দুষ্ট কানাই | AJB Class 5 Assamese Chapter 12 MCQ’s Assamese Medium | Class 5 Assamese Chapter 12 MCQ’s Type Question Answer |

Chapter- 12

দুষ্ট কানাই

১। কৃষ্ণই সুবিধা পালেই কাৰ ঘৰত লৱনু চুৰ কৰি খায়?

(ক) যশোদাৰ ঘৰত

(খ) গোৱালীপাৰাৰ গোপীসকলৰ ঘৰত

(গ) এটাও নহয়

উত্তৰ- (খ) গোৱালীপাৰাৰ গোপীসকলৰ ঘৰত ।

২। কৃষ্ণই লৱনু খায় থাকোতে কিয় ইফালে-সিফালে চাই আছিল?

(ক) কোনোবা আহি পায় কিজানি

(খ) শিশুটিয়ে কান্দে কিজানি

(গ) এটাও নহয়

উত্তৰ- (ক) কোনোবা আহি পায় কিজানি ।

৩। ” উঠা ! উঠা ! তুমি কিয় শুই আছা ?” এই কথাষাৰি কোনে কাক   কৈছিল?

(ক) শিশুটিয়ে কৃষ্ণক কৈছিল

(খ) কৃষ্ণই শিশুটিক কৈছিল

(গ) এটাও নহয়

উত্তৰ- (খ) কৃষ্ণই শিশুটিক কৈছিল ।

৪। শিশুটিয়ে সাৰ পায় কি কৰিলে?

(ক) হাঁহিবলৈ ধৰিলে

(খ) কান্দিবলৈ ধৰিলে

(গ) এটাও নহয়

উত্তৰ- (ক) হাঁহিবলৈ ধৰিলে ।

৫। কৃষ্ণই কথা ওলোটাই পাক লোৱা দেখি গোপীগৰাকীয়ে কৃষ্ণক কি কৰিলে?

(ক) বহুত পিতিলে

(খ) এৰি দিলে

(গ) এটাও নহয়

উত্তৰ- (খ) এৰি দিলে ।

৬। কৃষ্ণ যোৱাৰ পাছত গোপীসকল কলৈ ৰাওনা হ’ল আৰু কিয় ৰাওনা হৈছিল?

(ক) যশোদাৰ ঘৰলৈ ৰাওনা হৈছিল আৰু কৃষ্ণৰ গোচৰ দিবলৈ ৰাওনা হৈছিল

(খ) যশোদাৰ ঘৰলৈ ৰাওনা হৈছিল আৰু কৃষ্ণৰ ভাল গুন গাবলৈ ৰাওনা হৈছিল

(গ) এটাও নহয়

উত্তৰ- (ক) যশোদাৰ ঘৰলৈ ৰাওনা হৈছিল আৰু কৃষ্ণৰ গোচৰ দিবলৈ ৰাওনা হৈছিল ।

৭। লৱণু শব্দৰ অৰ্থ কি?

(ক) চাতুৰী, চাতুৰ্য

(খ) মাখন

(গ) এটাও নহয়

উত্তৰ- (খ) মাখন ।

৮। কৃষ্ণৰ ককায়েকৰ নাম কি?

(ক) বলোভদ্ৰ

(খ) নন্দ

(গ) এটাও নহয়

উত্তৰ- (ক) বলোভদ্ৰ ।

৯। বংশী = ………

(ক) বাঁহী

(খ) বাহিৰ

(গ) এটাও নহয়

উত্তৰ- (ক) বাঁহী ।

১০। পিপৰা শব্দৰ অৰ্থ কি?

(ক) লৱণু

(খ) পৰুৱা

(গ) এটাও নহয়

উত্তৰ- (খ) পৰুৱা ।

Type by- Bikul Mandal