প্ৰাকৃতিক ভূগোলৰ এটি চমু আভাস | AJB Class 6 Social Science Chapter 16 | MCQ Question Answer Solution |

 প্ৰাকৃতিক ভূগোলৰ এটি চমু আভাস

Chapter- 16

(১) ভূগোলৰ প্ৰধান ভাগ কেইটা ?

ক) ২ টা

খ) ৩ টা

গ) ৪ টা

উত্তৰঃ ২ টা।

(২) পৃথিৱীৰ ভিতৰত ক’ত বেছি বৰষুণ হয়?

ক) কেৰেলাত

খ) মেঘালয় চেৰাপুঞ্জীত

গ) ৰাজস্থানত

উত্তৰঃ খ) মেঘালয় চেৰাপুঞ্জীত।

(৩) ভাৰতৰ একেবাৰে দক্ষিণত থকা কেৰেলাত বছৰটো সকলো সময়তে কি হয়?

ক) ঠাণ্ডা হয়

খ) বৰফ পৰি থাকে

গ) গৰম হয়

উত্তৰঃ গ) গৰম হয়।

(৪) উত্তৰত থকা কাশ্মীৰত শীতকালত কি পৰে?

ক) বৰষুণ

খ) বৰফ

গ) শিল

উত্তৰঃ বৰফ।

(৫) মেৰিয়ানা খাত ক’ত অৱস্থিত?

ক) আটলান্টিক মহাসাগৰত

খ) প্ৰশান্ত মহাসাগৰত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) প্ৰশান্ত মহাসাগৰত।

(৬) আটলান্টিক মহাসাগৰখন দেখাত কেনেধৰণৰ?

ক) ইংৰাজী V আখৰটোৰ দৰে

খ) ইংৰাজী T আখৰটোৰ দৰে

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ গ) ওপৰৰ এটাও নহয়।

(৭) মেৰিয়ানা খাত কি?

ক) পৃথিৱীৰ ভিতৰত আটাইতকৈ ঠেক অঞ্চল

খ) পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল অঞ্চল

গ) পৃথিৱীৰ ভিতৰত থকা দ অঞ্চল

উত্তৰঃ গ) পৃথিৱীৰ ভিতৰত থকা দ অঞ্চল।

(৮) শৈলসিৰা মানে কি?

ক) পৰ্বত

খ) নদী

গ) এখন দেশ

উত্তৰঃ ক) পৰ্বত।

(৯) টেথিছ সাগৰখনৰ উত্তৰত থকা ভাগটোৰ নাম কি ?

ক) গণ্ডোৱানালেণ্ড

খ) আংগাৰালেণ্ড

গ) পেন্থালাছা

উত্তৰঃ খ) আংগাৰালেণ্ড।

(১০) পৃথিৱীৰ উপৰিভাগৰ সকলোতে সূৰ্যৰ তাপ সমানে পৰে নে নপৰে ?

ক) পৰে

খ) নপৰে

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) নপৰে।

(১১) প্ৰাকৃতিক ভূগোলৰ যিটো শাখাই পৃথিৱীৰ বিভিন্ন অঞ্চলৰ জলবায়ু সম্পৰ্কে অধ্য়য়ন কৰে তাকে কি বোলে?

ক) জলবায়বীয় ভূগোল বোলে

খ) আংগাৰালেণ্ড ভূগোল বোলে।

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) জলবায়বীয় ভূগোল বোলে।

(১২) প্ৰাকৃতিক ভূগোলৰ যিটো শাখাই বিভিন্ন অঞ্চলৰ মাটি সম্বন্ধে অধ্য়য়ন কৰে তাকে কি বোলে ।

ক) তলৰ এটাও নহয়

খ) মৃওিকা ভূগোল বোলে।

গ) জলবায়বীয় ভূগোল বোলে

উত্তৰঃ খ) মৃওিকা ভূগোল বোলে।

(১৩) প্ৰশান্ত মহাসাগৰত ক’ত অৱস্থিত?

ক) মেৰিয়ানা খাত অৱস্থিত।

খ) জলবায়বীয় খাত অৱস্থিত।

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) মেৰিয়ানা খাত অৱস্থিত।

(১৪) পৃথিৱীৰ ভিতৰত সৰ্বাধিক ক’ত বেচি কৈ বৰষুণ হয়।

ক) মেঘালয়ৰ চেৰাপু্ঞ্জীত

খ) মৰিগাঁও।

গ) ওপৰৰ এটাও নহয়

উত্তৰঃক) মেঘালয়ৰ চেৰাপু্ঞ্জীত।

(১৫) টেথিছ সাগৰৰ উত্তৰৰ ভাগটোক কি বোলে আৰু দক্ষিণৰ ভাগটোক কি বোলা হয়?

ক) তলৰ এটাও নহয়।

খ) উত্তৰৰ ভাগটোক আংগাৰালেণ্ড আৰু দক্ষিণৰ ভাগটোক গণ্ডোৱানালেণ্ড বোলা হয়।

গ) উত্তৰৰ ভাগটোক গণ্ডোৱানালেণ্ড আৰু দক্ষিণৰ ভাগটোক আংগাৰালেণ্ড বোলা হয়।

উত্তৰঃ খ) উত্তৰৰ ভাগটোক আংগাৰালেণ্ড আৰু দক্ষিণৰ ভাগটোক গণ্ডোৱানালেণ্ড বোলা হয়।

(১৬) পেঞ্জীয়াৰ মাজেৰে পাৰ হৈ যোৱা ঠেক আৰু দীঘলীয়া সাগৰখনৰ নাম কি আছিল?

ক) টেথিছ।

খ) আংগাৰালেণ্ড।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ ক) টেথিছ।

(১৭)  পেঞ্জীয়াক চাৰিওফালে আগুৰি থকা জলভাগখিনিৰ নাম কি আছিল?

ক) পেন্থালাছা।

খ) টেথিছ।

গ) আংগাৰালেণ্ড।

উত্তৰঃ ক) পেন্থালাছা।

(১৮) ভূ-পণ্ডিতসকলে অনুমান কৰিছে যে বহু হাজাৰ  বছৰ আগতে পৃথিৱীৰ উপৰিভাগত থকা পৃথক পৃথক মহাদেশবোৰ এটা নিৰ্দিষ্ট থূপত আছিল। এই থূপটোৰ নাম কি আছিল?

ক) পেঞ্জীয়া।

খ) পেন্থালাছা।

গ) টেথিছ।

উত্তৰঃ ক) পেঞ্জীয়া।

(১৯) পৃথিৱীৰ আটাইতকৈ দ অঞ্চল। প্ৰশান্ত মহাসাগৰত ক’ত অৱস্থিত?

ক) তলৰ এটাও নহয়।

ক) পেন্থালাছা।

গ) পেঞ্জীয়া।

উত্তৰঃ ক) তলৰ এটাও নহয়।

(২০) এভাৰেষ্ট শৃংগ হ’ল পৃখিৱীৰ উপৰিভাগত থকা আটাইতকৈ কি অংশ?

ক) পেঞ্জীয়া অংশ।

খ) টেথিছ অংশ।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ গ) ওপৰৰ এটাও নহয়।