নিয়ৰ | AJB Class 5 Assamese Chapter 19 MCQ’s Assamese Medium | Class 5 Assamese Chapter 19 MCQ’s Type Question Answer |

Chapter- 19

নিয়ৰ

১। নিয়ৰ কবিতাটিৰ কবি কোন?

(ক) আনন্দচন্দ্ৰ আগৰৱালা

(খ) চন্দ্ৰকুমাৰ আগৰৱালা

(গ) এটাও নহয়

উত্তৰ- (খ) চন্দ্ৰকুমাৰ আগৰৱালা ।

২। কবিয়ে মুকুতা মণিতি ক’ত জিলিকে বুলি কৈছে?

(ক) পাহিত

(খ) সৰগত

(গ) এটাও নহয়

উত্তৰ- (ক) পাহিত ।

৩। নিজম আকাশৰ নিচুক কথাটি কবিয়ে ক’ত সাঁচি থোৱাৰ কথা কৈছে?

(ক) পাহিত

(খ) হিয়াত

(গ) এটাও নহয়

উত্তৰ- (খ) হিয়াত ।

৪। নিয়ৰ কবিতাটিৰ কবিজনৰ কিমান চনত জন্ম হৈছিল?

(ক) ১৮৮৯ চনত

(খ) ১৮৬৭ চনত

(গ) এটাও নহয়

উত্তৰ- (খ) ১৮৬৭ চনত ।

৫। জোনাকী কাকতখন কিমান চনত প্ৰকাশ পাইছিল?

(ক) ১৮৮৯ চনত

(খ) ১৯৮৯ চনত

(গ) এটাও নহয়

উত্তৰ- (ক) ১৮৮৯ চনত ।

৬। তেওঁক কিহৰ বাবে প্ৰতিমাৰ খনিকৰ বুলি আখ্য়া দিয়া হৈছিল?

(ক) তেওঁৰ প্ৰতিমা কবিতা পুথিখনৰ বাবে

(খ) জোনাকী কাকতখনৰ বাবে

(গ) এটাও নহয়

উত্তৰ- (ক) তেওঁৰ প্ৰতিমা কবিতা পুথিখনৰ বাবে ।

৭। কিহৰ কলিৰে ফুলজুপিৰ শোভা বাঢ়ে?

(ক) ফুলৰ কলিৰে

(খ) নিয়ৰ কলিৰে

(গ) এটাও নহয়

উত্তৰ- (খ) নিয়ৰ কলিৰে ।

৮। হেঙুলি শব্দৰ অৰ্থ কি?

(ক) ৰঙচুৱা

(খ) শোভাযুক্ত

(গ) এটাও নহয়

উত্তৰ- (ক) ৰঙচুৱা ।

৯। টোপনি শব্দৰ সমাৰ্থক শব্দ কি?

(ক) বচন

(খ) নিদ্ৰা

(গ) এটাও নহয়

উত্তৰ- (খ) নিদ্ৰা ।

১০। পানী শব্দৰ সমাৰ্থক শব্দ কি?

(ক) জল

(খ) দিবাকৰ

(গ) এটাও নহয়

উত্তৰ- (ক) জল ।

Type by- Bikul Mandal