উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ| AJB Class 7 General Science Chapter 5 | MCQ’s Assamese Medium | Class7 Chapter 5 MCQ’s Type Question Answer |AJB Class 7 General Science Chapter 5 MCQ’s Assamese Medium | Class7 Chapter 5 MCQ’s Type Question Answer |

১. উদ্ভিদৰ প্ৰজনন কেই প্ৰকাৰৰ ?

(ক) দুই

(খ) ছয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) দুই ।

২. গুটি বা বীজৰ জৰিয়তে হোৱা প্ৰজনন হ’ল ?

(ক) অযৌন প্ৰজনন

(খ) যৌন প্ৰজনন

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) যৌন প্ৰজনন ।

৩. ফুল হৈছে উদ্ভিদৰ প্ৰধান কিহৰ অংগ ?

(ক) প্ৰজননৰ

(খ) পাতৰ

(গ) যৌনৰ

উত্তৰ- (ক) প্ৰজননৰ ।

৪. ফুলৰ প্ৰধান চক্ৰ কেইটা ?

(ক) তিনিটা

(খ) চাৰিটা

(গ) পাঁচটা

উত্তৰ- (খ) চাৰিটা ।

৫. গৰ্ভপত্ৰৰ ওপৰৰ অংশটো কি ?

(ক) গৰ্ভকেশৰ

(খ) গৰ্ভমুণ্ড

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) গৰ্ভমুণ্ড ।

৬. জলকীয়া,বিলাহী আদিৰ গৰ্ভপ্ৰকোষ্ঠ কেইটা ?

(ক) চাৰিটা

(খ) তিনিটা

(গ) দুটা

উত্তৰ- (গ) দুটা ।

৭. পুংকোশৰত থকা পুংণ্ডই পৰাগধানী বহন ?

(ক) কৰে

(খ) নকৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) কৰে ।

৮. জলকীয়া আৰু বিলাহীত ভালেসংখ্যক কি থাকে ?

(ক) উদ্ভিদ

(খ) পুংকেশৰ

(গ) ডিম্বক

উত্তৰ- (গ) ডিম্বক ।

৯. প্ৰত্যেক জীনৰে জীৱনকাল কেইটা পৰ্যায়ত সম্পূৰ্ণ হয় ?

(ক) তিনিটা

(খ) পাঁচটা

(গ) চাৰিটা

উত্তৰ- (গ) চাৰিটা ।

১০. গৰ্ভাশয়ৰ ভিতৰত ডিম্বক ?

(ক) নাথাকে

(খ) থাকে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) থাকে ।

১১. জীৱই জীৱ সৃষ্টি কৰা প্ৰক্ৰিয়াক কি বোলে ?

(ক) প্ৰজনন বোলে

(খ) প্ৰস্বেদন বোলে

(গ) যৌন প্ৰজনন বোলে

উত্তৰ- (ক) প্ৰজনন বোলে ।

১২. পুংস্তৱক কিহেৰে গঠিত ?

(ক) পুংকেশৰে

(খ) গৰ্ভাশয়েৰে

(গ) চলৰেণুৰে

উত্তৰ- (ক) পুংকেশৰে ।

১৩.এবিধ হৰিতোদ্ভিদ শ্ৰেণীৰ উদ্ভিদৰ নাম লিখা ।

(ক) মাৰ্কেনছিয়া

(খ) ৰিক্ছিয়া

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (গ) ওপৰৰ দুয়োটা ।


১৪. এজোপা উদ্ভিদৰ মুখ্য প্ৰজনন অংগ হ’ল______            

(ক) ফুল

(খ) পাত

(গ) ডাল

উত্তৰ- (ক) ফুল ।

 ১৫. সকলো জীৱই নিজৰ দৰে সতি-সন্ততিৰ জন্ম দিয়ে ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) শুদ্ধ ।

১৬. নিষিক্ত কোষক কি বোলে ?

(ক) জননকোষ

(খ) যোজনকোষ

(গ) ওপৰৰ দুয়োটাই

উত্তৰ- (খ) যোজনকোষ ।


১৭. পুং আৰু স্ত্ৰী জননকোষৰ মিলনক কি বোলে ?

(ক) মুকুলন

(খ) নিষেচন

(গ) স্বপৰাগন

উত্তৰ- (খ) নিষেচন ।

১৮। পৰাগযোগ কেই ধৰণৰ ?

(ক) দুই ধৰণৰ

(খ) তিনি ধৰণৰ

(গ) চাৰি ধৰণৰ3

উত্তৰ- (ক) দুই ধৰণৰ ।

১৯। পুৰঠ ডিম্বাশয়ে কি গঠন কৰে ?

(ক) জননকোষ

(খ) বীজ

(গ) শিপা

উত্তৰ- (ক) জননকোষ ।

 ২০। উৰহীৰ গুটিৰ কেইটা বীজপত্ৰ

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰ- (ক) দুটা ।

Type by- Bikul Mandal