ঈদ-উল-ফিটৰ | AJB Class 5 Assamese Chapter 9 MCQ’s Assamese Medium | Class 5 Assamese Chapter 9 MCQ’s Type Question Answer |

Chapter- 9

ঈদ-উল-ফিটৰ

১। কি ধৰ্মত দান দি আনন্দ-উপভোগ কৰা এটা দিন আছে?

(ক) বৌদ্ধ ধৰ্মত

(খ) ইছলাম ধৰ্মত

(গ) এটাও নহয়

উত্তৰ- (খ) ইছলাম ধৰ্মত ।

২। আৰবী ৰমজান মাহটো কি সকলৰ বাবে বৰ পৱিত্ৰ মাহ?

(ক) মুছলমানসকলৰ বাবে

(খ) অসমীয়াসকলৰ বাবে

(গ) এটাও নহয়

উত্তৰ- (ক) মুছলমানসকলৰ বাবে ।

৩। ৰোজা পালন কৰাৰ অৰ্থ কি?

(ক) দুখীয়াক দান কৰা

(খ) উপবাসে থকা

(গ) এটাও নহয়

উত্তৰ- (খ) উপবাসে থকা ।

৪। দৈনিক কেইবাৰকৈ প্ৰত্য়েক মুছলমানে নামাজ পঢ়াটো বাধ্য়তামূলক?

(ক) তিনি বাৰকৈ

(খ) পাঁচবাৰকৈ

(গ) এটাও নহয়

উত্তৰ- (খ) পাঁচবাৰকৈ ।

৫। নামাজলৈ যোৱাৰ আগতে কি কৰাটো এটা প্ৰয়োজনীয় কাম?

(ক) মিষ্টান্ন ভোজন

(খ) দান কৰা

(গ) এটাও নহয়

উত্তৰ- (ক) মিষ্টান্ন ভোজন ।

৬। নিজৰ সম্পত্তিৰ কিমান ভাগ দুখীয়া লোকসকলৰ মাজত ৰমজান মাহত দান দিবলগীয়া হয়?

(ক) চাৰি ভাগৰ এভাগ

(খ) চল্লিছ ভাগৰ এভাগ

(গ) এটাও নহয়

উত্তৰ- (খ) চল্লিছ ভাগৰ এভাগ ।

৭। ঈদৰ দিনা পৰম ভক্তিৰে কাক মনত পেলোৱা হয়?

(ক) জীৱিত ব্য়ক্তিসকলক

(খ) মৃত ব্য়ক্তিসকলক

(গ) এটাও নহয়

উত্তৰ- (খ) মৃত ব্য়ক্তিসকলক ।

৮। ৰহণ শব্দৰ অৰ্থ কি?

(ক) ৰং

(খ) মিঠা আাহাৰ

(গ) এটাও নহয়

উত্তৰ- (ক) ৰং ।

৯। মৰিষণ শব্দৰ অৰ্থ কি?

(ক) ক্ষমা কৰা কাৰ্য

(খ) পৱিত্ৰ

(গ) এটাও নহয়

উত্তৰ- (ক) ক্ষমা কৰা কাৰ্য ।

১০। সংযমিত শব্দৰ অৰ্থ কি?

(ক) সন্তুষ্ট কৰা কাৰ্য্য়

(খ) সংযম ৰক্ষা কৰা

(গ) এটাও নহয়

উত্তৰ- (খ) সংযম ৰক্ষা কৰা ।

Type by- Bikul Mandal