অসমৰ স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ অনুষ্ঠানসমূহ | AJB Class 6 Social Science Chapter 12 | MCQ Question Answer Solution |

অসমৰ স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ অনুষ্ঠানসমূহ

Chapter-12

(১) আমাৰ দেশত কিমান বছৰ হ’লে এজন লোকে ভোটদানৰ অধিকাৰ পায়?

ক) ১৮ বছৰ

খ) ১৫ বছৰ

গ) ২০বছৰ

উত্তৰঃ ক) ১৮ বছৰ।

২) (২) ভাৰতবৰ্ষ এখন কি দেশ ?

ক) ৰাজতান্ত্ৰিক দেশ

খ) গণতান্ত্ৰিক দেশ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) গণতান্ত্ৰিক দেশ।

(৩) আমাৰ দেশত কেইখন চৰকাৰ আছে ?

ক) ১ খন

খ) ৩ খন

গ) ২ খন

উত্তৰঃ গ) ২ খন।

(৪) অসমৰ স্থানীয় শাসন ব্য়ৱস্থা কেইটা ভাগত ভগাব পাৰি ?

ক) ৩ টা ভাগত

খ) ২ টা ভাগত

গ) ৪ টা ভাগত

উত্তৰঃ খ) ২ টা ভাগত

(৫) গাওঁ অঞ্চলৰ স্থানীয় শাসন ব্য়ৱস্থা কেইটা ভাগত ভগাব পাৰি ?

ক) ৫ টা

খ) ৪ টা

গ) ৩ টা

উত্তৰঃ গ) ৩ টা

(৬) কিমান চনৰ অসম পঞ্চায়ত আইন অনুসৰি এই স্তৰকেইটা পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ কৰা হয়?

ক) ১৯৯০ চনত

খ) ১৯৯২ চনত

গ) ১৯৯৪ চনত

উত্তৰঃ গ) ১৯৯৪ চনত।

(৭) নগৰ সমিতিত জনসংখ্য়া কিমান হাজাৰতকৈ কম হ’ব লাগিব?

ক) ৮ হাজাৰতকৈ

খ) ৯ হাজাৰতকৈ

গ) ১০ হাজাৰতকৈ

উত্তৰঃ গ) ১০ হাজাৰতকৈ।

(৮) নগৰ সমিতিৰ কাৰ্যকাল  কিমান বছৰ ?

ক) ৪ বছৰ

খ) ৩ বছৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ গ) ওপৰৰ এটাও নহয়।

(৯) পৌৰ নিগমৰ মুৰব্বী কোন ?

ক) মেয়ৰ

খ) সভাপতি

গ) পৌৰপতি

উত্তৰঃ ক) মেয়ৰ।

(১০) পৌৰসভাৰ সদস্য়ৰ সংখ্য়া কিমান?

ক) তলৰ এটাও নহয়

খ) ১৫-২০

গ) ১০-৩০

উত্তৰঃ গ) ১০-৩০।

১১) পৌৰনিগমৰ সদস্য়সকলক কাউন্সিলৰ বোলা হয়। পৌৰনিগমৰ মুৰব্বী হ’ল কোন?

ক) মেয়ৰ

খ) কাৰ্য্য়কাল

গ) পৌৰপতি

উত্তৰঃ ক) মেয়ৰয়।

১২) পৌৰসভাৰ সদস্য়সকলক কমিছনাৰ বোলে। পৌৰসভাৰ মুৰব্বী কোন?

ক) কাৰ্য্য়কাল।

খ) মেয়ৰ।

গ) পৌৰপতি।

উত্তৰঃ গ) পৌৰপতি।

(১৩) নগৰ সমিতিৰ সদস্য়সকলক ৱাৰ্ড কমিছনাৰ বোলা হয়। নগৰ সমিতিৰ মুৰব্বী কোন?

ক) পৌৰপতি।

খ) সভাপতি।

গ) মেয়ৰ।

উত্তৰঃ খ) সভাপতি।

(১৪) গুৱাহাটী পৌৰনিগমৰ সদস্য় সংখ্য়া কি মান জন?     

ক) ৩১জন।

খ) ২১জন।

গ) ৪১জন।

উত্তৰঃ ক) ৩১জন।

(১৫) পৌৰ নিগম এখনৰ সদস্য়সকলৰ কাৰ্য্য়কাল কিমান বছৰ?

ক) ৪ বছৰ

খ) ৭ বছৰ

গ) ৫ বছৰ

উত্তৰঃ গ) ৫ বছৰ।

(১৬) পৌৰ সভাৰ এখন ১০ৰ পৰা কিমান সদস্য়ৰে গঠন কৰা হয়?

ক) ১০ৰ পৰা ৩০ জন

খ) ১০ৰ পৰা ২০ জন

গ) ১০ৰ পৰা ৪০ জন

উত্তৰঃ ক) ১০ৰ পৰা ৩০ জন।

(১৭) নগৰ সমিতি এখন ৭ জনৰ পৰা কিমান জনলৈ গঠিত হয়?

ক) ৭ জনৰ পৰা ৩০ জন

খ) ৯ জনৰ পৰা ২০ জন

গ) ৫ জনৰ পৰা ১০ জন

উত্তৰঃ ক) ৭ জনৰ পৰা ৩০ জন।

(১৮) কোনো এখন নগৰত যেতিয়া জনসংখ্য়া ১০ হাজাৰতকৈ কম হয়, তেনে কি গঠন কৰা হয়?

ক) নগৰত নগৰ সমিতি গঠন কৰা হয়।

খ) নগৰত নগৰ সভাপতি গঠন কৰা হয়।

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) নগৰত নগৰ সমিতি গঠন কৰা হয়।

(১৯) যি শাসন ব্য়ৱস্থাত দেশ জনসাধাৰণে তেওঁলোকৰ শাসকসকলক ভোটদান কৰি নিৰ্বাচিত কৰে, তেনে শাসন ব্য়ৱস্থাক কি বোলে?

ক) গণতন্ত্ৰ বোলে

খ) কাৰ্য্য়কাল বোলে

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) গণতন্ত্ৰ বোলে।

(২০) পৌৰ নিগম জনসংখ্য়া কিমান?

ক) ১ লাখতকৈ অধিক

খ) ৩ লাখতকৈ অধিক

গ) ৫ লাখতকৈ অধিক

উত্তৰঃ ক) ১ লাখতকৈ অধিক।