বতাহ, ধুমুহা আৰু ঘূৰ্ণীবতাহ | AJB Class 7 General Science Chapter 14 MCQ’s Assamese Medium | Class7 Chapter 14 MCQ’s Type Question Answer |AJB Class 7 General Science Chapter 14 MCQ’s Assamese Medium | Class7 Chapter 14 MCQ’s Type Question Answer |

Chapter- 14

বতাহ, ধুমুহা আৰু ঘূৰ্ণীবতাহ

১. বতাহৰ দ্ৰুতিৰ ওপৰত নিৰ্ভৰ কৰি কেইটা ভাগত ভাগ কৰা হয় ?

(ক) ৫ টা

(খ) ১৫ টা

(গ) ১৩ টা

উত্তৰ- (গ) ১৩ টা ।

২. হাৰিকেন,টাইফুন,চাইক্লোন,টৰ্ণেড’-এই সকলোবোৰ

(ক) ধুমুহা বতাহ

(খ) ঘূৰ্ণীবতাহ

(গ) মৌচুমী বতাহ

উত্তৰ- (খ) ঘূৰ্ণীবতাহ ।

৩. জুন মাহত ভাৰত মহাসাগৰত কি নামৰ আন এজাক ঘূৰ্ণীবতাহৰ উৎপত্তি হৈছিল ?

(ক) ‘বতাহ’

(খ) ‘বায়ু’

(গ) ‘ধুমুহা’

উত্তৰ- (খ) ‘বায়ু’ ।

৪. ঘূৰ্ণীবতাহ হ’ল বতাহৰ ?

(ক) বিজুলী

(খ) চাইক্ল’ন

(গ) চাকনৈয়া

উত্তৰ- (গ) চাকনৈয়া ।

৫. বিউৰ্ফট স্কেলৰত ধুমুহাৰ স্থান কেই নম্বৰত ?

(ক) ১১

(খ) ১২

(গ) ১৬

উত্তৰ- (ক) ১১ ।

৬. পৃথিৱীত মহাদেশ কেইখন ?

(ক) ৭ খন

(খ) ৯ খন

(গ) ৮ খন

উত্তৰ- (ক) ৭ খন ।

৭. পৃথিৱীত মহাসাগৰ কেইখন ?

(ক) ৪ খন

(খ) ৫ খন

(গ) ৭ খন

উত্তৰ- (খ) ৫ খন ।

৮. 2019 চনত মে’ মাহত কি নামৰ এটা ভয়ানক ঘূৰ্ণীবতাহ ভাৰত মহাসাগৰত সৃষ্টি হৈছিল ?

(গ) হাৰিকেন

(খ) ফণী

(গ) টাইকেন

উত্তৰ- (খ) ফণী ।

৯. কোবাল বতাহ কেইনম্বৰ স্থানত আছে ?

(ক) ৭ নম্বৰ

(খ) ৫ নম্বৰ

(গ) ২ নম্বৰ

উত্তৰ- (ক) ৭ নম্বৰ ।

১০. বছৰৰ ভিন ভিন ঋতুত বলা বতাহৰ ধৰণো বেলেগ বেলেগ ?

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) হয় ।

১১. তলৰ ছবিখনৰ নাম কি ?

Captionless Image

(ক) টৰ্ণেড

(খ) ঘূৰ্ণিবতাহ

(গ) ধুমুহা

উত্তৰ- (ক) টৰ্ণেড ।

১২. বতাহৰ দ্ৰুতি নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা যতনটোৰ নাম কি ?

(ক) এনেম’মিটাৰ

(খ) থাৰ্ম’মিটাৰ

(গ) উইণ্ড ভেন

উত্তৰ- (ক) এনেম’মিটাৰ ।

১৩. বিউফৰ্ট স্কেলত ধুমুহাৰ স্থান কেই নম্বৰত ?

(ক) ১১

(খ) ৫

(গ) ২৫

উত্তৰ- (ক) ১১ ।

১৪. তলৰ ছবিখনৰ নাম কি ?

Captionless Image

(ক) গোলক

(খ) পৃথিৱীৰ ওপৰৰে গৈ থকা বতাহ

(গ) বায়ৰ গতি

উত্তৰ- (গ) বায়ৰ গতি ।

১৫. ১২০ কি.মি তকৈ বেছি বতাহবিধ কি স্কেলৰ সহায়ত জোখা হয় ?

(ক) বেৰোমিটাৰ

(খ) নেনমিটাৰ

(গ) বিউফৰ্ট

উত্তৰ- (গ) বিউফৰ্ট ।

১৬. কি বতাহ হ’ল চাকনৈয়া ?

(ক) ধুমুহা বতাহ

(খ) ঘূৰ্ণীবতাহ

(গ) পশ্চিমা বতাহ

উত্তৰ- (খ) ঘূৰ্ণীবতাহ ।

১৭. পৃথিৱীখনক আগুৰি বৈ থকা কেইবিধ বতাহ আছে ? 

(ক) ১৩

(খ) ১৫

(গ) ১৭

উত্তৰ- (ক) ১৩ ।

১৮. সমীৰণ বতাহ কেইনম্বৰ স্থানত আছে ?

(ক) ১ নম্বৰ

(খ) ৬ নম্বৰ

(গ) ৩ নম্বৰ

উত্তৰ- (ক) ১ নম্বৰ ।

১৯. অসমত মৌচমী বতাহ কি মাহত প্ৰচুৰ পৰিমানে বৰষুণ হয় ?

(ক) জানুৱাৰী ৰ পৰা মাৰ্চ লৈ

(খ) মে’ৰ পৰা ছেপ্টেম্বৰ লৈ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) মে’ৰ পৰা ছেপ্টেম্বৰ লৈ ।

২০. মাঘ বিহুত উৰুকাৰ পিছদিনা কি জ্বলোৱা হয় ?

(ক) ঘৰ

(খ) মেজি

(গ) খৰি

উত্তৰ- (খ) মেজি ।

Type by- Bikul Mandal