পুৰণি অসমীয়া বস্ত্ৰ | AJB Class 5 Assamese Chapter 14 MCQ’s Assamese Medium | Class 5 Assamese Chapter 14 MCQ’s Type Question Answer |

Chapter- 14

পুৰণি অসমীয়া বস্ত্ৰ

১। অতীজৰেপৰা কোনে বোৱা-কটাত পাকৈত?

(ক) মণিপুৰৰ শিপিনীসকল

(খ) অসমৰ শিপিনীসকল

(গ) এটাও নহয়

উত্তৰ- (খ) অসমৰ শিপিনীসকল ।

২। কাপোৰ একোখন অধিক ধুনীয়া দেখাবৰ বাবে শিপিনীসকলে কি কৰিছিল?

(ক) সুন্দৰকৈ ফুল বাছিছিল

(খ) উকা কৰি ৰাখিছিল

(গ) এটাও নহয়

উত্তৰ- (ক) সুন্দৰকৈ ফুল বাছিছিল

৩। কাপোৰত ফুল তুলিবৰ বাবে শিপিনীসকলে কি কৰিছিল?

(ক) সপোন ৰচিছিল

(খ) ফুলৰ চানেকি তৈয়াৰ কৰি লৈছিল

(গ) এটাও নহয়

উত্তৰ- (খ) ফুলৰ চানেকি তৈয়াৰ কৰি লৈছিল ।

৪। মোগলসকলে অসম আক্ৰমণ কৰাৰ সময়ত আহোম ৰজা কোন আছিল?

(ক) জয়ধ্বজ সিংহ

(খ) চক্ৰধ্বজ সিংহ

(গ) এটাও নহয়

উত্তৰ- (ক) জয়ধ্বজ সিংহ ।

৫। মোগলসকলে অসম আক্ৰমণ কৰাৰ সময়ত মোগলৰ সেনাপতি কোন আছিল?

(ক) মিৰজুমলা

(খ) লাচিত বৰফুকন

(গ) এটাও নহয়

উত্তৰ- (ক) মিৰজুমলা ।

৬। ফ্ৰাচেংমুঙৰ পত্নীৰ নাম কি আছিল?

(ক) কনকলতা

(খ) মূলাগাভৰু

(গ) এটাও নহয়

উত্তৰ- (খ) মূলাগাভৰু ।

৭। পাকৈত শব্দৰ অৰ্থ কি?

(ক) পাৰ্গত, কামত নিপুণ

(খ) কাপোৰ

(গ) এটাও নহয়

উত্তৰ- (ক) পাৰ্গত, কামত নিপুণ ।

৮। অসমৰ বিষয়ে বিৱৰণ থকা চিহাবুদ্দিন তালিছৰ গ্ৰন্থখনৰ নাম কি?

(ক) ভিক্টোৰিয়া এণ্ড এলবাৰ্ট মিউজিয়াম

(খ) ফাথিয়া-ই-ইব্ৰিয়া

(গ) এটাও নহয়

উত্তৰ- (খ) ফাথিয়া-ই-ইব্ৰিয়া ।

৯।বয়ন শিল্প অসমৰ এক কি শিল্প?

(ক) কুটীৰ শিল্প

(খ) জাতীয় শিল্প

(গ) এটাও নহয়

উত্তৰ- (ক) কুটীৰ শিল্প ।

১০। ‘বৃন্দাবন’ শব্দটো ভাঙিলে এনে হ’ব

(ক) ব্+ঋ+ণ+ড্+আ+ব্+অ+ন্

(খ) ব্+ঋ+ন্+দ্+আ+ব্+অ+ন্

(গ) এটাও নহয়

উত্তৰ- (খ) ব্+ঋ+ন্+দ্+আ+ব্+অ+ন্ ।

Type by- Bikul Mandal