উৰুকাৰ ৰাতি | AJB Class 5 Assamese Chapter 20 MCQ’s Assamese Medium | Class 5 Assamese Chapter 20 MCQ’s Type Question Answer |

Chapter- 20

উৰুকাৰ ৰাতি

১। সৌৰভহঁতৰ আচল ঘৰ ক’ত?

(ক) গুৱাহাটীত

(খ) গোলাঘাটত

(গ) এটাও নহয়

উত্তৰ- (খ) গোলাঘাটত ।

২। সৌৰভৰ জন্ম ক’ত হৈছিল?

(ক) গুৱাহাটীত

(খ) গোলাঘাটত

(গ) এটাও নহয়

উত্তৰ- (ক) গুৱাহাটীত ।

৩। মাঘৰ বিহুৰ উৰুকা কেনেদৰে পাতে তাক চাবলৈ সৌৰভ এইবাৰ কলৈ গৈছিল?

(ক) বৰদেউতাকৰ ঘৰলৈ

(খ) পেহীয়েকৰ ঘৰলৈ

(গ) এটাও নহয়

উত্তৰ- (খ) পেহীয়েকৰ ঘৰলৈ ।

৪। কণ সৌৰভৰ কোন?

(ক) মোমায়েকৰ ল’ৰা

(খ) পেহীয়েকৰ ল’ৰা

(গ) এটাও নহয়

উত্তৰ- (খ) পেহীয়েকৰ ল’ৰা ।

৫। সৌৰভহঁতৰ পেহীয়েকহঁতৰ গাঁৱত কিহেৰে মেজি সজা হয়?

(ক) কাঠ আৰু খৰিৰে

(খ) খেৰেৰে

(গ) এটাও নহয়

উত্তৰ- (ক) কাঠ আৰু খৰিৰে ।

৬। নামনি অসমৰ ফালে কিহেৰে মেজি সাজে?

(ক) খেৰেৰে

(খ) কাঠ আৰু খৰিৰে

(গ) এটাও নহয়

উত্তৰ- (ক) খেৰেৰে ।

৭। নামনি অসমৰ মেজিটোক কি বুলি কোৱা হয়?

(ক) পুজি

(খ) ভেলাপুজি

(গ) এটাও নহয়

উত্তৰ- (খ) ভেলাপুজি ।

৮। আমেজ শব্দৰ অৰ্থ কি?

(ক) আনন্দ

(খ) আদৰণি

(গ) এটাও নহয়

উত্তৰ- (ক) আনন্দ ।

৯। “এই মেজিটো পিছে কেতিয়া জ্বলাবা?” এই কথাষাৰি কোনে কাক কৈছিল?

(ক) সৌৰভে তুতুলদাক কৈছিল

(খ) সৌৰভে কণদাক কৈছিল

(গ) এটাও নহয়

উত্তৰ- (খ) সৌৰভে কণদাক কৈছিল ।

১০। মেজি শব্দটো ভাঙিলে হ’ব

(ক) ম + এ + জি

(খ) ম + এ’ + জ + ই

(গ) এটাও নহয়

উত্তৰ- (খ) ম + এ’ + জ + ই ।

Type by- Bikul Mandal