আমাৰ কাপোৰ | AJB Class 6 Science Chapter 6 | MCQ Question Answer Solution |

আমাৰ কাপোৰ

Chapter-6

(১) মৰাপাটৰ খেতিৰ বাবে পলসুৱা বোকা মাটিৰ প্ৰয়োজন।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ(ক) হয়

(২) ফলৰ পৰা পোৱা আঁহবিধ হল

(ক) মৰাপাট

(খ) কপাহ

(গ) লিনেন

উত্তৰঃ (খ) কপাহ।

(৩) কপাহৰ পৰা গুটি গুচোৱা সজুঁলিবিধ হল

(ক) নেওঠনী

(খ) যঁতৰ

(গ) চেৰেকি

উত্তৰঃ (ক) নেওঠনী।

(৪) ঘৰত সূতা কাটিবলৈ কি ব্যৱহাৰ কৰা হয়।

(ক) যতঁৰ

(খ) টাকুৰি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) টাকুৰি।

(৫)  কোনটো থূপৰ আটাইকেইবিধ আহঁ উদ্ভিদৰ পৰা পোৱা যায়

(ক) মৰাপাট, কপাহ, পাট

(খ) মৰাপাট, কপাহ, নাৰিকল

(গ) কপাহ, নাইলন, লিনেন

উত্তৰঃ (খ) মৰাপাট, কপাহ, নাৰিকল।

(৬)  শন গছৰ পৰা কি আঁহ পোৱা যায়

(ক) মৰাপাট

(খ) লিনেন

(গ) কপাহ

উত্তৰঃ (খ) লিনেন।

(৭) নাইলেন, পলিএষ্টাৰ আদি হল সংশ্লেষিত আহঁ।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়।

(৮) প্ৰাচীন চীন দেশত পলুৰ পৰা পাট সূতা আহৰণ কৰিছিল।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়।

(৯) ‘পূজাৰী ৰজা’ৰ মূৰ্তি মহেঞ্জোদাৰোত পোৱা গৈছে।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়।

(১০) গছৰ ছালৰ পৰা পোৱা আহঁবিধ হল

(ক) কপাহ

(খ) মৰাপাট

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) মৰাপাট।

১১/ অসমত কপাহ খেতি কৰা হয়নে

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নহয়।

১২/ কপাহ খেতি কোন ৰাজ্য়ত কৰা হয়

(ক) ৰাজস্থান

(খ) গুজৰাট

(গ) বাংলাদেশ

উত্তৰঃ (খ) গুজৰাট।

১৩/ নাৰিকলৰ আঁহবোৰে কি প্ৰস্তত কৰা হয়

(ক) চকী

(খ) টেবুল

(গ) ছোফা

উত্তৰঃ (গ) ছোফা।

১৪/ কোনজন পুৰুষে প্ৰথমে যঁতৰত সূতা কাটিছিল

(ক) জৱাহৰলাল নেহেৰু

(খ) মহাত্মা গান্ধী

(গ) লাচিত বৰ ফুকন

উত্তৰঃ (খ) মহাত্মা গান্ধী।

১৫/ মৰাপাটৰ গছজোপা কিমান মিটাৰমান ওখ হয়

(ক) ২.৯ মিটাৰ

(খ) ২.৩ মিটাৰ

(গ) ২.৫ মিটাৰ

উত্তৰঃ (গ) ২.৫ মিটাৰ।

১৬/ কপাহ খেতিৰ বাবে কি জলবায়ু প্ৰয়োজন হয়

(ক) গৰম-সেমেকা

(খ) ঠাণ্ডা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) গৰম-সেমেকা।

১৭/ কি জন্ত পৰা ঊণ সূতা সংগ্ৰহ কৰাহয়

(ক) ভেড়া ছাগলী

(খ) গৰু

(গ) ম’হ

উত্তৰঃ (ক) ভেড়া ছাগলী।

১৮/ মৰাপাটৰ আঁহেৰে কি সামগ্ৰী প্ৰস্তত কৰা হয়

(ক) জৰী

(খ) বেগ

(গ) টেবুল

উত্তৰঃ (ক) জৰী।

১৯/ কিমান বছৰৰ আগৰ পৰা কাপোৰৰ ব্য়ৱহাৰ হৈ আছে

(ক) ১,৭০,০০০ বছৰ

(খ) ১,৮৯,০০০ বছৰ

(গ) ১,৩৪,০০০ বছৰ

উত্তৰঃ (ক) ১,৭০,০০০ বছৰ।

২০/ চিলাই কৰা বেজী কিমান বছৰ আগেয়ে উদ্ভাৱন কৰা হৈছিল

(ক) ৪০,০০০ বছৰ

(খ) ৩০,০০০ বছৰ

(গ) ৫০,০০০ বছৰ

উত্তৰঃ (গ) ৫০,০০০ বছৰ।