চুডাংফা | AJB Class 5 History Chapter 7 MCQ’s Assamese Medium | Class 5 History Chapter 7 MCQ’s Type Question Answer |

Chapter- 7

চুডাংফা

১) কিমান খ্ৰিষ্টাব্দত ত্যাওখামথিক আহোম ৰাজ্যৰ ৰজা পতা হয়?

(ক) ১৩৮০ খ্ৰিষ্টাব্দত

(খ) ১৩৭৬ খ্ৰিষ্টাব্দত

(গ) ১৩৮৯ খ্ৰিষ্টাব্দত

উত্তৰ- (ক) ১৩৮০ খ্ৰিষ্টাব্দত ।

২) আহোমৰ প্ৰায় ৬00 বছৰীয়া শাসন কালত মন্ত্ৰী পৰিষদে কেইবাৰ শাসন কৰিছিল

(ক) দুবাৰ

(খ) তিনিবাৰ

(গ) চাৰিবাৰ

উত্তৰ- (গ) চাৰিবাৰ ।

৩) কিমান খ্ৰিষ্টাব্দৰ পৰা কিমানলৈ প্ৰথমবাৰৰ বাবে মন্ত্ৰী পৰিষদৰ শাসন চলিছিল?

(ক) ১৩৭৬ খ্ৰিষ্টাব্দৰ পৰা ১৩৮০ খ্ৰিষ্টাব্দলৈ

(খ) ১৫৪৩ খ্ৰিষ্টাব্দৰ পৰা ১৫৮৬ খ্ৰিষ্টাব্দলৈ

(গ) ১২৮৯ খ্ৰিষ্টাব্দৰ পৰা ১৩৫৬ খ্ৰিষ্টাব্দলৈ

উত্তৰ- (ক) ১৩৭৬ খ্ৰিষ্টাব্দৰ পৰা ১৩৮০ খ্ৰিষ্টাব্দলৈ ।

৪) শিঙৰি শব্দটো কোন ভাষাৰ পৰা আহিছে ?

(ক) হোলোং

(খ) চেংৰী

(গ) চেংৰীয়া

উত্তৰ- (খ) চেংৰী ।

৫) শিঙৰি ঘৰত উঠাৰ আগতে ৰাজাই এটা মানুহক কিহেৰে কাটিব লাগিছিল?

(ক) হেঙাৰে

(খ) শিলৰ অস্ত্ৰৰে

(গ) হেংদাঙেৰে

উত্তৰ- (গ) হেংদাঙেৰে ।

৬) আহোম আৰু নৰাৰ দুয়োজনা বৰগোহঁয়ে কুকুৰা কাটি শপত খোৱাৰ পৰ্বতটো নাম কি?

(ক) ডয় কাও-ৰঙ

(খ) পাট-কাই-চেং-কান

(গ) পাট-কাই ৰং

উত্তৰ- (খ) পাট-কাই-চেং-কান ।

৭) ডয় কাও-ৰঙৰ অৰ্থ কি?

(ক) নটা পৰ্বত গোট খোৱা

(খ) কুকুৰা কাটি শপত লোৱা

(গ) ৰূপোৱালী জিন বন্ধা

উত্তৰ- (ক) নটা পৰ্বত গোট খোৱা ।

৮) চেংৰী শব্দৰ অৰ্থ কি?

(ক) আহোম সকলে সজাইতুলা ঘৰ

(খ) দেৱতাৰ ঘৰ বা মন্দিৰ

(গ) হোলোং ঘৰ বা শিঙৰি

উত্তৰ- (খ) দেৱতাৰ ঘৰ বা মন্দিৰ ।

৯) পাটকাই শব্দৰ অৰ্থ কি?

(ক) কুকুৰা কাটি শপত লোৱা

(খ) নটা পৰ্বত গোট খোৱা

(গ) দেৱতাৰ ঘৰ

উত্তৰ- (ক) কুকুৰা কাটি শপত লোৱা ।

১০) চুডাংফাই কোন ৰাজ্যৰ ৰজাৰ জীয়েকক বিবাহ কৰাইছিল?

(ক) আহোম ৰাজ্যৰ

(খ) কমতা ৰাজ্যৰ

(গ) চুকাফা

উত্তৰ- (খ) কমতা ৰাজ্যৰ ।

১১) কাৰ দিনৰ পৰাই মানুহ বলি দিয়া প্ৰথা অৱসান ঘটে?

(ক) ৰুদ্ৰসিংহ

(খ) চুত্যেওফা

(গ) চুবিনফা

উত্তৰ- (ক) ৰুদ্ৰসিংহ ।

১২) চুডাংফাই বিবাহ কৰা ৰাজ কন্যাগৰাকীৰ নাম কি?

(ক) বাৰুনী

(খ) লক্ষ্মীনী

(গ) ভাজনী

উত্তৰ- (গ) ভাজনী ।

১৩) চুডাংফাক অসমৰ ইতিহাসত কি কোঁৱৰ বুলি জনা যায়?

(ক) বামুণী

(খ) উজনিয়াল

(গ) নামনিয়াল

উত্তৰ- (ক) বামুণী ।

১৪) চুডাংফাই কাৰ ঘৰত প্ৰতিপালিত হৈছিল ?

(ক) কলিতা

(খ) বামুণ

(গ) মহন্ত

উত্তৰ- (খ) বামুণ ।

Type by- Bikul Mandal