বাৰিষা | AJB Class 5 Assamese Chapter 10 MCQ’s Assamese Medium | Class 5 Assamese Chapter 10 MCQ’s Type Question Answer |

Chapter- 10

বাৰিষা

১। বাৰিষা কবিতাটোৰ কবি কোন?

(ক) অৰ্পণা বণিক্য়

(খ) শশীকান্ত গগৈ

(গ) এটাও নহয়

উত্তৰ- (খ) শশীকান্ত গগৈ ।

২। কবিজনৰ ক’ত আৰু কিমান চনত জন্ম হৈছিল?

(ক) ১৮৭৫ চনৰ গুৱাহাটীত

(খ) ১৯১৬ চনৰ শিৱসাগৰত

(গ) এটাও নহয়

উত্তৰ- (খ) ১৯১৬ চনৰ শিৱসাগৰত ।

৩। ১৯৪২ চনৰ কি আন্দোলনত যোগ দি তেখেতে কিছুদিন কাৰাবাস খাটিছিল?

(ক) ভাৰত ত্য়াগ আন্দোলন

(খ) ইয়াণ্ডাবু সন্ধি

(গ) এটাও নহয়

উত্তৰ- (ক) ভাৰত ত্য়াগ আন্দোলন ।

৪। তেওঁ কিমান কবিতা লিখি থৈ গৈছে?

(ক) এশৰো অধিক

(খ) দুশৰো অধিক

(গ) এটাও নহয়

উত্তৰ- (খ) দুশৰো অধিক ।

৫। কিমান চনত কবিজনাৰ মৃত্য়ু হৈছিল?

(ক) ১৯৮৯ চনত

(খ) ১৯৩৬ চনত

(গ) এটাও নহয়

উত্তৰ- (ক) ১৯৮৯ চনত ।

৬। গাজনি শব্দৰ অৰ্থ কি?

(ক) ঘৰৰ ফাললৈ যোৱা

(খ) ডাঙৰ শব্দ

(গ) এটাও নহয়

উত্তৰ- (খ) ডাঙৰ শব্দ ।

৭। বাটেৰে যোৱা মানুহ    = ………

(ক) খৰ-খেদা

(খ) বাটৰুৱা

(গ) এটাও নহয়

উত্তৰ- (খ) বাটৰুৱা ।

৮। ঘৰত পোহা জন্তু      = ……….

(ক) ঘৰচীয়া

(খ) গাঁৱলীয়া

(গ) এটাও নহয়

উত্তৰ- (ক) ঘৰচীয়া ।

৯। ছানি শব্দৰ অৰ্থ কি?

(ক) আৱৰি

(খ) পানী থকা সৰু খাল, খাৱৈ

(গ) এটাও নহয়

উত্তৰ- (ক) আৱৰি ।

১০। গৰু-গাইবোৰ লৰা-ঢপৰা কৰি ক’লৈ আহে?

(ক) পথাৰলৈ

(খ) ঘৰলৈ

(গ) এটাও নহয়

উত্তৰ- (খ) ঘৰলৈ ।

Type by- Bikul Mandal