পখীৰ মেকুৰী পোৱালী | AJB Class 5 Assamese Chapter 3 MCQ’s Assamese Medium | Class 5 Assamese Chapter 3 MCQ’s Type Question Answer |

Chapter- 3

পখীৰ মেকুৰী পোৱালী

১. পখীয়ে পুখুৰীটোৰ কাষলৈ পাঁওতে কিহৰ মাত শুনিছিল?

(ক) শালিকা চৰাই হালৰ

(খ) এটা সৰু মেকুৰীৰ

(গ) এটাও নহয়

উত্তৰ- (খ) এটা সৰু মেকুৰীৰ ।

২. সিদিনা সন্ধিয়ালৈকে পখীয়ে কাৰ লগত খেলি থাকিল?

(ক) মেকুৰীটোৰ লগত

(খ) শালিকাহালৰ লগত

(গ) এটাও নহয়

উত্তৰ- (ক) মেকুৰীটোৰ লগত ।

৩. পেহীয়েকে কি কৈহে পখীক শুৱাব পাৰিলে?

(ক) গান গাই

(খ) সাধু কৈ

(গ) এটাও নহয়

উত্তৰ- (খ) সাধু কৈ ।

৪. কোনে আহি পখীক জগালেহি?

(ক) মাকে

(খ) পেহীয়েকে

(গ) এটাও নহয়

উত্তৰ- (ক) মাকে ।

৫. কাঁহ শব্দৰ অৰ্থ কি?

(ক) এবিধ ধাতু

(খ) ডিঙিত হোৱা এবিধ অসুখ

(গ) এটাও নহয়

উত্তৰ- (ক) এবিধ ধাতু ।

৬. কথা শব্দৰ অৰ্থ কি?

(ক) মাত, বচন

(খ) মাটিৰ জোখ

(গ) এটাও নহয়

উত্তৰ- (ক) মাত, বচন ।

৭. পখীৰ মাক-দেউতাক কাৰ বিয়া খাবলৈ গৈছিল?

(ক) পখীৰ সম্পৰ্কীয় খুৰাক এজনৰ

(খ) পখীৰ সম্পৰ্কীয় মামাক এজনৰ

(গ) এটাও নহয়

উত্তৰ- (ক) পখীৰ সম্পৰ্কীয় খুৰাক এজনৰ ।

৮. বিয়া খাবলৈ যাওঁতে মাক-দেউতাকে পখীক কাৰ লগত থৈ গৈছিল?

(ক) ককাক-আইতাকৰ লগত

(খ) পেহীয়েকৰ লগত

(গ) এটাও নহয়

উত্তৰ- (খ) পেহীয়েকৰ লগত ।

৯. পখীৰ মাকহঁত কেতিয়া ঘৰলৈ ঘূৰি আহিল?

(ক) ৰাতি

(খ) সন্ধিয়া সময়ত

(গ) এটাও নহয়

উত্তৰ- (খ) সন্ধিয়া সময়ত ।

১০. হাঁহিৰ বিপৰীত শব্দ কি?

(ক) বেজাৰ

(খ) কান্দোন

(গ) এটাও নহয়

উত্তৰ- (খ) কান্দোন ।

Type by- Bikul Mandal