনা যায়।

ক) বগা হীৰা বুলিও জনা যায়

খ) ‘ক’লা হীৰা’ বুলিও জনা যায়।

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ‘ক’লা হীৰা’ বুলিও জনা যায়।