আঞ্চলিক ভূগোল অসম | AJB Class 6 Social Science Chapter 17 | MCQ Question Answer Solution |

আঞ্চলিক ভূগোল অসম

Chapter-17

(১) আমি বাস কৰা ৰাজ্য়খন ভাৰতবৰ্ষৰ কোন দিশত অৱস্থিত ?

ক) উত্তৰ দিশত

খ) উত্তৰ-পূব দিশত

গ) দক্ষিণ-পশ্চিম দিশত

উত্তৰঃ খ) উত্তৰ-পূব দিশত।

(২) অসমৰ মুঠ মাটিকালি কিমান ?

ক) ৭৭,৫৬০ বৰ্গ কিল’মিটাৰ

খ) ৭৮,৪৩৮ বৰ্গ কিল’মিটাৰ

গ) ৭৪,৪৩৭ বৰ্গ কিল’মিটাৰ

উত্তৰঃ খ) ৭৮,৪৩৮ বৰ্গ কিল’মিটাৰ

(৩) আমাৰ ৰাজ্য়খনক কেইখন বিদেশী ৰাষ্ট্ৰই আগুৰি আছে ?

ক) ৫ খন

খ) ৩ খন

গ) ২ খন

উত্তৰঃ গ) ২ খন

(৪) বিদেশী ৰাষ্ট্ৰ দুখনৰ নাম কি ?

ক) চীন আৰু ম্য়ানমাৰ

খ) ভূটান আৰু বাংলাদেশ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ভূটান আৰু বাংলাদেশ।

(৫) আমাৰ ৰাজ্য়খনক আন আৰু কেইখন ৰাজ্যই আগুৰি আছে ?

ক) ৫ খন

খ) ৬ খন

গ) ৭ খন

উত্তৰঃ গ) ৭ খন।

(৬) অসমক কেইটা ভৌগালিক অঞ্চলত ভগাব পাৰি ?

ক) ৪ টা

খ) ৩ টা

গ) ২ টা

উত্তৰঃ খ) ৩ টা।

(৭) ব্ৰহ্মপুত্ৰ উপত্য়কাৰ মাটিকালি কিমান ?

ক) প্ৰায় ৫৪,৪০০ বৰ্গকিল’মিটাৰ

খ) প্ৰায় ৬৪,৫০০ বৰ্গকিল’মিটাৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) প্ৰায় ৫৪,৪০০ বৰ্গকিল’মিটাৰ।

(৮) ভাৰতৰ আন ৰাজ্য়ৰ তুলনাত অসমত বৰষুণৰ পৰিমাণ কি ?

ক) কম

খ) বেছি

গ) কমো নহয় বেছিও নহয়

উত্তৰঃ খ) বেছি।

(৯) আমাৰ ৰাজ্য়খনৰ কিমান শতাংশ লোক নগৰত বাস কৰে ?

ক) তলৰ এটাও নহয়

খ) ১৮ শতাংশ

গ) ২০ শতাংশ

উত্তৰঃ ক) তলৰ এটাও নহয়।

(১০) কিমান শতাংশ লোক গাঁওত বাস কৰে ?

ক) ৮০ শতাংশ লোক

খ) ৮৪ শতাংশ লোক

গ) ৮৬ শতাংশ লোক

উত্তৰঃ গ) ৮৬ শতাংশ লোক।

(১১) বৰাইল পাহাৰৰ সৰ্বোচ্চ  শৃংগ লাইকেই কি মান মিটাৰ?

ক) ১৯৫৯ মিটাৰ?

খ) ১৩৬৯ মিটাৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ১৯৫৯ মিটাৰ?

(১২) অসমৰ আটাইতকৈ ওখ পাহাৰখন কি 

ক) তলৰ এটাও নহয়

খ) চীন পাহাৰ।

গ) কাৰ্বি পাহাৰ।

উত্তৰঃ ক) তলৰ এটাও নহয়।

(১৩) অসমৰ সীমাত থকা বিদেশী ৰাষ্ট্ৰ দুখন কি কি?

ক) ভূটান আৰু বাংলাদেশ।

খ) চীন আৰু ম্য়ানমাৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ভূটান আৰু বাংলাদেশ।

(১৪) ভূগোলৰ যিটো শাখাই কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ  ভূগোল সম্বন্ধীয় সকলো কথা প্ৰণালীবদ্ধভাৱে অধ্য়য়ন কৰে তাকে কি বোলে?

ক) তলৰ এটাও নহয়।

খ) আঞ্চলিক ভূগোল বোলে।

গ) আঞ্চলিক ভূটান।বোলে।

উত্তৰঃ খ) আঞ্চলিক ভূগোল বোলে।

(১৫) অসমৰ চাৰিসীমা উত্তৰে কি কি?

ক) ভূটান, অৰুণাচল প্ৰদেশ।

খ) মণিপুৰ, নাগালেণ্ড প্ৰদেশ।

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ভূটান, অৰুণাচল প্ৰদেশ।

(১৬)  অসমৰ চাৰিসীমা পূবে কি কি? 

ক) অৰুণাচলৰ এটা অংশ, নাগালেণ্ড, মণিপুৰ।

খ) ভূটান, অৰুণাচল প্ৰদেশ।

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) অৰুণাচলৰ এটা অংশ, নাগালেণ্ড, মণিপুৰ।

(১৭) অসমৰ চাৰিসীমা দক্ষিণে কি কি? 

ক) মিজোৰাম, ত্ৰিপুৰা ।

খ) ভূটান, অৰুণাচল প্ৰদেশ।

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) মিজোৰাম, ত্ৰিপুৰা ।

(১৮) অসমৰ চাৰিসীমা পশ্চিমে কি কি? 

ক) তলৰ এটাও নহয়।

খ) অৰুণাচলৰ এটা অংশ, নাগালেণ্ড, মণিপুৰ।

গ) মেঘালয়, পশ্চিমবংগ, বাংলাদেশ।

উত্তৰঃ গ) মেঘালয়, পশ্চিমবংগ, বাংলাদেশ।

(১৯) ৰাজ্য়খনক আগুৰি থকা ভাৰতবৰ্ষৰ আন সাতখন ৰাজ্য় কি কি? 

ক) অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু পশ্চিম বংগ।

খ) মেঘালয়, পশ্চিমবংগ, বাংলাদেশ, ভূটান, অৰুণাচল প্ৰদেশ নাগালেণ্ড, মণিপুৰ।

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু পশ্চিম বংগ।

(২০) অসম ভাৰতৰ ৰাজ্য় কি দিশত অৱস্থিত?

ক) তলৰ এটাও নহয়।

খ) দক্ষিণে-পশ্চিমে অৱস্থিত।

গ) উত্তৰ-পূবত অৱস্থিত।

উত্তৰঃ গ) উত্তৰ-পূবত অৱস্থিত।