বকুল নাৱৰীয়া |  AJB Class 5 Assamese Chapter 6 MCQ’s Assamese Medium | Class 5 Assamese Chapter 6 MCQ’s Type Question Answer |

Chapter-6

বকুল নাৱৰীয়া

১. বাৰিষা-খৰালি সকলো দিনতে কাৰ নাও চলে?

(ক) বকুলৰ নাও

(খ) ৰঘুনাথৰ নাও

(গ) এটাও নহয়

উত্তৰ- (ক) বকুলৰ নাও ।

২. বকুল নাৱৰীয়াৰ ঘৰ ক’ত?

(ক) চহৰত

(খ) কদমনি গাঁৱত

(গ) এটাও নহয়

উত্তৰ- (খ) কদমনি গাঁৱত ।

৩. কোনে বকুলক ইপদ-সিপদ বস্তু দিয়ে?

(ক) নগৰবাসীয়ে

(খ) গাঁওবাসীয়ে

(গ) এটাও নহয়

উত্তৰ- (খ) গাঁওবাসীয়ে ।

৪. কাৰ সৈতে বকুলে মাজে মাজে সপোনত কথা পাতে?

(ক) নাওখনৰ সৈতে

(খ) আপোন মানুহৰ সৈতে

(গ) এটাও নহয়

উত্তৰ- (ক) নাওখনৰ সৈতে ।

৫. নাওখনত তেওঁ কি বস্তু ৰাখিছিল?

(ক) এপাট বঠা, পানী সিঁচিবলৈ টিনৰ পাত্ৰ আৰু দুডাল লগী

(খ) দুপাট বঠা, পানী সিঁচিবলৈ টিনৰ এটা পাত্ৰ আৰু এডাল লগী

(গ) এটাও নহয়

উত্তৰ- (খ) দুপাট বঠা, পানী সিঁচিবলৈ টিনৰ এটা পাত্ৰ আৰু এডাল লগী ।

৬. “ঐ বকুল, কিনো ভাবি আছ অ’ তই?” এই কথাষাৰি কোনে কাক কৈছিল?

(ক) যদু মাষ্টৰে বকুলক

(খ) বকুলে নিজে নিজকে কৈছিল

(গ) এটাও নহয়

উত্তৰ- যদু মাষ্টৰে বকুলক ।

৭. অভ্য়স্ত শব্দৰ অৰ্থ কি?

(ক) ধ্বংস

(খ) অভ্য়াস থকা

(গ) এটাও নহয়

উত্তৰ- (খ) অভ্য়াস থকা ।

. শব্দৰ পাছত যিবোৰ চিহ্ন যোগ হৈ শব্দ এটা পদলৈ ৰূপান্তৰিত কৰিব পাৰি সেইবোৰক কি বোলে?

(ক) বিভক্তি

(খ) পদ

(গ) এটাও নহয়

উত্তৰ- (ক) বিভক্তি ।

৯. সাৰথি শব্দৰ অৰ্থ কি?

(ক) সন্তোষ

(খ) সহায়; সংগী

(গ) এটাও নহয়

উত্তৰ- (খ) সহায়; সংগী ।

১০. বিভক্তি কেই প্ৰকাৰৰ?

(ক) ৩ প্ৰকাৰৰ

(খ) ২ প্ৰকাৰৰ

(গ) এটাও নহয়

উত্তৰ- (খ) ২ প্ৰকাৰৰ ।

Type by- Bikul Mandal