আহোম ৰাজ্য়ৰ শাসন ব্য়ৱস্থা | AJB Class 7 History Chapter 4 | MCQ’s Question Answer Solution |

আহোম ৰাজ্য়ৰ শাসন ব্য়ৱস্থা

Chapter-4

১) ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল ?

(ক) ১৯৪৭ চনত

(খ) ২০২২ চনত

(গ) ১৮২৬ চনত

উত্তৰঃ (গ) ১৮২৬ চনত।

২) আহোম শাসন ব্য়ৱস্থাত মূখ্য় শাসক কোন ?

(ক) ৰজাৰ পত্নি

(খ) ৰজাৰ girl fiend

(গ) ৰাজ কোমাৰৰ পিতৃ

উত্তৰঃ (গ) ৰাজ কোমাৰৰ পিতৃ।

৩) ৰাজ্য়ৰ আইন কাৰ মতে চলে ?

(ক) সংবিধানৰ মতে

(খ) পজাৰ মতে

(গ) ৰজাৰ মতে

উত্তৰঃ (গ) ৰজাৰ মতে।

৪) আহোম সকলক কাৰ বংশধৰ বুলি কোৱা হয় ?

(ক) বহ্মাৰ বংশধৰ

(খ) ইন্দ্ৰৰ বংশধৰ

(গ) মহাদেৱৰ বংশধৰ

উত্তৰঃ (খ) ইন্দ্ৰৰ বংশধৰ।

৫) ৰজাৰ কি হলে পতা-মন্তিসকলে সমতা হেৰুৱাবলগা হৈছিল ?

(ক) ৰজা সুখি হলে

(খ) ৰজা দুখি হলে

(গ) ৰজা অসন্তুষ্ট হলে

উত্তৰঃ (গ) ৰজা অসন্তুষ্ট হলে।

৬)কোন চনত আহোমৰ শাসন ব্য়ৱস্থা অন্ত পৰে ?

(ক) ১৮২৬ চনত

(খ) ১৮১৬ চনত

(গ) ১৮১৭ চনত

উত্তৰঃ (ক) ১৮২৬ চনত।

৭) ৰজাৰ মৃতূ হলে কোনে ৰজাৰ সিংহাখনত বহে ?

(ক) ৰজাৰ ডাঙৰ পুতেকে

(খ) ৰজাৰ ডাঙৰ জীয়ৰি

(গ) ৰজাৰ পিতৃ

উত্তৰঃ (ক) ৰজাৰ ডাঙৰ পুতেকে।

৮) শিৱ সিংহ কেইজন ভায়েক আছিল ?

(ক) ১ জন

(খ) ২ জন

(গ) ৩জন

উত্তৰঃ (গ) ৩জন।

৯) চু মানে কি

(ক) শয়াল

(খ) বান্দৰ

(গ) বাঘ

উত্তৰঃ (গ) বাঘ।

১০) কা মানে কি ?

(ক) যোৱা

(খ) অহা

(গ) নহা

উত্তৰঃ (খ) অহা।

১১) ফা মানে কি ?

(ক) স্বৰ্গ

(খ) মাতি

(গ) পাতাল

উত্তৰঃ (ক) স্বৰ্গ।

১২) চুকাফা মানে কি ?

(ক) স্বৰ্গ পৰা অহা বাঘ

(খ) পাতালৰ পৰা অহগা বাঘ

(গ) স্বৰ্গৰ পৰা অহা শিয়াল

উত্তৰঃ (ক) স্বৰ্গ পৰা অহা বাঘ।

১৩) মুং মানে হৈছে ?

(ক) ৰাজ্য়

(খ) দেশ

(গ) জিলা

উত্তৰঃ (খ) দেশ।

১৪) চুহুংমুং মানে হৈছে ?

(ক) বিখ্য়াত দেশৰ বাঘ

(খ) বিখাত ৰাজ্য়ৰ বাঘ

(গ) বিখ্য়াত জিলাৰ বাঘ

উত্তৰঃ (ক) বিখ্য়াত দেশৰ বাঘ।

১৫) এট জাতিৰ মূৰবি জনক কি বুলি কোৱা হয় ?

(ক) মূখিয়াল

(খ) মন্তি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) মূখিয়াল।

১৬) আহোমৰ ৰাজ ধানি কত আছিল ?

(ক) ৰংপুৰ

(খ) উদয়পুৰ

(গ) গান্ধিনগৰ

উত্তৰঃ (ক) ৰংপুৰ।

১৭) পচা শব্দৰ অৰ্থ কি ?

(ক) আনন্দ

(খ) দুখ

(গ) বৰঙণি

উত্তৰঃ (গ) বৰঙণি।

Type By- Subhas Nath