জনসংখ্যা আৰু অসম | AJB Class 6 Social Science Chapter 10 | MCQ Question Answer Solution |

 জনসংখ্যা আৰু অসম

Chapter-10

(১) প্ৰব্ৰজনৰ ফলত কোনো এখন ঠাইত জনসংখ্যা কমিলে তাক কি বোলে ?

ক) বহিঃপ্ৰব্ৰজন

খ) প্ৰব্ৰজন

গ) আন্তঃপ্ৰব্ৰজন

উত্তৰঃ ক) বহিঃপ্ৰব্ৰজন।

(২) প্ৰব্ৰজনৰ ফলত কোনো এখন ঠাইত জনসংখ্যা বৃদ্ধি পালে তাক কি বোলে ?

ক) বহিঃপ্ৰব্ৰজন

খ) আন্তঃপ্ৰব্ৰজন

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) আন্তঃপ্ৰব্ৰজন।

(৩) জনবসতি ক’ত ঘন হয় ?

ক) গাওঁত

খ) নগৰত

গ) পাহাৰীয়া অঞ্চলত

উত্তৰঃ খ) নগৰত।

(৪) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান ?

ক)৩,১২,০৫,৫৭৬ গৰাকী

খ) ৫,১২,০৫,৫৭৬ গৰাকী

গ) ৪,১২,০৫,৫৭৬ গৰাকী

উত্তৰঃ ক)৩,১২,০৫,৫৭৬ গৰাকী।

(৫) ইয়াৰ ভিতৰত কিমান পুৰুষ ?

ক) ২,৫৯,৩৯,৪৪৩ জন

খ) ১,৫৯,৩৯,৪৪৩ জন

গ) ৩,৫৯,৩৯,৪৪৩ জন

উত্তৰঃ খ) ১,৫৯,৩৯,৪৪৩ জন।

(৬) ২০১১ চনৰ লোকপিয়ল মতে মহিলাৰ সংখ্যা কিমান ?

ক) ১,৫২,৬৬,১৩৩ জন

খ) ২,৬৬,৫৫,৫২৮ জন

গ) ২,৫২,৬৬,১৪৪ জন

উত্তৰঃ ক) ১,৫২,৬৬,১৩৩ জন।

(৭) ২০১১ চনৰ লোকপিয়ল মতে ভাৰতৰ মুঠ জনসংখ্যা কিমান ?

ক) ১০০ কোটি

খ) ১১৭ কোটি

গ) ১২১ কোটি

উত্তৰঃ গ) ১২১ কোটি।

(৮) অসমৰ মুঠ জনসংখ্যা কিমান ?

ক) ৩,১২,০৫,৫৭৬ গৰাকী

খ) ২,১২,০৫,৫৭৬ গৰাকী

গ) ৩,১৩,০৮,১২৯ গৰাকী

উত্তৰঃ ক) ৩,১২,০৫,৫৭৬ গৰাকী।

(৯) অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি ?

ক) মৰিগাঁও

খ) নগাঁও

গ) ডিমা হাচাও

উত্তৰঃ খ) নগাঁও।

(১০) অসমৰ সৰ্বনিম্ন জনসংখ্যা থকা জিলা খনৰ নাম কি ?

ক) মৰিগাওঁ

খ) নগাওঁ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ গ) ওপৰৰ এটাও নহয়।

(১১) অসমৰ জনসংখ্য়াৰ ঘনত্ব কিমান ?

ক) ৩৯৭ গৰাকী

খ) ৪৯৭ গৰাকী

গ) ২৯৭ গৰাকী

উত্তৰঃ ক) ৩৯৭ গৰাকী।

(১২) অসমৰ শিক্ষিতৰ হাৰ কিমান ?

ক) ৭০ %

খ) ৮০ %

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ গ) ওপৰৰ এটাও নহয়।

(১৩) ভাৰতৰ শতকৰা প্ৰায় কিমান গৰাকী লোক শিক্ষিত ?

ক) ৭০ গৰাকী

খ) ৭২ গৰাকী

গ) ৭৪ গৰাকী

উত্তৰঃ গ) ৭৪ গৰাকী।

(১৪) সৰ্বনিম্ন শিক্ষিত লোকৰ জিলা কোনখন ?

ক) মাজুলী

খ) ধুবুৰী

গ) কামৰূপ

উত্তৰঃ খ) ধুবুৰী।

(১৫) মৰিগাঁওত মুঠ জনসংখ্যা কিমান ?

ক) ৯,৫৭,৮৫৩

খ) ৮,৫৭,৮৫৩

গ) ৭,৫৭,৮৫৩

উত্তৰঃ ক) ৯,৫৭,৮৫৩।

(১৬)  বৰপেটা মুঠ জনসংখ্য়া?

ক) ১৬, ৯৩, ১৯০

খ) ৯, ৫৭, ৮৫৩

গ) ৮৮৬৯৯

উত্তৰঃ ক) ১৬, ৯৩, ১৯০।

(১৭) নগাঁও মুঠ জনসংখ্য়া?

ক) ১১, ৫০, ২৫৩

খ) ১৬, ৯৩, ১৯০

গ) ২৮, ২৬, ০০৬

উত্তৰঃ গ) ২৮, ২৬, ০০৬।

(১৮) ধুবুৰী মুঠ জনসংখ্য়া?

ক) ৯, ৬৫, ২৪০

খ) ১৯, ৪৮, ৬৩২

গ) ৬, ৮৮, ০৭৭

উত্তৰঃ খ) ১৯, ৪৮, ৬৩২।

(১৯) শিৱসাগৰ মুঠ জনসংখ্য়া 

ক) ১১, ৫০, ২৫৩

খ) ১৩, ২৭, ৭৪৮

গ) ১০, ৯১, ২৯৫

উত্তৰঃ ক) ১১, ৫০, ২৫৩

(২০) কাৰ্বি আংলং মুঠ জনসংখ্য়া?

ক) ১৩, ১৬, ৯৪৮

খ) ২৮, ২৬, ০০৬

গ) ৯, ৬৫, ২৪০

উত্তৰঃ গ) ৯, ৬৫, ২৪০।