বদনচন্দ্ৰ বৰফুকন | AJB Class 6 History Chapter 12 | MCQ Question Answer Solution |

বদনচন্দ্ৰ বৰফুকন

Chapter- 12

1. আহোম ৰাজত্বকালৰ প্ৰথম অৱস্থাত ৰজাৰ লগতে মাত্ৰ কেইজন মন্ত্ৰী আছিল?

ক) তিনিজন

খ) দুজন

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) দুজন।

2. বদনচন্দ্ৰৰ পিছত কোন গুৱাহাটীৰ বৰফুকন হৈছিল?

ক) কলীয়া ভোমোৰা

খ) ৰংপুৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) কলীয়া ভোমোৰা।

3. কোন এগৰাকী উচ্চ ক্ষমতা লিপ্সা থকা লোক আছিল?

ক) ৰুদ্ৰসিংহ

খ) বদনচন্দ্ৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) বদনচন্দ্ৰ।

4. বদনচন্দ্ৰৰ জীয়েকৰ নাম কি আছিল?

ক) পূজা

খ) পিজৌ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) পিজৌ।

5. কাৰ স্বেচ্ছাচাৰিতাৰ বিপক্ষে বহুতো সৰু সৰু বিদ্ৰোহ হৈছিল ?

ক) পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ

খ) বদনচন্দ্ৰ বৰফুকনৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) বদনচন্দ্ৰ বৰফুকনৰ।

6. কলিয়াভোমোৰা বৰফুকনৰ মৃত্য়ুৰ পিছত পূৰ্ণানন্দই বদনচন্দ্ৰ বৰফুকনক কেইবাৰৰ কাৰণে গুৱাহাটীৰ বৰফুকলন পাতিলে?

ক) দ্বিতীয়বাৰৰ

খ) প্ৰথমবাৰৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) দ্বিতীয়বাৰৰ।

7.  মান আৰু আহোম সৈন্য়  লগ লাগি বদনচন্দ্ৰৰ প্ৰায় কিমান হাজাৰমান সৈন্য় হ’ল?

ক) ১৬

খ) ১৫

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ১৬।

8. ঘিলাধাৰী নামৰ ঠাইত কিমান খ্ৰি.ত আহোম সৈন্য়ৰ মুখামুখি হয়?

ক) ১৭১৮

খ) ১৮১৭

গ) ওপৰৰ ওটাও নহয়

উত্তৰঃ খ) ১৮১৭।

9. বদনচন্দ্ৰৰ প্ৰকৃত নাম কি?

ক) ঘিণাই বদনচন্দ্ৰ বৰফুকন

খ) পূৰ্ণানন্দ বুঢ়াগোহাঁই

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ঘিণাই বদনচন্দ্ৰ বৰফুকন।

10. ৰূপসিং চুবেদাৰ নামৰ এজন ব্য়ক্তিয়ে ৰজাঘৰীয়া লোকৰ পৰামৰ্শমতে কাক হত্য়া কৰিলে?

ক) বদনচন্দ্ৰক

খ) উপেনচন্দ্ৰক

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) বদনচন্দ্ৰক।

11. কিমান খ্ৰি.ত কমলেশ্বৰ সিংহ বসন্ত ৰোগত মৃত্য়ু হোৱাৰ পিছত বুঢ়াগোহাঁই সমন্বিতে অন্য়ান্য় বিষয়াবৰ্গই তেওঁৰ ভায়েক চন্দ্ৰকান্তক ৰজা পাতিলে ? 

ক) ১৮৩৫

খ) ১৮১২

গ) ১৮১১

উত্তৰঃ গ) ১৮১১

12. বুঢ়াগোহাঁইৰ মাজু পুতেকৰ নাম কি ?  

ক) ওৰেষানাথ ঢেকিয়াল

খ) ওৰেষানাথ বৰফুকন

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ওৰেষানাথ ঢেকিয়াল।

13. একাংশ লোকৰ মতে তেওঁ পৰাজয়ৰ বাতৰি পাই কি চেলেকি মৃত্য়ুমুখত পৰে ? 

ক) ৰাজহীৰা চেলেকি

খ) কালহীৰা চেলেকি

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) কালহীৰা চেলেকি।

14. এইজন মন্ত্ৰীয়ে অতুলনীয় আৰু অসাধাণ বুদ্ধিৰে প্ৰায় কিমান বছৰ সময়ত তিনিজন ৰজাৰ শাসন কালত নিজৰ দায়িত্ব পালন কৰিছিল ?

ক) ২৫ বছৰ

খ) ৪৫ বছৰ

গ) ৩৪ বছৰ

উত্তৰঃ গ) ৩৪ বছৰ।

15. পূৰ্ণানন্দ বুঢ়াগোহাঁই কিমান বছৰ ৰাজমন্ত্ৰী হৈ আছিল ?  

ক) ২৪/২৫ বছৰ

খ) ৪৪/৪৫ বছৰ

গ) ৩৪/৩৫ বছৰ

উত্তৰঃ গ) ৩৪/৩৫ বছৰ।

16. পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে কিমান খ্ৰি.ত মৃত্য়ুবৰণ কৰে ? 

ক) ১৮২৫

খ) ১৮১৫

গ) ১৮১৭

উত্তৰঃ গ) ১৮১৭।

17পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ দৰে বিচক্ষণ ৰাজনীতিজ্ঞ পুৰুষ সেই সময়ত  ক’ত নাছিল বুলিব পাৰি ? 

ক) সমগ্ৰ অসমত

খ) সমগ্ৰ ভাৰতত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) সমগ্ৰ ভাৰতত।

18. ৰামায়ণৰ লংকাকাণ্ড নামৰ গ্ৰন্থখন অসমীয়া ভাষালৈ অনুবাদ কৰা সাহিত্য়িকজনৰ নাম কি ?  

ক) শ্ৰীকান্ত সূৰ্য বিপ্ৰই

খ) কসলেশ্বৰ সিংহই

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) শ্ৰীকান্ত সূৰ্য বিপ্ৰই।

19. বদনচন্দ্ৰ বৰফুকনৰ আন এটা নাম কি ? 

ক) মান অনা বৰফুকন

খ) চুবেদাৰ বৰফুকন

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) মান অনা বৰফুকন।

20. ব্ৰক্ষদেশৰ বিষয়াজনৰপৰা সঁহাৰি পাই বদনচন্দ্ৰ বৰফুকন তেওঁৰ লগতে কৈলৈ গৈছিল ? 

ক) গুৱাহাটিলৈ

খ) ব্ৰক্ষদেশলৈ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ব্ৰক্ষদেশলৈ।