দক্ষিণ ভাৰত চালুক্য, পল্লৱ, চোলৰ ৰাজ্য আৰু ৰাজত্বকাল | AJB Class 6 social science chapter 6 | MCQ Question Answer Solution |

দক্ষিণ ভাৰত চালুক্য, পল্লৱ, চোলৰ ৰাজ্য আৰু ৰাজত্বকাল

Chapter-6

(১) বিষ্ণুবৰ্দ্ধনৰ ৰজাসকলৰ নাম কি আছিল ?

ক) প্ৰথম জয়সিংহ, ইন্দ্ৰ বৰ্মন আদি

খ) প্ৰথম সোমেশ্বৰ, বিক্ৰমাদিত্য আদি

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) প্ৰথম জয়সিংহ, ইন্দ্ৰ বৰ্মন আদি।

(২) বিষ্ণুবৰ্দ্ধনে কিমান খ্ৰী. ৰ পৰা কিমান খ্ৰী. লৈ ৰাজত্ব কৰিছিল ?

ক) ৬২০ ৰ পৰা ৬৪০ লৈ

খ) ৬১৫ ৰ পৰা ৬৩৩ লৈ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ৬১৫ ৰ পৰা ৬৩৩ লৈ।

(৩) চালুক্যৰ কেইটা শাখা আছিল ?

ক) ৫ টা

খ) ৬ টা

গ) কেইবাটাও

উত্তৰঃ গ) কেইবাটাও।

(৪) প্ৰথম পুলকেশী এজন কোন আছিল ?

ক) ৰজা আছিল

খ) মন্ত্ৰী আছিল

গ) সেনাপতি আছিল

উত্তৰঃ ক) ৰজা আছিল।

(৫) প্ৰথম পুলকেশীয়ে কিমান খ্ৰী. ৰ পৰা কিমান খ্ৰী. লৈ ৰাজত্ব কৰিছিল ?

ক) ৫২০ খ্ৰী. ৰ পৰা ৫৪২ খ্ৰী. লৈ

খ) ৫৩৫ খ্ৰী. ৰ পৰা ৫৬৬ খ্ৰী. লৈ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ৫৩৫ খ্ৰী. ৰ পৰা ৫৬৬ খ্ৰী. লৈ।

(৬) প্ৰথম পুলকেশীয়ে কেইটা উপাধি লৈছিল ?

ক) ৫ টা

খ) ৪ টা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ গ) ওপৰৰ এটাও নহয়।

(৭) চালুক্য়ৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ?

ক) প্ৰথম পুলকেশী

খ) দ্বিতীয় পুলকেশী

গ) প্ৰথম কীৰ্তিবৰ্মন

উত্তৰঃ খ) দ্বিতীয় পুলকেশী।

(৮) হিউৱেন চাং কোন দেশৰ পৰ্যটক আছিল ?

ক) চীনদেশৰ

খ) বাংলাদেশৰ

গ) ম্য়ানমাৰৰ

উত্তৰঃ ক) চীনদেশৰ।

(৯) দ্বিতীয় পুলকেশীক কোনে এজন মহান সম্ৰাট হিচাপে আখ্যা দিছিল ?

ক) তলৰ এটাও নহয়

খ) হৰ্ষবৰ্দ্ধনে

গ) কীৰ্তিবৰ্মনে

উত্তৰঃ ক) তলৰ এটাও নহয়।

(১০) পল্লৱসকলৰ শ্ৰেষ্ঠ ৰজা কোন ?

ক) মহেন্দ্ৰবৰ্মন

খ) সিংহবিষ্ণু

গ) প্ৰথম নৰসিংহবৰ্মন

উত্তৰঃ গ) প্ৰথম নৰসিংহবৰ্মন।

(১১) প্ৰথম পুলকেশীয়ে লোৱা উপাধিকেইটা কি কি  ?

ক) ৰণবিক্ৰম, শ্ৰীপৃথিৱীবল্লভ।

খ) বৰা আৰু কলিতা ।

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ৰণবিক্ৰম, শ্ৰীপৃথিৱীবল্লভ।

(১২) ভেংগিৰ চালুক্য়ৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিল ? 

ক) মহেন্দ্ৰবৰ্মন

খ) সিংহবিষ্ণু

গ) বিষ্ণুবৰ্দ্ধন।

উত্তৰঃ গ) বিষ্ণুবৰ্দ্ধন।

(১৩) চালুক্য় ৰাজ্য়ৰ ৰাজধানী দখল কৰি প্ৰথম নৰসিংহবৰ্মনে  কি উপাধি লৈছিল ?

ক) বাতাপীকোসশু

খ) বৰা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) বাতাপীকোসশু।

(১৪) প্ৰথম পুলকেশীৰ দিনৰ বাতাপীৰ চালুক্য় কোনে প্ৰতিষ্ঠা লাভ কৰিছিল ? 

ক) বাংলাদেশৰ

খ) মহেন্দ্ৰবৰ্মন

গ) ৰাজবংশটোৱে

উত্তৰঃ গ) ৰাজবংশটোৱে।

(১৫) চোলসকলৰ আটাইতকৈ শক্তিশালী শাসক কোন আছিল? 

ক) ৰাজাৰাজ।

খ) মহাৰাজ।

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ৰাজাৰাজ।

(১৬) চোলসকলৰ শাসন ব্য়ৱস্থা কোন আছিল?

ক) মহেন্দ্ৰবৰ্মন।

খ) ৰাজাৰাজ।

গ)ৰাজতান্ত্ৰিক।

উত্তৰঃ গ)ৰাজতান্ত্ৰিক।

(১৭) চোলসকলৰ হিন্দু ধৰ্মৰ সময়ত কি দুটা  প্ৰধান আছিল? 

ক) (i) বৈষ্ণৱ আৰু (ii) শৈৱ।

খ) (i) বিষ্ণুবৰ্দ্ধন আৰু (ii) সিংহবিষ্ণু

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ

(১৮) চোলসকলৰ সময়ত ৰচিত এখন বিখ্য়াত ধৰ্মগ্ৰন্থৰ নাম কি?

ক) বাতাপীকোসশু।

খ) ৰণবিক্ৰম, শ্ৰীপৃথিৱীবল্লভ।

গ) পেৰিয়াপুৰাণম।

উত্তৰঃ গ) পেৰিয়াপুৰাণম।

(১৯) চোলৰজা প্ৰথম ৰাজেন্দ্ৰই নামৰ ঠাইত নতুনকৈ ৰাজধানী ক’ত পাতিছিল? 

ক) গঙাইকোণ্ড চোলপুৰম।

খ) মহেন্দ্ৰবৰ্মন।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ ক) গঙাইকোণ্ড চোলপুৰম।

(২০)  গাঁৱৰ প্ৰশাসনৰ গোটবোৰক কুৰাম আৰু কি নামে জনা গৈছিল?                   

ক) চাৰ-কুৰাম।

খ) ৰাজা-কুৰাম।

গ) টাৰ-কুৰাম।

উত্তৰঃ গ) টাৰ-কুৰাম।