পৃথিৱীৰ আৱৰ্তন আৰু পৰিভ্ৰমণ | AJB Class 6 Social Science Chapter 15 | MCQ Question Answer Solution

পৃথিৱীৰ আৱৰ্তন আৰু পৰিভ্ৰমণ

Chapter-15

 (১) পৃথিৱীৰ গতি কেই ধৰণৰ ?

ক) ২ ধৰণৰ

খ) ৩ ধৰণৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ২ ধৰণৰ।

(২) সূৰ্য পৃথিৱীৰ চাৰিওফালে ঘূৰে এই কথাটো সঁচা নে মিছা ?

ক) সঁচা

খ) মিছা

গ) কথাটো সঁচা হয়

উত্তৰঃ খ) মিছা।

(৩) আহ্নিক গতিৰ ফলত কি হয় ?

ক) গৰম – ঠাণ্ডা অনুভৱ হয়

খ) দিন – ৰাতি হয়

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) দিন – ৰাতি হয়।

(৪) পৃথিৱীয়ে নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে ?

ক) ২০ ঘন্টা

খ)২২ ঘন্টা

গ) ২৪ ঘন্টা

উত্তৰঃ গ) ২৪ ঘন্টা।

(৫) কিমান ঘন্টাই এদিন হয় ?

ক) ২৪ ঘন্টাই

খ) ২০ ঘন্টাই

গ) ১২ ঘন্টাই

উত্তৰঃ ক) ২৪ ঘন্টাই।

(৬) পৃথিৱীয়ে নিজ মেৰুদণ্ডত এপাক ঘূৰা সময়খিনিক কি গতি বোলে ?

ক) তলৰ এটাও নহয়

খ) বাহ্নিক গতি

গ) আহ্নিক গতি

উত্তৰঃ গ) আহ্নিক গতি।

(৭) কি গতিৰ ফলত জীৱজগত জীয়াই থকাটো সম্ভৱ হৈছে ?

ক) বাহ্নিক গতিৰ ফলত

খ) আহ্নিক গতিৰ ফলত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) আহ্নিক গতিৰ ফলত।

(৮) ঋতু কেইটা ?

ক) ১০ টা

খ) ৮ টা

গ) ৬ টা

উত্তৰঃ গ) ৬ টা।

(৯) ইংৰাজী মাহৰ ফেব্ৰুৱাৰী মাহতো সাধাৰণতে কেই দিনীয়া ?

ক) ২৯ দিনীয়া

খ) ২৮ দিনীয়া

গ) ২৭ দিনীয়া

উত্তৰঃ খ) ২৮ দিনীয়া।

(১০) সাধাৰণতে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান ?

ক) ১৪ কোটি ৮৮ লাখ কিমি.

খ) ১৩ কোটি ৭৭ লাখ কিমি.

গ) ১৫ কোটি ৬৬ লাখ কিমি.

উত্তৰঃ ক) ১৪ কোটি ৮৮ লাখ কিমি.।

(১১) পৃথিৱীৰ গতি প্ৰতি ছেকেণ্ডত গড়ে কিমান ?

ক) ২৭.৯ কিমি.

খ) ২৮.৫ কিমি.

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ গ) ওপৰৰ এটাও নহয়।

(১২) পৃথিৱীৰ কক্ষপথটো কেনেকুৱা ?

ক) হাঁহ কণীৰ দৰে

খ) মুৰ্গী কণীৰ দৰে

গ) হাঁহৰ দৰে

উত্তৰঃ ক) হাঁহ কণীৰ দৰে।

(১৩) দিন – ৰাতি কেতিয়া সমান হয় ?

ক) ৪ জুলাই তাৰিখে

খ) ২১ মাৰ্চত

গ) ২১ জুনত

উত্তৰঃ খ) ২১ মাৰ্চত।

(১৪) পৃথিৱীৰ কক্ষপথটো সম্পূৰ্ণ গোলাকাৰ হয় নে নহয় ?

ক) তলৰ এটাও নহয়

খ) নহয়

গ) হয়

উত্তৰঃ খ) নহয়।

(১৫) ৩৬৫ দিনে কিমান বছৰ ?

ক) ২ বছৰ

খ) ৩ বছৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ গ) ওপৰৰ এটাও নহয়।

(১৬) পৃথিৱীৰ গতি দুই ধৰণৰ গতি কেই টা কি কি?

ক) তলৰ এটাও নহয়

খ) আহ্নিক গতি আৰু বাৰ্যিক গতি।

গ) বাহ্নিক গতি আৰু বাৰ্যিক গতি।

উত্তৰঃ খ) আহ্নিক গতি আৰু বাৰ্যিক গতি।

(১৭) আহ্নিক গতিৰ ফলত পৃথিৱীত কি হয়? 

ক) দিন-ৰাতি হয়।

খ) ৰাতিপুয়া-ৰাতি

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) দিন-ৰাতি হয়।

(১৮) পৃথিৱী ঘূৰি থাকোতে ২১ মাৰ্চৰ দিনা সূৰ্য্য়ৰ ৰশ্মি বিষুবৰেখাত সম্বভাৱে পৰে আৰু দুয়ো গোলাৰ্ধত দিন-ৰাতি সমান হয়। পৃথিৱীৰ এই অৱস্থানক কি বোলে? 

ক) তলৰ এটাও নহয়।

খ) আহ্নিক বোলে।

গ) মহাবিষুৱ বোলে।

উত্তৰঃ গ) মহাবিষুৱ বোলে।

(১৯) ২৩ ছেপ্টেম্বৰত দুয়ো গোলাৰ্ধত দিন-ৰাতি সমান হয়। পৃথিৱীৰ এই অৱস্থানক কি বোলে?

ক) জলবিষুব বোলে।

খ) মহাবিষুৱ বোলে।

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) জলবিষুব বোলে।

(২০) বাৰ্ষিক গতিৰ ফলত দিন-ৰাতি চুটি-দীঘল হোৱাৰ উপৰিও কি পৰিৱৰ্তন হয়? 

ক) ঋতু পৰিৱৰ্তন হয়।

খ) ৰিতু পৰিৱৰ্তন হয়।

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ঋতু পৰিৱৰ্তন হয়।