বতৰ আৰু জলবায়ু | AJB Class 7 Social Science MCQ’s Assamese Medium | Chapter 17 | Class 7 Social Science Chapter 17 MCQ’s Type Question | AJB Class 7 Social Science |

বতৰ আৰু জলবায়ু

Chapter-17

১। জলবায়ু হ’ল এখন ঠাইৰ কমেও কিমান বছৰৰ বতৰৰ গড় অৱস্থা?

(ক) ২০-৩০

(খ) ৩০-৪০

(গ) ৩৫-৪৫

উত্তৰঃ (খ) ৩০-৪০।

২। প্ৰত্যেকজন মানুহে, প্ৰতিখন সমাজে তথা প্ৰতিখন দেশেই কিহৰ ওপৰত নিৰ্ভৰশীল?

(ক) বতৰৰ

(খ) বায়ু

(গ) অক্সিজেন

উত্তৰঃ (ক) বতৰৰ।

৩। সেয়েহে, এখন ঠাইৰ জলবায়ু জানিবলৈ হ’লে কমেও কিমান বছৰৰ বতৰৰ অৱস্থা জানিব লাগিব?

(ক) ২০ বছৰৰ

(খ) ৫০ বছৰৰ

(গ) ৩০ বছৰৰ

উত্তৰঃ (গ) ৩০ বছৰৰ।

৪। গুৱাহাটীৰপৰা ছিলঙৰ দূৰত্ব মাত্ৰ কিমান কিল’মিটাৰ?

(ক) ১৫০ কিল’মিটাৰ

(খ) ১০০ কিল’মিটাৰ

(গ) ১২০ কিল’মিটাৰ

উত্তৰঃ (খ) ১০০ কিল’মিটাৰ

৫। উচ্চতাৰ কাৰণেই কিমান মিটাৰ ওখ এভাৰেষ্ট শৃংগ বৰফেৰে আবৃত?

(ক) ৮৮৪৮

(খ) ৮৮৬৪

(গ) ৮৮৫৬

উত্তৰঃ (ক) ৮৮৪৮।

৬। অঞ্চলবোৰ গোটেই বছৰজুৰি অত্যন্ত গৰম আৰু জাৰকালিৰ উষ্ণতা প্ৰায় কিমান ডিগ্ৰী ছেল.?

(ক) ১৫°

(খ) ২৪°

(গ) ১৯°

উত্তৰঃ (গ) ১৯°।

৭। কেইটা কাৰকে জলবায়ু নিয়ন্ত্ৰণ কৰিছিল?

(ক) ৫টা

(খ) ৪টা

(গ) ৩টা

উত্তৰঃ (খ) ৪টা।

৮। গ্ৰীষ্মকালত উষ্ণতা কিমান ডিগ্ৰী ছেল.?

(ক) ১০°

(খ) ১৫°

(গ) ৮°

উত্তৰঃ (ক) ১০°।

৯। উদাহৰণ স্বৰূপে, বিষুবৰেখাৰ ওচৰত থকা কিলিমাঞ্জাৰ’ পৰ্বতৰ নামনি অংশত নিৰক্ষীয় জলবায়ু আৰু ইয়াৰ কিমান মি. উচ্চতাৰ শৃংগত তুন্দ্ৰা জলবায়ু বিৰাজ কৰে?

(ক) ৫,৫২৪

(খ) ৫,৪৯৮

(গ) ৫,৫০০

উত্তৰঃ (গ) ৫,৫০০।

১০। মহাদেশবোৰৰ মধ্য-পূব অঞ্চলত কিমান ডিগ্ৰী অক্ষাংশৰ মাজত এই জলবায়ু পোৱা যায়?

(ক) ২৮°-৪৬°

(খ) ২৫°-৪০°

(গ) ১৮°-৩৭°

উত্তৰঃ (খ) ২৫°-৪০°।

১১। বতৰৰ আগজাননীয়ে মানুহক কি কৰে ?

(ক) বিপদৰপৰা ৰক্ষা কৰে

(খ) ধ্বংস কৰে

(গ) সহায় কৰে

উত্তৰঃ (ক) বিপদৰপৰা ৰক্ষা কৰে।

১২। আমাৰ দেশত বতৰৰ আগজাননী দিব পৰা প্ৰধান কেন্দ্ৰটো ক’ত অৱস্থিত ?

(ক) পুনেত

(খ) মহাৰাষ্ট্ৰত

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা।

১৩। সকলো ঠাইৰ জলবায়ু একে কিয় নহয় ?

(ক) পৃথিৱীখন বিশাল বাবে

(খ) পৃথিৱীখন বৃত্তাকাৰ বাবে

(গ) পৃথিৱীখন শলা-বমা বাবে

উত্তৰঃ (ক) পৃথিৱীখন বিশাল বাবে।

১৪। মণ্ডলকেইটাৰ আধাৰ কি ?

(ক) চন্দ্ৰৰ পোহৰ

(খ) তৰাবোৰ তিৰবি্ৰ

(গ) সূৰ্যৰ তাপ

উত্তৰঃ (গ) সূৰ্যৰ তাপ।

১৫। সাধাৰণতে সাগৰপৃষ্ঠৰপৰা ১০০০ মিটাৰ ওপৰলৈ গ’লে কিমান ডিগ্ৰী ছেলছিয়াছকৈ উষ্ণতা কমে ?

(ক) ২ ডিগ্ৰী ছেলছিয়াছকৈ

(খ) ৫ ডিগ্ৰী ছেলছিয়াছকৈ

(গ) ৬ ডিগ্ৰী ছেলছিয়াছকৈ

উত্তৰঃ (গ) ৬ ডিগ্ৰী ছেলছিয়াছকৈ।

১৬। গুৱাহাটীৰ পৰা ছিলঙৰ দূৰত্ব কিমান কি.মি. ?

(ক) ৫০ কি.মি.

(খ) ৮০ কি.মি.

(গ) ১০০ কি.মি.

উত্তৰঃ (গ) ১০০ কি.মি.।

১৭। কিহৰ কাৰণে ৮৮৪৮ মিটাৰ ওখ এভাৰেষ্ট শৃংগ বৰফেৰে আবৃত ?

(ক) ডাঙৰ কাৰণে

(খ) উচ্চতাৰ কাৰণে

(গ) এটাও নহয়

উত্তৰঃ (খ) উচ্চতাৰ কাৰণে।

১৮। ন’ৰৱেক মধ্য়যামক কি বুলি কোৱা হয় ?

(ক) সৌৰজগতৰ দেশ

(খ) তৰাৰ দেশ

(গ) সূৰ্যৰ দেশ

উত্তৰঃ (গ) সূৰ্যৰ দেশ।

১৯। মৰুসদৃশ অঞ্চলক কি বুলি কোৱা হয় ?

(ক) মেৰু অঞ্চল

(খ) বৃষ্টিছায়া অঞ্চল

(গ) মৰুভূমি অঞ্চল

উত্তৰঃ (খ) বৃষ্টিছায়া অঞ্চল।

২০। পৃথিৱীৰ বিখ্য়াত মৰুভূমিখনৰ নাম কি ?

(ক) থৰ মৰুভূমি

(খ) চাহাৰা মৰুভূমি

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) থৰ মৰুভূমি।

Type By- subhas nath