ঢোলৰ যাদুকৰ | AJB Class 5 Assamese Chapter 11 MCQ’s Assamese Medium | Class 5 Assamese Chapter 11 MCQ’s Type Question Answer |

Chapter- 11

ঢোলৰ যাদুকৰ

১। ‘ঢোলৰ যাদুকৰ’ বুলি কাক আখ্য়া দিয়া হয়?

(ক) লক্ষ্মীনাথ বেজবৰুৱাক

(খ) মঘাই ওজাক

(গ) এটাও নহয়

উত্তৰ- (খ) মঘাই ওজাক ।

২। মঘাই ওজাৰ আচল নাম কি?

(ক) মঘাই বৰুৱা

(খ) মঘাই হাজৰিকা

(গ) এটাও নহয়

উত্তৰ- (ক) মঘাই বৰুৱা ।

৩। মঘাইৰ কিমান চনত জন্ম হৈছিল?

(ক) ১৯১৬ চনত

(খ) ১৮১৬ চনত

(গ) এটাও নহয়

উত্তৰ- (ক) ১৯১৬ চনত ।

৪। মঘাইৰ কিমান বছৰ বয়সত দেউতাকে পৰলোকলৈ গতি কৰিছিল?

(ক) পাঁচ বছৰ বয়সত

(খ) সাত বছৰ বয়সত

(গ) এটাও নহয়

উত্তৰ- (ক) পাঁচ বছৰ বয়সত ।

৫। কিহৰ বাবে মঘাই দেশ-বিদেশ ভ্ৰমণ কৰিছিল?

(ক) অভিনয়ৰ বাবে

(খ) ঢোল বাদনৰ বাবে

(গ) এটাও নহয়

উত্তৰ- (খ) ঢোল বাদনৰ বাবে ।

৬। এদিনাখন ক’ত থকা মঞ্চখন সজাই-পৰাই তোলা হৈছিল?

(ক) ৰাজহুৱা খেলপথাৰখনত

(খ) যোৰহাট জিলাৰ হাতীগড়ত

(গ) এটাও নহয়

উত্তৰ- (ক) ৰাজহুৱা খেলপথাৰখনত ।

৭। তেওঁক কোনে এখনি ফুলাম গামোচাৰে আদৰণি জনালে?

(ক) ৰাইজে

(খ) সভাৰ উদ্য়োক্তাসকলে

(গ) এটাও নহয়

উত্তৰ- (খ) সভাৰ উদ্য়োক্তাসকলে ।

৮। কাছুটি শব্দৰ অৰ্থ কি?

(ক) তিয়নি

(খ) কুমলীয়া

(গ) এটাও নহয়

উত্তৰ- (ক) তিয়নি ।

৯। উদ্য়োক্তা শব্দৰ অৰ্থ কি?

(ক) অস্থিৰতা

(খ) আয়োজক

(গ) এটাও নহয়

উত্তৰ- (খ) আয়োজক ।

১০। মঘাই ওজাৰ কেতিয়া মৃত্য়ু হৈছিল?

(ক) ১৮৭৮ চনৰ ১৫ মাৰ্চৰ দিনা

(খ) ১৯৭৮ চনৰ ১৫ মাৰ্চৰ দিনা

(গ) এটাও নহয়

উত্তৰ- (খ) ১৯৭৮ চনৰ ১৫ মাৰ্চৰ দিনা ।

Type by- Bikul Mandal