জয়মতী কুঁৱৰী | AJB Class 5 Assamese Chapter 2 MCQ’s Assamese Medium | Class 5 Assamese Chapter 2 MCQ’s Type Question Answer |

Chapter- 2

জয়মতী কুঁৱৰী

১। বায়েক ৰত্নাই উচ্চস্বৰে গাই থকা গানটো কোনে কাণ পাতি শুনিলে?

(ক) জয়মতীয়ে

(খ) তগৰে

(গ) এটাও নহয়

উত্তৰ- (খ) তগৰে ।

২। তগৰে ভিতৰত কি কিতাপ পঢ়ি আছিল?

(ক) গানৰ কিতাপ

(খ) সাধু কিতাপ

(গ) এটাও নহয়

উত্তৰ- (খ) সাধু কিতাপ ।

৩। ৰত্না কিহৰ মাজত মচগুল  হৈ আছিল?

(ক) গানৰ মাজত

(খ) নৃত্য়ৰ মাজত

(গ) এটাও নহয়

উত্তৰ- (ক) গানৰ মাজত ।

৪। ৰত্নাই গাই থকা গানটোত কাৰ কথা কোৱা হৈছে?

(ক) লুইতৰ কথা

(খ) জয়মতী কুুঁৱৰীৰ কথা

(গ) এটাও নহয়

উত্তৰ- (খ) জয়মতী কুুঁৱৰীৰ কথা ।

৫। ৰত্নাই গাই থকা গীতটো কোনে ৰচনা কৰিছিল?

(ক) জ্য়োতিপ্ৰসাদ আগৰৱালা

(খ) লক্ষ্মীনাথ বেজবৰুৱা

(গ) এটাও নহয়

উত্তৰ- (ক) জ্য়োতিপ্ৰসাদ আগৰৱালা ।

৬। প্ৰথম অসমীয়া বোলছবি খনৰ নাম কি?

(ক) পদুম কুঁৱৰী

(খ) জয়মতী

(গ) এটাও নহয়

উত্তৰ- (খ) জয়মতী ।

৭। জয়মতী কুঁৱৰীয়ে কাৰ লগত বিয়া হৈছিল?

(ক) গদাপাণিৰ লগত

(খ) লাইথেপেনা বৰগোহাঞিৰ লগত

(গ) এটাও নহয়

উত্তৰ- (ক) গদাপাণিৰ লগত ।

৮। নিৰ্মাণ শব্দৰ অৰ্থ কি?

(ক) নীৰৱ

(খ) প্ৰস্তুত কৰা কাৰ্য

(গ) এটাও নহয়

উত্তৰ- (খ) প্ৰস্তুত কৰা কাৰ্য ।

৯। মৌন শব্দৰ অৰ্থ কি?

(ক) প্ৰকৃত; প্ৰধান

(খ) নীৰৱ

(গ) এটাও নহয়

উত্তৰ- (খ) নীৰৱ ।

১০। কীৰিতি শব্দৰ অৰ্থ কি?

(ক) যশ; খ্য়াতি

(খ) মোহিত

(গ) এটাও নহয়

উত্তৰ- (ক) যশ; খ্য়াতি ।

Type by- Bikul Mandal