ইতিহাস কি আৰু ইতিহাস অধ্য়য়নৰ প্ৰয়োজনীয়তা | AJB Class 5  History Chapter 1 MCQ’s Assamese Medium | Class 5  History Chapter 1 MCQ’s Type Question Answer |

Chapter- 1

ইতিহাস কি আৰু ইতিহাস অধ্য়য়নৰ প্ৰয়োজনীয়তা

১। ইতিহাস শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হৈছিল? 

(ক) অসমীয়া

(খ) সংস্কৃত

(গ) বড়ো

উত্তৰ- (খ) সংস্কৃত ।

২। আমাৰ মাতৃভূমি এই _____ৰাজ্য।

(ক) অৰুনাচল

(খ) অসম

(গ) মনিপুৰ

উত্তৰ- (খ) অসম ।

৩। যি বিষয় অধ্য়য়ন কৰিলে অতীত কালৰ কথা জানিব পৰা যায় সেই বিষয়টোকে____________বোলা হয়? 

(ক) সংস্কৃতি

(খ) ৰাজনৈতিক

(গ) ইতিহাস

উত্তৰ- (গ) ইতিহাস ।

৪। কোনে নিজৰ নামেৰে পৰিচয় দিয়ে?

(ক) কুকুৰে

(খ) মানুহে

(গ) ইতিহাসে

উত্তৰ- (খ) মানুহে ।

৫। আমি কি হিচাবে পৰিচয় দিওঁ?

(ক) ভাৰতৰ নাগৰিক

(খ) অসমৰ নাগৰিক

(গ) আমেৰিকা নাগৰিক

উত্তৰ- (ক) ভাৰতৰ নাগৰিক ।

৬। ইতিহাসৰ কথা জানিবলৈ হ’লে আমি কি কৰিব লাগিব?

(ক) ৰাজনৈতিক অধ্য়য়ন কৰিব লাগিব

(খ) ইতিহাসক অধ্য়য়ন কৰিব লাগিব

(গ) অৰ্থনৈতিক অধ্য়য়ন কৰিব লাগিব

উত্তৰ- (খ) ইতিহাসক অধ্য়য়ন কৰিব লাগিব ।

৭। আমাৰ মনত কি ভাবৰ সৃষ্টি হয়?

(ক) দেশপ্ৰেম

(খ) অদ্ভুত

(গ) ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰ- (ক) দেশপ্ৰেম ।

৮। সু-নাগৰিক হ’বলৈ ইতিহাস বিষয়ৰ_______অৰ্জন কৰাটো অতি প্ৰয়োজনায় থকা। 

(ক) জ্ঞান

(খ) ৰাজনৈতিক

(গ) ধৰ্ম

উত্তৰ- (ক) জ্ঞান।

৯। দেশপ্ৰেম ভাব থাকিলেহে আমি_________হ’ব পাৰিম?

(ক) মানুহ

(খ) সুনাগৰিক

(গ) গায়ক

উত্তৰ- (খ) সুনাগৰিক ।

১০। শংকৰদেৱে অসমত কি ধৰ্ম প্ৰচাৰ কৰিছিল?

(ক) বৈষ্ণৱ ধৰ্ম

(খ) জৈন ধৰ্ম

(গ) বৌদ্ধ ধৰ্ম

উত্তৰ- (ক) বৈষ্ণৱ ধৰ্ম ।

Type by- Bikul Mandal